ৰবীন্দ্ৰ গুহ
Jump to navigation
Jump to search
ৰবীন্দ্ৰ গুহ বাংলা ভাষাত হাংৰি আন্দোলনৰ কবি, চুটিগল্পকাৰ, ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। তেওঁৰ জন্ম ১৯৩৪ চনৰ ২৫ অক্টোবৰ।
সাহিত্যকৃতি[সম্পাদনা কৰক]
উপন্যাস[সম্পাদনা কৰক]
- ৰাজপুতানাৰ ইতিকথা ( ১৯৬৫ )
- প্ৰেম আতঙ্ক সন্ত্ৰাস ( ১৯৬৬ )
- পদধ্বনি প্ৰতিধ্বনি ( ১৯৬৬ )
- মেবাৰেৰ পতন ( ১৯৬৭ )
- দহন ( ১৯৬৯ )
- লোহাৰিয়া ( ১৯৬৯ )
- দ্ৰোহপুৰুষ ( ১৯৯৮ )
- সূৰ্যেৰ সাত ঘোড়া ( ১৯৯৯ )
- নাভিকুণ্ড ঘিৰে ( ২০০০ )
- শিকঞ্জেৰ পাখি খামোশ ( ২০০১ )
- ধুনধলা ( ২০০৩ )
আত্মজীৱনী[সম্পাদনা কৰক]
- আমি দগ্ধ একজন মানুষ ( ২০০৪ )
নাটক[সম্পাদনা কৰক]
- নাটকে লিপ্সা নেই
ছোটগল্প[সম্পাদনা কৰক]
- জনমানুষ ( ১৯৮১ )
- জৈগুণেৰ পদ্ম ( ১৯৯৮ )
- গল্পেৰ ভূবন ( ২০০১ )
কবিতা[সম্পাদনা কৰক]
- ৰবীন্দ্ৰ গুহৰ কবিতা ( ১৯৮০ )
- নিৰ্বাচিত কবিতা ( ১৯৯৪ )
- দৰিদ্ৰ যুবৰাজ ( ১৯৯৬ )
- হাসান তাৰিকেৰ ৰূপোলি ইলিশ ( ২০০৩ )
- দিল্লি হাটাৰ্স ( ২০০৩ )
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- হাওয়া ৪৯ ৰবীন্দ্ৰ গুহ সংখ্যা ( ২০০৩ )। সম্পাদক সমীৰ ৰায়চৌধুৰী।
- নিমসাহিত্য বেত্তান্ত ( ২০০৪ )। সম্পাদক বিমান চট্টোপাধ্যায়।
- শহৰ ৰবীন্দ্ৰ গুহ সংখ্যা ( ২০০২ )। সম্পাদক অজিত ৰায়।
- দিগঙ্গনেৰ কবিতা ( ২০০১ )। অমৰেশ গঙ্গোপাধ্যায়।
- বাঢ়েৰ ছোটগল্প ( ১৯৯৬ )। ড. উত্তম দাশ।
- বোধ নিমসাহিত্য সংখ্যা ( ২০০০ )। সম্পাদক অৰুণকুমাৰ চট্টোপাধ্যায়।
- স্বপ্ন ৰবীন্দ্ৰ গুহ সংখ্যা ( ২০০৯ )। সম্পাদক ড. বিষ্ণুচৰণ দে (অসম বিশ্ববিদ্যালয়)