ৰবীন বণীক্য
অৱয়ব
ৰবীন বণীক্য (ইংৰাজী: Rabin Banikya, মৃত্যু: ১১ নৱেম্বৰ, ২০২২) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, যিয়ে অসম গণ পৰিষদৰ হৈ প্ৰতিদ্বন্দিতা কৰিছিল। তেওঁ ১৯৯৬ আৰু ২০০৬ চনত অভয়াপুৰী দক্ষিণ সমষ্টিৰ বাবে অসম বিধানসভা নিৰ্বাচনত নিৰ্বাচিত হৈছিল।[1][2][3][4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ My Neta
- ↑ AGP Comes Out With First List Of Candidates For Assam Polls
- ↑ "AGP announces list of 25 candidates". Archived from the original on 2020-10-21. https://web.archive.org/web/20201021223002/http://www.assamtribune.com/scripts/detailsnew.asp?id=mar1116/at050। আহৰণ কৰা হৈছে: 2025-12-13.
- ↑ "Former AGP MLA Rabin Banikya passes away". Guwahati Times. 11 November 2022. https://guwahatitimes.com/former-agp-mla-rabin-banikya-passes-away/.