ৰমা দেৱী
ৰমা দেৱী | |
---|---|
![]() | |
Member of Parliament শ্বেউহৰ লোক সভাৰ সদস্য | |
কাৰ্যকাল ১৬ মে ২০০৯- ৪ জুন ২০২৪ | |
পূৰ্বসূৰী | সিতাৰাম সিং |
উত্তৰসূৰী | লাভলী আনন্দ |
Member of Parliament মতিহাৰী লোক সভা সমষ্টিৰ সদস্য | |
কাৰ্যকাল ১৯৯৮-১৯৯৯ | |
পূৰ্বসূৰী | ৰাধা মোহন সিং |
উত্তৰসূৰী | ৰাধা মোহন সিং |
কেবিনট মন্ত্ৰী বিহাৰ চৰকাৰ | |
কাৰ্যকাল ২০০০-২০০৫ | |
মুখ্য মন্ত্ৰী | *ৰাবৰী দেৱী |
মন্ত্ৰালয় আৰু বিভাগ | *জনস্বাস্থ্য
|
বিহাৰ বিধানসভা বিধানসভা মতিহাৰী বিধানসভা সমষ্টিৰ সদস্য | |
কাৰ্যকাল ২০০০-২০০৫ | |
পূৰ্বসূৰী | ত্ৰিৱেনী তিৱাৰী |
উত্তৰসূৰী | প্ৰমোদ কুমাৰ |
ব্যক্তিগত তথ্য | |
জন্ম | ৫ মে', ১৯৪৯ (৭৬ বছৰ)[1] লালগঞ্জ, বিহাৰ,বৈশালী |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টী |
আন ৰাজনৈতিক সম্পৰ্ক |
ৰাষ্ট্ৰীয় জনতা দল |
দাম্পত্যসঙ্গী | ব্ৰিজ বিহাৰী প্ৰসাদ (প্ৰয়াত) |
সন্তান | % |
বাসস্থান | মুজফ্ফৰপুৰ |
ৰমা দেৱী (জন্ম ১৯৪৮) হৈছে বিহাৰৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্যা। তেওঁ ২০১৯ চনৰ পৰা ১৭সংখ্যক লোকসভাৰ অধ্যক্ষৰ পেনেলত আছে।[2]
জীৱন
[সম্পাদনা কৰক]১৯৪৮ চনৰ ৮ আগষ্টত বৈশালী জিলাৰ লালগঞ্জত ৰমা দেৱীৰ জন্ম হয়। তেওঁ আইন অধ্যয়ন কৰিছিল আৰু তেওঁ মুজাফ্ফৰপুৰত পুৰত বাস কৰে।[3] ১৯৯৮-১৯৯৯ চনৰ ভিতৰত বিহাৰৰ পৰা দ্বাদশ লোকসভাৰ সদস্য আছিল৷ তেওঁ মতিহাৰীৰ পৰা ৰাষ্ট্ৰীয় জনতা দলৰ টিকট লাভ কৰিছিল।[4]
২০০৯ চনত প্ৰথমবাৰৰ বাবে শ্বেওহৰ লোকসভা সমষ্টিৰ পৰা তেওঁ বিজেপিৰ পৰা টিকট লাভ কৰি ১৫ নং লোকসভালৈ নিৰ্বাচিত হৈছিল। ২০১৪ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে লোকসভালৈ (১৬ নং) নিৰ্বাচিত হৈছিল ৷ ২০১৯ চনত তৃতীয়বাৰৰ বাবে লোকসভালৈ (১৭ নং) নিৰ্বাচিত হয়। ২০১৯ চনত সমাজবাদী পাৰ্টিৰ সাংসদ আজম খানে তেওঁৰ সন্দৰ্ভত কিছুমান যৌনতাবাদী মন্তব্য কৰি বিতৰ্কৰ আৱৰ্তলৈ আহে৷ যাৰ বাবে আজম খানে ক্ষমা খুজিবলৈ বাধ্য হৈছিল।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Ramadevi". 2019. https://loksabhaph.nic.in/Members/MemberBioprofile.aspx?mpsno=3901&lastls=17.
- ↑ "Four BJP members nominated to panel of chairpersons in LS". 21 June 2019. Archived from the original on 25 October 2019. https://web.archive.org/web/20191025182223/https://www.business-standard.com/article/pti-stories/four-bjp-members-nominated-to-panel-of-chairpersons-in-ls-119062100749_1.html। আহৰণ কৰা হৈছে: 24 October 2022.
- ↑ "Member's Profile". http://164.100.47.132/LssNew/Members/Biography.aspx?mpsno=3901.
- ↑ "12th Lok Sabha Member's Profile". http://www.parliamentofindia.nic.in/ls/lok12/biodata/12bi03.htm.
- ↑ "Azam Khan says sorry for sexist remark in Lok Sabha, BJP MP Rama Devi says apology not accepted". India Today. https://www.indiatoday.in/india/story/azam-khan-lok-sabha-apology-sexist-remark-rama-devi-1574664-2019-07-29। আহৰণ কৰা হৈছে: 12 March 2021.