ৰমেন্দ্ৰ নাৰায়ণ কলিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰমেন্দ্ৰ নাৰায়ণ কলিতা অসমৰ অসম গণ পৰিষদৰ এজন ৰাজনীতিবিদ তথা এজন বিধায়ক। পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা তেওঁ ১৯৮৫ চনৰ পৰা ১৯৯৬ চনলৈ, ২০০৬, ২০১৬ আৰু ২০২১ চনত অসম বিধানসভা নিৰ্বাচনত নিৰ্বাচিত হৈছে।[1][2][3][4]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ জন্ম হয় ১৯৫৮ চনৰ ১৬ এপ্ৰিলত। তেওঁ মহেন্দ্ৰ নাথ কলিতাৰ পুত্ৰ। পেছাত ৰমেন্দ্ৰ নাৰায়ণ কলিতা এগৰাকী উকীল আছিল।[5] অধ্যাপক অজন্তা চক্ৰৱৰ্তীৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়।[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. My Neta
  2. "AGP has not drifted away from goals: Atul Bora". Archived from the original on 2018-12-07. https://web.archive.org/web/20181207145905/http://www.assamtribune.com/scripts/detailsnew.asp?id=oct1516/state053। আহৰণ কৰা হৈছে: 2022-05-23. 
  3. "Fate of sub-health centre: A mystery". Archived from the original on 2016-10-28. https://web.archive.org/web/20161028023728/http://www.sentinelassam.com/ghy_city/story.php?sec=2&subsec=4&id=284643&dtP=2016-10-17&ppr=1। আহৰণ কৰা হৈছে: 2022-05-23. 
  4. Mahanta leads comeback pack in Cong exit poll
  5. ramendra narayan kalita(winner)
  6. Ramendra Narayan Kalita from Gauhati West: Early Life, Controversy & Political Career[সংযোগবিহীন উৎস]