সমললৈ যাওক

ৰম্যা নাম্বীচান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰম্যা নাম্বীচান

২০২০ চনত ৰম্যা নাম্বীচান
জন্ম ২৪ মাৰ্চ, ১৯৮৬ (৪০ বছৰ)
ছোটানিক্কৰা, কেৰালা, ভাৰত
শিক্ষানুষ্ঠান চেইণ্ট টেৰেছাছ কলেজ, ইৰ্নাকুলাম, কেৰালা
পেচা
  • অভিনেত্ৰী
  • প্লেবেক কণ্ঠশিল্পী
  • মলীউডৰ আম্মায়ী গ্ৰুপৰ নেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০০–বৰ্তমান

ৰম্যা নাম্বীচান (ইংৰাজী: Remya Nambessan) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম আৰু তামিল চলচ্চিত্ৰত কাম কৰে। তেওঁ ৭১খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল

[সম্পাদনা কৰক]

কেৰালাৰ কোচিৰ ছোটানিক্কৰাত ৰম্যা নাম্বীচানৰ জন্ম হৈছিল।[1] তেওঁৰ পিতৃ সুব্ৰহ্মণ্যম উন্নী আৰু মাতৃ জয়শ্ৰী।[2][3] তেওঁৰ পিতৃ এগৰাকী প্ৰাক্তন থিয়েটাৰ শিল্পী আছিল, যিয়ে জুবিলী আৰু হৰিশ্ৰী আদি নাট্যদলৰ সক্ৰিয় সদস্য আছিল। তেওঁৰ ৰাহুল নামৰ এজন ভাতৃ আছে,[2] যিয়ে মালয়ালম চলচ্চিত্ৰ ফিলিপছ এণ্ড দি মাংকী পেন-ত সংগীত পৰিচালক হিচাপে আৰু তাতাতিন মৰায়তু চলচ্চিত্ৰত প্লেবেক কণ্ঠশিল্পী হিচাপে কাম কৰিছে।[4] ৰম্যায় ছোটানিক্কৰাৰ ওচৰৰ অম্বডীমালাত অৱস্থিত মহাত্মা গান্ধী পাব্লিক স্কুলত পঢ়া-শুনা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ইৰ্নাকুলামৰ চেইণ্ট টেৰেছাছ কলেজৰপৰা কমিউনিকেটিভ ইংলিছ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[5]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ৰম্যায় তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিতে সৰু সৰু সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। তাৰ ভিতৰত সত্যন অতিকাৰৰ ব্যংগাত্মক চলচ্চিত্ৰ নৰেন্দ্ৰন মকন জয়কান্তন বকা (২০০১) আৰু গ্ৰামোফোন (২০০৩) অন্যতম।

২০০৬ চনৰ চলচ্চিত্ৰ আনাচন্দম-ত তেওঁ এগৰাকী সাহসী নৃত্য শিক্ষয়িত্ৰীৰ চৰিত্ৰত প্ৰথমবাৰৰ বাবে মুখ্য ভূমিকা পালন কৰে।[6][7][8][2][9][10] [11][12][13][14][15][16]

২০১২ চনত তেওঁক বেচেলৰ পাৰ্টি চলচ্চিত্ৰত দেখা গৈছিল আৰু ইভান মেঘৰূপন (২০১২) চলচ্চিত্ৰত তেওঁ এটা বিশেষ দৃশ্যত (কেমিঅ’ অপিয়েৰেন্স) অভিনয় কৰিছিল।[14] ইয়াৰ উপৰি তেওঁ সাজি সুৰেন্দ্ৰনৰ হাস্যকৰ চলচ্চিত্ৰ হাজবেণ্ডছ ইন গোৱা (২০১২)[17] আৰু ওৰু যাত্ৰায়িল (২০১৩) চলচ্চিত্ৰত অভিনয় কৰিবলৈ চুক্তিৱদ্ধ হৈছিল।[18][19][20][21][22][23][24]

অন্যান্য কাৰ্যসূচী

[সম্পাদনা কৰক]

অভিনয় জগতত ভৰি দিয়াৰ পূৰ্বে তেওঁ এগৰাকী দূৰদৰ্শনৰ আঁতধৰোঁতা আছিল।[25][5] তেওঁ ছোটানিক্কৰা ভগৱতীৰ উদ্দেশ্যে কেইবাখনো ভক্তিগীতৰ এলবামত কণ্ঠদান কৰিছে।[2] ইয়াৰ উপৰি তেওঁ কেইখনমান মালয়ালম চলচ্চিত্ৰতো গীত গাইছে।[26][27][4][28]

ফিল্মগ্ৰাফী

[সম্পাদনা কৰক]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষচলচ্চিত্ৰচৰিত্ৰটোকা
২০০০ছায়াহ্নমঅমলাশিশু শিল্পী হিচাপে প্ৰথম চলচ্চিত্ৰ
২০০১নৰেন্দ্ৰন মকন জয়কান্তন বকাসেতুলক্ষ্মী
২০০২স্থিতিৰম্যা
২০০৩গ্ৰামোফোনসচ্চিদানন্দনৰ ভগ্নী
মীৰায়ুদে দুখভুম মুথুৱিন্তে স্বপ্নভুমঅশ্বথীৰ ভগ্নী
২০০৪পেৰুমঝাক্কালমনীলিমা
২০০৫অন্নোৰিক্কালবীণা
২০০৬আনাচন্দমগৌৰীমুখ্য চৰিত্ৰত প্ৰথম অভিনয়
২০০৭চংগাথিপূছাইন্দু শ্ৰীধৰণ নায়াৰ
পন্থা কভিমায়া
সূৰ্য কিৰীডমপূজা বিশ্বনাথন নায়াৰ
চকলেটসুজানা
অতীতমঅমৃতা
নালু পেন্নুংগলপোডিমল
২০০৮শলভমমীৰা
অন্তিপনভেট্টমবনিতা
২০০৯ নাম্মল থাম্মিলউমা
ব্লেক ডালিয়ানৃত্যশিল্পীবিশেষ দৃশ্যত উপস্থিতি
২০১১ট্ৰাফিকশ্বেতা
ছাপ্পা কুৰিশ্বছোনিয়ামনোনীত, শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা (মালয়ালম)
২০১২বেচেলৰ পাৰ্টিবিশেষ দৃশ্যত উপস্থিতি"ভিজনা সুৰভি" গীতটিত বিশেষ দৃশ্যত উপস্থিতি
ইভান মেঘৰূপনৰাজলক্ষ্মীশ্ৰেষ্ঠ মহিলা প্লেবেক কণ্ঠশিল্পীৰ ছিমা বঁটা
মনোনীত – শ্ৰেষ্ঠ মহিলা প্লেবেক কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা (মালয়ালম)
হাজবেণ্ডছ ইন গোৱাবীণা
অয়ালুম নজানুম থাম্মিলড° সুপ্ৰিয়া
২০১৩ওৰু যাত্ৰায়িলসৌমিণী শিক্ষয়িত্ৰীখণ্ড – মৰিচাভাৰুদে কাদাল
ইথু পাথিৰামনলছাৰা
ইংলিছ: এন অটাম ইন লণ্ডনগৌৰী
আপ এণ্ড ডাউন - মুকালিল ওৰালুণ্ডুকালামণ্ডলম প্ৰসন্না
পিগমেনস্নেহা
লেফ্ট ৰাইট লেফ্টজেনিফাৰ/ৰম্যা
অৰিকিল ওৰালবীণা
ফিলিপছ এণ্ড দি মাংকী পেনসমীৰা ৰয়
নাদানজ্যোতিশ্ৰেষ্ঠ অভিনেত্ৰীৰ কেৰালা চলচ্চিত্ৰ সমালোচক সংস্থা বঁটা
২০১৫লাইলা ও লাইলাৰম্যা
লুক্কা চুপ্পীৰেণুকা
জিলেবিশিল্পা
ছায়গল পাডুকায়ানুদীপা
২০১৭হানি বি ২.৫নিজেকেমিঅ’ অপিয়েৰেন্স
২০১৯ভাইৰাছৰাজী
২০২০অঞ্জাম পাথীৰাফাতিমা আনোৱাৰ
২০২২ললিতম সুন্দৰমছফিয়াডিজনী+ হটষ্টাৰত মুক্তিপ্ৰাপ্ত
পিছড° এঞ্জেল
২০২৩বি ৩২ মুথল ৪৪ বৰেমালিনী
২০২৪হাৰৰেছমামনোৰমা মেক্সত মুক্তিপ্ৰাপ্ত

অন্যান্য ভাষাৰ চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বৰ্ষচলচ্চিত্ৰচৰিত্ৰভাষাটোকা
২০০৫ওৰু নাল ওৰু কানাবুবনজাতামিলপ্ৰথম তামিল চলচ্চিত্ৰ
২০০৮অন্দমৈনা মনসুলোসন্ধ্যাতেলুগুপ্ৰথম তেলুগু চলচ্চিত্ৰ
ৰমন থেডিয়া সীতৈবিদ্যা মাণিক্কাবেলতামিল
২০০৯ছাৰাই বীৰাৰাজুধনলক্ষ্মীতেলুগু
২০১০আত্তানায়াগানৰাধিকাতামিল
২০১১ইলাইগ্ননৰম্যা
কুল্লাহনাৰি কূট্টমপ্ৰিয়া
নুব্বিলাৰাণীতেলুগু
২০১২পিজ্জাঅনুতামিল
২০১৩তেলুগাব্বাইচান্দামামাতেলুগু
২০১৪দামাল দুমেলমীৰাতামিল
২০১৫নালু পুলিচুম নল্লা ইৰুন্ধা উৰুমসুভা
২০১৬সেথুপাতিমলাৰভিঝি
ষ্টাইল কিংৰম্যাকন্নড়প্ৰথম কন্নড় চলচ্চিত্ৰ
শয়তানজয়লক্ষ্মীতামিলকেমিঅ’ অপিয়েৰেন্স
২০১৭সধ্যাশ্বেতা
২০১৮মাৰ্চুৰীঅন্ধ মানুহজনৰ পত্নীশব্দহীন
সীতাকাথীনিজেতামিল
২০১৯অগ্নি দেৱদীপা
নটপুনা এন্নানু থেৰিয়ুমাশ্ৰুতি
২০২১এন্দ্ৰাৱথু ওৰু নালৰাছাথি
প্লেন পান্নি পান্নানুমএম্বল
২০২২মাই ডিয়াৰ বুথামথিৰুনাভুকাৰাছুৰ মাতৃ
ইষ্টেটদুৰ্গা বেণুগোপাল
২০২৩বাঘীৰাবেদাবল্লী
তমিলাৰছনলীনা
ৰাথথামকীৰ্তি

ৱেব ধাৰাবাহিক

[সম্পাদনা কৰক]
বৰ্ষৱেব ধাৰাবাহিকচৰিত্ৰভাষাপ্লেটফৰ্মটোকা
২০২১নৱৰসলক্ষ্মীতামিলনেটফ্লিক্সখণ্ড° ছামাৰ অৱ ৯২[29]
২০২২কাইয়ুম কালাভুমগৃহিণীতামিলছনী লিভ
মডাৰ্ণ লাভ চেন্নাইৰেৱতীতামিলআমাজনে প্ৰাইম ভিডিঅ’৫ম খণ্ড° পৰৱৈ কূট্টীল বাঝুম মাংগল[30]
২০২৩দয়াকবিতা নাইডুতেলুগুডিজনী+ হটষ্টাৰ
২০২৪থালাইমাই চিয়ালাগমঅমুধাৱল্লীতামিলজি-ফাইভ[31]
গোলী ছ’ডা ৰাইজিংভাৰ্গৱীতামিলডিজনী+ হটষ্টাৰ[32]

দূৰদৰ্শন

[সম্পাদনা কৰক]
চৰিত্ৰঅনুষ্ঠান / কাৰ্যসূচীচেনেল
আঁতধৰোঁতাহেল্ল’, গুড ইভনিংকৈৰালী টিভি
বিচাৰক ছা ৰে গা মা পা চিনিয়ৰ্ছ - ৩ জি তামিল
ছুপাৰ ষ্টাৰ জুনিয়ৰ অমৃতা টিভি
ছেন ছিংগাৰ ছেন টিভি
টপ ছিংগাৰ ফ্লাৱাৰ্ছ টিভি
ছুপাৰ ৪ ছিজন ২ মজহাভিল মনোৰমা
ডি ৪ ডান্স, ডি ৩ ডান্স মজহাভিল মনোৰমা
ডান্সিং ষ্টাৰ্ছ ছিজন ১ এছিয়ানেট টিভি
দূৰদৰ্শন ধাৰাবাহিকপদ্মজা পদাভুকাল ইৰাংগুনু
শকু নম
আম্ৰপালী
ডিডি মালয়ালম
অতিথি কান্নি থিভু উল্লাছা উলাগম ২.০ কালাৰ্ছ তামিল
মাষ্টাৰচেফ ইণ্ডিয়া – তামিল ছেন টিভি
ছুপাৰ ৪ ছিজন ২ মজহাভিল মনোৰমা
মাম্ভাঝাম কৈৰালী টিভি

সংগীতপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষগীতচলচ্চিত্ৰভাষাটোকা
২০১২"আন্দে লেন্দে"ইভান মেঘৰূপনমালয়ালম
"ভিজনা সুৰভি"বেচেলৰ পাৰ্টি
"মুথুচিপ্পী পোলোৰু"তাতাতিন মৰায়তু
"পুদামিনি মোচে"তেলুগাব্বাইতেলুগু
২০১৩"পম্পৰা পম্পৰা পা পা"আমেনমালয়ালম
"ৰাভিন চেৰুভিল"আপ এণ্ড ডাউন: মুকালিল ওৰালুণ্ডু
"মায়ুমী"ইংলিছ: এন অটাম ইন লণ্ডন
"কানাবিল কানাবিল"অৰিকিল ওৰাল
"ফাই ফাই ফাই কালাচিফাই"পাণ্ডিয়ানাড়ুতামিলমনোনিহিত—শ্ৰেষ্ঠ মহিলা প্লেবেক কণ্ঠশিল্পীৰ ছিমা বঁটা
"বাল্যথিল নাম"ফিলিপছ এণ্ড দি মাংকী পেনমালয়ালমপ্ৰমো গীত
"মঞ্জিন কুলীৰিন"মিছ লেখা থাৰুৰ কানুম্নাথু
"মেলে ভানিলে"বাইচাইকেল থিভছ
২০১৪"পোগাথে পোগাথে"দামাল দুমেলতামিল
"ই মঝা মেঘম"ওম শান্তি ওশানামালয়ালম
২০১৫"অদিয়ে ৰথিয়ে"সগাপ্তমতামিল
"ৰাভিন নিজালোৰম"নেল্লিস্কামালয়ালম
"হিট-উ চং"সকলকলা বল্লভনতামিল
"উল্লাচগায়িকে"আদি কাপ্যাৰে কূটামণিমালয়ালম
২০১৬"মায়ুম সান্ধ্যে"আকাশবাণী
২০১৭"অক্কম পক্বম"মুন্নোডিতামিল
"ভানম্পাদিকাল"আচায়ানছমালয়ালম
২০১৮"আন্নানা পথি কভালাইল্লা"মান্নাৰ ভাগাইয়্যাৰাতামিল
"কেৰম বোৰ্ড"নটপুনা এন্নানু থেৰিয়ুমা
"কাধল কাত্তু মেৰাণ্ডি"কুথান
২০১৯"থিৰি থিৰি"ডিয়াৰ কমৰেডমালয়ালম'ডিয়াৰ কমৰেড' তেলুগু চলচ্চিত্ৰৰ মালয়ালম ডাবড সংস্কৰণ
২০২০ "আল্লোলা কাল্লোলাম" প্লেন পান্নি পান্নানুম তামিল
"ওৰু ভেনাল কাট্টু"ওৰু নুৰুংগু চামচায়ামমালয়ালম
"কানমণি আনবোডু" টাইম আপ তামিল
২০২১"থিৰুপ্পাভাই"মাৰ্গঝি থিংগলমিউজিক ভিডিঅ’
"কথা পাডু"আনুম পেন্নুমমালয়ালম
"ৰা থিংকালিন"হোম
"ও চোল্লুন্নো ও ও চোল্লুন্নো"পুষ্পা: দি ৰাইজমালয়ালম'পুষ্পা: দি ৰাইজ' তেলুগু চলচ্চিত্ৰৰ মালয়ালম ডাবড সংস্কৰণ
২০২২"আইচাক্কা আইচাক্কা"মাই ডিয়াৰ লিছাতামিল
২০২৫"ৰাভে ৰাভে বাংগনাপল্লী"কুত্ৰম থাভিৰতামিল

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Remya Nambessan News | Latest News of Remya Nambeesan". The Times of India. https://timesofindia.indiatimes.com/topic/Remya-Nambessan.
  2. 1 2 3 4 Sathyendran, Nita (7 April 2011). "Dream run". The Hindu. Archived from the original on 15 April 2023. https://web.archive.org/web/20230415134124/https://www.thehindu.com/features/cinema/Dream-run/article14674147.ece.
  3. ↑ "Actress Remya Nambessan Biography – Filmography | Actress Remya Nambessan". www.remyanambeesan.com. Archived from the original on 26 January 2011. https://web.archive.org/web/20110126030516/http://www.remyanambeesan.com/12-actress-remya-nambeesan-biography-filmography/। আহৰণ কৰা হৈছে: 8 August 2026.
  4. 1 2 "Ramya Nambeesan on a singing spree!". The Times of India. 8 February 2012. https://timesofindia.indiatimes.com/entertainment/music/news-and-interviews/Remya-Nambeesan-on-a-singing-spree/articleshow/11805410.cms.
  5. 1 2 Sahacevan, Rajini V. (30 September 2006). "A different act". The Hindu. https://www.thehindu.com/todays-paper/tp-features/tp-metroplus/a-different-act/article3200488.ece.
  6. ↑ "Aanachandam is watchable". Rediff. 7 August 2006. http://www.rediff.com/movies/2006/aug/07aan.htm। আহৰণ কৰা হৈছে: 14 July 2011.
  7. ↑ "Movie Review:Changathi Poocha". Sify. Archived from the original on 20 August 2015. https://web.archive.org/web/20150820134347/http://www.sify.com/movies/changathi-poocha-review-malayalam-14381886.html। আহৰণ কৰা হৈছে: 14 July 2011.
  8. ↑ "Panthayakozhi is a big let down". Rediff. http://www.rediff.com/movies/2007/apr/16sspant.htm। আহৰণ কৰা হৈছে: 14 July 2011.
  9. ↑ "Chat with actor Jayasurya". Rediff. http://www.rediff.com/movies/2007/oct/30jaya.htm। আহৰণ কৰা হৈছে: 14 July 2011.
  10. ↑ "Movie Review:Nammal Thammil". Sify. Archived from the original on 15 August 2015. https://web.archive.org/web/20150815211724/http://www.sify.com/movies/nammal-thammil-review-malayalam-14876596.html। আহৰণ কৰা হৈছে: 12 July 2012.
  11. ↑ "Being sexy is not easy: Ramya Nambeesan". দ্য টাইমছ অৱ ইণ্ডিয়া. 10 February 2012. https://timesofindia.indiatimes.com/entertainment/regional/news-interviews/Being-sexy-is-not-easy-Remya-Nambeesan/articleshow/11834409.cms.
  12. ↑ "I'm happy to do key roles: Remya Nambeesan". দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ. 18 June 2012. Archived from the original on 24 October 2013. https://web.archive.org/web/20131024062137/http://newindianexpress.com/entertainment/malayalam/article425051.ece। আহৰণ কৰা হৈছে: 12 July 2012.
  13. ↑ "Deccan ChronicleHyderabad Chronicle". Archived from the original on 26 November 2023. https://web.archive.org/web/20231126100943/https://www.deccanchronicle.com/tabloid/kochi/%27risque%27-taking-remya-nambeesan-373। আহৰণ কৰা হৈছে: 8 August 2026.
  14. 1 2 "I've no regrets: Ramya Nambeesan". দ্য টাইমছ অৱ ইণ্ডিয়া. 7 October 2011. https://timesofindia.indiatimes.com/entertainment/regional/news-interviews/Ive-no-regrets-Remya-Nambeesan/articleshow/10266145.cms.
  15. ↑ "Review: Kullanari Koottam's a feel-good love story". Rediff. 28 March 2011. http://www.rediff.com/movies/report/south-review-kullanari-koottam/20110328.htm। আহৰণ কৰা হৈছে: 12 July 2012.
  16. ↑ Chowdhary, Y Sunita (5 November 2011). "Youngsters get a boost". দ্য হিন্দু (Chennai, India). Archived from the original on 20 July 2012. https://web.archive.org/web/20120720210523/http://www.thehindu.com/arts/cinema/article2600879.ece.
  17. ↑ "Remya Nambeesan: Sauve, stylish and sexy". The Times of India. 11 January 2012. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/remya-nambeesan-sauve-stylish-and-sexy/articleshow/11447100.cms। আহৰণ কৰা হৈছে: 8 August 2026.
  18. ↑ "Vineeth Kumar turns 70!". দ্য টাইমছ অৱ ইণ্ডিয়া. 4 March 2012. https://timesofindia.indiatimes.com/entertainment/regional/news-interviews/Vineeth-Kumar-turns-70/articleshow/12123716.cms.
  19. ↑ "Interview with Remya Nambeesan". 27 March 2014. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/interview-with-remya-nambeesan/articleshow/32730464.cms.
  20. ↑ "Happy being single for now: Remya Nambeesan". 23 February 2016. https://www.deccanchronicle.com/entertainment/kollywood/230216/happy-being-single-for-now-remya-nambeesan.html.
  21. ↑ "Remya Nambeesan, the Sethupathi girl who emotes through her heart". হিন্দুস্তান টাইমছ. March 2016. https://www.hindustantimes.com/regional-movies/remya-nambeesan-the-sethupathi-girl-who-emotes-through-her-heart/story-gC2vVwtaRoQFbQujUGLedI.html.
  22. ↑ "Making a Stylish Kannada Debut". 3 May 2016. https://www.newindianexpress.com/entertainment/kannada/2016/may/03/making-a-stylish-kannada-debut-931956.html.
  23. ↑ "Sibi Sathyaraj and Remya Nambeesan team up once again". 22 March 2019. https://indianexpress.com/article/entertainment/tamil/sibi-sathyaraj-and-remya-nambeesan-team-up-once-again-5637735/.
  24. ↑ "Remya Nambeesan denies wedding rumours". https://english.mathrubhumi.com/movies-music/movie-news/remya-nambeesan-denies-wedding-rumours-1.4364653। আহৰণ কৰা হৈছে: 4 November 2021.
  25. ↑ "Ramya Nambeesan croons for Gopi Sunder". দ্য টাইমছ অৱ ইণ্ডিয়া. https://timesofindia.indiatimes.com/entertainment/regional/malayalam/news-and-interviews/Remya-Nambeesan-croons-for-Gopi-Sunder/articleshow/20085115.cms.
  26. ↑ Priya Sreekumar DC Kochi (15 February 2012). "Ramya Nambeeshan's new role offscreen". Deccan Chronicle. Archived from the original on 16 February 2012. https://web.archive.org/web/20120216025211/http://www.deccanchronicle.com/tabloid/kochi/remya-nambeeshan%E2%80%99s-new-role-offscreen-553। আহৰণ কৰা হৈছে: 12 July 2012.
  27. ↑ "A new singing star". Deccan Chronicle. 15 November 2013. http://www.deccanchronicle.com/131115/entertainment-mollywood/article/new-singing-star.
  28. ↑ Nagarajan, Saraswathy (19 April 2013). "Up on cloud nine". দ্য হিন্দু (Chennai, India). http://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/up-on-cloud-nine/article4631656.ece.
  29. ↑ "Ramya Nambeesan opens up about working with Priyadarshan in Netflix anthology, 'Navarasa'" (en ভাষাত). https://freepressjournal.in.
  30. ↑ "Modern Love Chennai to premiere on Prime Video on May 18. See poster" (en ভাষাত). ইণ্ডিয়া টুডে. 8 May 2023. https://www.indiatoday.in/binge-watch/story/modern-love-chennai-to-premiere-on-prime-video-on-may-18-see-poster-2376338-2023-05-08। আহৰণ কৰা হৈছে: 17 May 2023.
  31. ↑ B, Jayabhuvaneshwari (2024-05-18). "'Thalaimai Seyalagam' series review: Commendable writing in this complex tale of power play" (en ভাষাত). দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ. https://www.newindianexpress.com/entertainment/review/2024/May/18/thalaimai-seyalagam-series-review-commendable-writing-in-this-complex-tale-of-power-play। আহৰণ কৰা হৈছে: 2024-05-18.
  32. ↑ Features, C. E. (2024-09-04). "Goli Soda Rising Trailer: The Koyambedu boys are back" (en ভাষাত). চিনেমা এক্সপ্ৰেছ. https://www.cinemaexpress.com/tamil/news/2024/Sep/04/goli-soda-rising-trailer-the-koyambedu-boys-are-back। আহৰণ কৰা হৈছে: 2024-09-22.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]