ৰাংঘাৰ (সম্প্ৰদায়)
অৱয়ব
| ৰংঘুৰ মহোমেদান (পূৰ্বৰ ৰাজপুত), হিছাৰৰ চুমনেউছ খান। |
| উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ |
|---|
|
| ভাষাসমূহ |
| ধৰ্ম |
|
ইছলাম |
ৰাংঘাৰসকল ভাৰতৰ হাৰিয়ানা, পঞ্জাৱ, হিমাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশ ৰাজ্য আৰু দিল্লীৰ কেন্দ্ৰীয় শাসিত অঞ্চল;[1] আৰু পাকিস্তানৰ সিন্ধ (মুহাজিৰ) আৰু পঞ্জাৱত থকা মুছলমান ৰাজপুতৰ এটা সম্প্ৰদায়।[2]
ইতিহাস আৰু উৎপত্তি
[সম্পাদনা কৰক]ব্ৰিটিছ ৰাজ প্ৰশাসনে ৰাংঘাৰক "কৃষি জনজাতি" হিচাপে শ্ৰেণীভুক্ত কৰিছিল। ইয়াক প্ৰায়ে যুঁজাৰু জাতিৰ শ্ৰেণীবিভাজনৰ সমাৰ্থক বুলি ধৰা হৈছিল আৰু কিছুমান ৰাংঘাৰক ব্ৰিটিছ ভাৰতীয় সেনাবাহিনীত নিযুক্তি দিয়া হৈছিল,[3] বিশেষকৈ স্কিনাৰ্ছ হৰ্চত।[4]
-
স্কিনাৰ্ছ হৰ্চৰ ২য় ৰেজিমেণ্ট
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Ashok Pratap Singh and Pratija Kumari (2007). Psychological implications in Industrial Performance. পৃষ্ঠা. 694–696. ISBN 9788182202009. https://books.google.com/books?id=MHNsxbiEM4UC&q=ranghar+Community&pg=PA694.
- ↑ Singh, S.; Haryana (India). Gazetteers Organisation (2001). Haryana State Gazetteer: Lacks special title. Gazetteer of India. Haryana Gazetteers Organisation, Revenue Department. https://books.google.com/books?id=kYsMAQAAMAAJ.
- ↑ Mazumder, Rajit K. (2003). The Indian Army and the Making of Punjab. Orient Longman. পৃষ্ঠা. 105. ISBN 978-81-7824-059-6. https://books.google.com/books?id=O4Wop9vwS9sC.
- ↑ Sumit Walia (2021). Unbattled Fears: Reckoning the National Security. পৃষ্ঠা. 125. ISBN 9788170623311. https://books.google.com/books?id=fWEeEAAAQBAJ&dq=skinner%27s+horse+muslims+delhi&pg=PA125.