ৰাইকমল
ৰাইকমল | |
---|---|
পৰিচালক | সুবোধ মিত্ৰ |
ৰচনা | তাৰশংকৰ বেনাৰ্জী |
চিত্ৰনাট্য | বিনয় চেটাৰ্জী (চিত্ৰনাট্য আৰু সংলাপ) |
কাহিনী | তাৰশংকৰ বেনাৰ্জী |
অভিনয়ত | উত্তম কুমাৰ সাবিত্ৰী চেটাৰ্জী ছবি বিশ্বাস অসিত বৰণ |
চিত্ৰগ্ৰহণকাৰী | অমুল্য মুখাৰ্জী |
সম্পাদনা | সুবোধ মিত্ৰ |
সংগীত পৰিচালক | পংকজ কুমাৰ মল্লিক |
প্ৰযোজনা কোম্পানী |
আৰোৰা ফিল্মছ কৰ্পোৰেচন লিঃ |
পৰিবেশক | আৰোৰা ফিল্মছ কৰ্পোৰেচন লিঃ |
মুক্তি |
৮ মাৰ্চ ১৯৫৫ |
দৈৰ্ঘ্য |
১১৬ মিনিট |
দেশ | ভাৰত |
ভাষা | বঙালী |
ৰাইকমল (ইংৰাজী: Raikamal ) সুবোধ মিত্ৰ পৰিচালিত এখন বঙালী নাট্যধৰ্মী চলচ্চিত্ৰ। অভিনয় কৰিছে উত্তম কুমাৰ, সাবিত্ৰী চেটাৰ্জী, কাবেৰী বসু, চন্দ্ৰাৱতী দেৱী আদিয়ে। সংগীত ৰচনা পংকজ কুমাৰ মল্লিকৰ। গীতৰ কথা অতুলপ্ৰসাদ সেন, তাৰাশংকৰ বন্দোপাধ্যায়, শৈলেন ৰায়ে লিখিছে। ছবিখন ১৯৫৫ চনৰ ৮ মাৰ্চত মুক্তি পাইছিল।[1] ইয়াত কাবেৰী বসুৰ অভিষেক ঘটিছিল। আৰোৰা ফিল্ম কৰ্পৰেশ্যনৰ অধীনত উত্তম কুমাৰৰ এইখন প্ৰথম কাম আৰু ৰাইকমলক উত্তম কুমাৰ অভিনীত আৰু বঙালী চলচ্চিত্ৰৰ প্ৰাৰম্ভিক পৰ্যায়ৰ অন্যতম শ্ৰেষ্ঠ ছবি হিচাপে স্মৰণ কৰা হয়। ছবিখনে বক্স অফিচত ছবিখনে সমালোচকৰ প্ৰশংসা পোৱাৰ সমান্তৰালভাবে বক্স অফিচতো বিপুল সফলতা লাভ কৰে।[2] বিদেশী টেলিভিছনত প্ৰদৰ্শিত প্ৰথম ভাৰতীয় ছবি হিচাপে ইয়াক এক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়।[3]
কাহিনীৰ সাৰাংশ
[সম্পাদনা কৰক]ৰাইকমল কৃষ্ণৰ ভক্ত। ৰাই আৰু ৰঞ্জনৰ মাজত সৰুৰে পৰা ভালপোৱা। দুয়ো বিয়া হ’ব বিচাৰে যদিও দুয়োজনে বেলেগ বেলেগ জাতিৰ বাবে তেওঁলোক বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।
বঁটা
[সম্পাদনা কৰক]- ৩য় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৫৫)
- শ্ৰেষ্ঠ বঙালী পূৰ্ণদৈৰ্ঘ্য ছবি (চাৰ্টিফিকেট অফ মেৰিট)[4]
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ "Raikamal". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/bengali/movie-details/raikamal/movieshow/66880550.cms.
- ↑ সংবাদদাতা, নিজস্ব (2023-03-13). "পৰ্ব-২৭: আপন হতে আপনজন 'ৰাইকমল'" (en-US ভাষাত). সময় Updates. https://samayupdates.in/uttam-kumar-special-story/legendary-actor-uttam-kumar-exclusive-features_part-27/#google_vignette। আহৰণ কৰা হৈছে: 2025-03-27.
- ↑ সংবাদদাতা, নিজস্ব (2023-03-13). "পৰ্ব-২৭: আপন হতে আপনজন 'ৰাইকমল'" (en-US ভাষাত). সময় Updates. https://samayupdates.in/uttam-kumar-special-story/legendary-actor-uttam-kumar-exclusive-features_part-27/#google_vignette। আহৰণ কৰা হৈছে: 2025-03-27.
- ↑ "3rd National Film Award". http://dff.nic.in/images/Documents/111_3rdNfacatalogue.pdf.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Raikamal সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।