ৰাগবী ফুটবল
অৱয়ব
![]() | |
সৰ্বোচ্চ পৰিচালনা সংস্থা | World Rugby |
---|---|
প্ৰথমবাৰ খেলা হয় | ১৯শ শতিকা, ইংলেণ্ড |
বৈশিষ্ট্য | |
সংস্পৰ্শ | উচ্চ |
দলৰ সদস্য | প্ৰতি দলে ১৫ (ইউনিয়ন) বা ১৩ (লীগ)জন খেলুৱৈ |
খেলৰ স্থান | ৰাগবী খেলপথাৰ |
অলিম্পিক | হয় (Sevens ৰূপত, ২০১৬ চনৰ পৰা) |
ৰাগবী ফুটবল হৈছে এটি উচ্চ সংস্পৰ্শধৰ দলগত ক্ৰীড়া, যি মূলতে বলক আগবঢ়াই প্ৰতিপক্ষৰ গ'ললাইন পাৰ কৰাই পইণ্ট সংগ্ৰহ কৰাৰ উদ্দেশ্যে খেল হয়। ই মূলতঃ দুটা শাখাত বিভক্ত — ৰাগবী ইউনিয়ন (প্ৰতিটো দলত ১৫জনকৈ খেলুৱৈ) আৰু ৰাগবি লীগ (প্ৰতিটো দলত ১৩জনকৈ খেলুৱৈ)। এই খেল * নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, ফ্ৰান্স, ফিজি আদি দেশত জনপ্ৰিয়।
ইতিহাস
[সম্পাদনা কৰক]ৰাগবি ফুটবল ১৯শ শতিকাৰ আৰম্ভণিতে ইংলেণ্ডৰ ৰাগবি স্কুলত উদ্ভৱ হৈছিল। কাহিনী মতে, ১৮২৩ চনত উইলিয়াম ৱেব এলিছ নামৰ এজন ছাত্ৰে ফুটবল খেলি থাকোঁতে বলটো হাতে ধৰি দৌৰিছিল—এই ঘটনাই ৰাগবিৰ সূচনা কৰিছিল বুলি বিশ্বাস কৰা হয়।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "The History of Rugby". World Rugby Museum. https://www.world.rugby/museum/history-of-rugby। আহৰণ কৰা হৈছে: 2025-06-16.[সংযোগবিহীন উৎস]