সমললৈ যাওক

ৰাগ ঐনিতম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৰাগ ঐনিতম (RAAG OINITOM)ৰ পৰা পুনঃনিৰ্দেশিত)
ৰাগ ঐনিতম
স্থানীয় নাম দীপজ্যোতি বৰা
জন্ম ২২ জুলাই
গুৱাহাটী, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেতা, মডেল
ধৰ্ম হিন্দু

ৰাগ ঐনিতম (ইংৰাজী: Raag Oinitom) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা আৰু মডেল। তেওঁ অসমীয়া ধাৰাবাহিক ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে। তেওঁ অভিনয় কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত জীৱন বাটৰ লগৰী (চলচ্চিত্ৰ), জেতুকা পাতৰ দৰে (চলচ্চিত্ৰ) অন্যতম। তেওঁ ৫০খনৰো ওপৰত VCD-ত অভিনয় কৰিছে আৰু অভিনয় কৰা VCD-সমূহৰ ভিতৰত কেইখনমান হ’ল জানমণি, জোনবাই, আগোমাই, অঞ্জনা, মৰমজান, অচিনাকী মন, পখিলা, বহাগৰ নাচনী, "মা কামাখ্যা, "ঝুমকা ইত্যাদি৷

দেউতাকৰ চৰকাৰী চাকৰিৰ বাবে দেউতাকৰ ঠাই দিনত ৰাগে এখন স্কুলত পঢ়িব পৰা নাছিল৷ ৰাগে প্ৰথমাৱস্থাত কাৰ্বি আংলংৰ JIRIKINI L.P SCHOOL-ৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে আৰু ক্ৰমে বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মৰিগাঁও মহাবিদ্যালয় পৰা শিক্ষা গ্ৰহণ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]


চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বছৰচলচ্চিত্ৰচৰিত্ৰপৰিচালকটোকা
২০০৭তোমাৰ বাবেউৎপল দাসপ্ৰথম চলচিত্ৰ
২০০৯জীৱন বাটৰ লগৰীমহেন তিমথি দাস সান্সে
২০১১জেতুকা পাতৰ দৰে (চলচ্চিত্ৰ)যদুমণি দত্তৰাষ্ট্ৰীয় বঁটা বিজয়ী
২০১১তোমাৰ খবৰৰাজীব বৰা
২০১৩বাঁকৰ পুতেকচন্দ্ৰ মুদৈ
২০১৪জিলমিল জোনাকশিবানন বৰুৱা
২০১৫আৰোহীঅৰূপ মান্না
২০১৬সাত নম্বৰৰ সন্ধানতআব্দুল মজিদ
২০১৮অজানিতে মনে মনে

উপকুল বৰদলৈ

২০২২গংগা-এখনি বোৱঁতী হিয়াউকীলমনি সিংহা
২০২২ৰণপুলিচ অফিচাৰব্ৰজেন বৰা
২০২৫ঝংকাৰহেম চন্দ্ৰ বৰা
TBAৰাজা ৰামDual RoleAs a Director Debut

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]
বৰ্ষ পুৰস্কাৰ চলচ্চিত্ৰ মনোনয়ন ফলাফল
২০১১ প্ৰাগ চিনে এৱৰ্ড জেতুকা পাতৰ দৰে শ্ৰেষ্ঠ অভিনেতা মনোনীত

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]