সমললৈ যাওক

ৰাজদ্বীপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজদ্বীপ
জন্ম ১৯৮৬, ২০ ছেপ্তেম্বৰ
নগাঁও
পেচা নাট্যকাৰ, গীতিকাৰ, লেখক, সমালোচক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা অৰ্থনীতি স্নাতকোত্তৰ
উল্লেখনীয় কৰ্মৰাজি MTV Dewarist Memories, খেল-দি গেম, পখী পখী মন মোৰ, বনৰীয়া, বেকাৰ বাহুবলী, প্ৰতিঘাত
ৱেবছাইট http://www.rajdweep.com/

ৰাজদ্বীপ অসমৰ এজন সাংবাদিক। অসমীয়া দৈনিক বাতৰি কাকত অসমীয়া খবৰত কৰ্মৰত ৰাজদ্বীপ সাংবাদিকতাৰ উপৰিও নাটক, চিত্ৰনাট্য ৰচনা আৰু সংগীত ৰচনাৰ লগত জড়িত।

ৰাজদ্বীপে কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।

কৰ্মৰাজি

[সম্পাদনা কৰক]
বৰ্ষগীতএলবামসংযোগ
২০১৫আকাশ চুব খোজোঁ [1]আকাশ চুব খোজোঁ"IMDB". http://www.imdb.com/name/nm7376968/?ref_=tt_ov_wr. 

নাট্যকাৰ

[সম্পাদনা কৰক]
বৰ্ষনাটকভ্ৰাম্যমাণ দলটিপ্পনী
২০১৪আকৌ এদিনহেঙুল থিয়েটাৰনাট্যকাৰ ৰূপে আত্মপ্ৰকাশ
২০১৫বলিয়া কৃষ্ণ [2]হেঙুল থিয়েটাৰ"www.assamportal.com". Archived from the original on 2016-11-15. https://web.archive.org/web/20161115025608/http://www.assamportal.com/boliya-krishna-new-play-at-hengool-theatre/ আহৰণ কৰা হৈছে: 2016-11-06. 
২০১৫যুঁজ (সম্পাদনা)হেঙুল থিয়েটাৰ
২০১৬ব্ৰেকিং নিউজকহিনুৰ থিয়েটাৰ
২০১৬বনৰীয়াহেঙুল থিয়েটাৰ
২০১৬বেকাৰ বাহুবলীহেঙুল থিয়েটাৰ
২০১৬বেতাল পুলিছথিয়েটাৰ ভাগ্যদেৱী
২০১৬বেষ্ট অফ লাককহিনুৰ থিয়েটাৰ
২০১৭বিন্দাছচিৰঞ্জীৱ থিয়েটাৰ
২০১৭বলিয়া দৌপদীহেঙুল থিয়েটাৰ

চিত্ৰনাট্য

[সম্পাদনা কৰক]
বৰ্ষবোলছবিপৰিচালকসংযোগ
২০১৫খেল-দি গেম [3]অশোক কুমাৰ বিযয়া"IMDB". http://www.imdb.com/title/tt6201216/?ref_=nm_knf_t1. 

গীতিকাৰ

[সম্পাদনা কৰক]
বৰ্ষবোলছবিসংগীতকাৰটিপ্পনী
২০১৪ৰ'দ্‌যতীন শৰ্মা
ৰাগ
চিঞৰ
২০১৫অহেতুক
২০১৬দুৰণিৰ নিৰলা পজা
২০১৬বহ্নিমানযতীন শৰ্মা
২০১৭দুৰ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "IMDB". http://www.imdb.com/name/nm7376968/?ref_=tt_ov_wr আহৰণ কৰা হৈছে: 30 October 2016.
  2. "www.assamportal.com". Archived from the original on 15 November 2016. https://web.archive.org/web/20161115025608/http://www.assamportal.com/boliya-krishna-new-play-at-hengool-theatre/ আহৰণ কৰা হৈছে: 06 November 2016.
  3. "IMDB". http://www.imdb.com/title/tt6201216/?ref_=nm_knf_t1 আহৰণ কৰা হৈছে: 06 November 2016.