ৰাজবংশী
অৱয়ব
(ৰাজবংশী জাতিৰ পৰা পুনঃনিৰ্দেশিত)
ৰাজবংশী বুলিলে তলত উল্লেখিত বিষয়বোৰ বুজাব পাৰে:
- কোচ ৰাজবংশী জনগোষ্ঠী, দক্ষিণ এছিয়াৰ এটা জাতিগত গোট।
- ৰাজবংশী ভাষা (নেপাল), নেপালত কথিত এটা ইণ্ডো-আৰ্য ভাষা, যি উক্ত জাতিগত গোটৰ লগত ঘনিষ্ঠভাৱে সম্পৰ্কিত।
- কোচ ৰাজবংশী ভাষা, ইণ্ডো-আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্গত এটা ভাষা। যাক ৰাজবংশী, কামতাপুৰী, ৰংপুৰী আদি নামেৰেও জনা যায়।
অন্য পৃষ্ঠাবোৰো চাওক
[সম্পাদনা কৰক]- ৰাজবংশী দেৱী (১৮৮৬–১৯৬২), ভাৰতৰ প্ৰথম প্ৰথম মহিলা (First Lady of India)
- প্ৰিয়া ৰাজবংশী বা প্ৰিয়া ৰাজবংশ (১৯৩৬–২০০০), ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী