ৰাজমা
অৱয়ব
ৰুটিৰ সৈতে ৰাজমা | |
| অন্য নাম | লাল লোবিয়া |
|---|---|
| উৎপত্তিৰ স্থান | ভাৰতীয় উপমহাদেশ |
| অঞ্চল | ভাৰত, নেপাল আৰু পাকিস্তান[1] |
| সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন | ভাৰত |
| মুখ্য উপাদান | কিডনী বীন |
| ১০০ গ্ৰাম সিজোৱা ৰাজমা বীনত ১৪০ কিলোকেলৰি | |

ৰাজমা[2] [raːdʒmaː] (হিন্দী: राजमा, নেপালী: राजमा, উৰ্দু: راجমা), যাক ৰাজমাহ, ৰাজমা বা লাল লোবিয়া বুলিও কোৱা হয়, ভাৰতীয় উপমহাদেশৰ পৰা উৎপত্তি হোৱা নিৰামিষ খাদ্য, বহু ভাৰতীয় গোটা মছলাৰ সৈতে ডাঠ গ্ৰেভিত ৰঙা কিডনী বীনৰে গঠিত আৰু সাধাৰণতে ভাতৰ সৈতে পৰিবেশন কৰা হয়। উত্তৰ ভাৰত, নেপাল আৰু পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ ই নিয়মীয়া খাদ্যৰ অংশ।[1] মেক্সিকোৰ পৰা ৰঙা কিডনী বীন ভাৰত উপমহাদেশলৈ অনাৰ পিছত এই খাদ্যৰ বিকাশ ঘটিছিল।[3] ৰাজমা চাৱল হৈছে গৰম ভাতৰ লগত পৰিবেশন কৰা কিডনী বিন।
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Hallinan, Bridget (4 June 2021). "Use Leftover Rajma to Make These Kidney Bean Curry Burgers and Tacos" (English ভাষাত). Food & Wine. https://www.foodandwine.com/cooking-techniques/chitra-agrawal-rajma-burgers-tacos। আহৰণ কৰা হৈছে: 2 July 2021. "In this week's installment of Chefs at Home, Chitra Agrawal-co-founder of Brooklyn Delhi and cookbook author-starts off by showing how to make rajma, a North Indian and Pakistani kidney bean curry that she learned from her father."
- ↑ "Gogji Razma (Kidney Beans with Turnips)". Jagalbandi. http://jugalbandi.info/2007/12/gogji-razma-kidney-beans-with-turnips/। আহৰণ কৰা হৈছে: 2009-07-07.
- ↑ "Rajma, rice and calories". The Hindu (Chennai, India). 22 September 2003. Archived from the original on 11 October 2003. https://web.archive.org/web/20031011132408/http://www.hindu.com/mp/2003/09/22/stories/2003092200470400.htm.