সমললৈ যাওক

ৰাজশ্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজশ্ৰী
জন্ম কুসুম কুমাৰী[1]
এলুৰু, গোদাৱৰী জিলা, মাদ্ৰাচ প্ৰেচেডেঞ্চি (বৰ্তমান অন্ধ্ৰপ্ৰদেশত)
অন্য নাম ৰাজশ্ৰী, গ্ৰেচী, ৰাজশ্ৰী টি
পেচা অভিনেত্ৰী, শাস্তৃয় নৃত্যংগনা
সক্ৰিয় হৈ থকা সময় ১৯৫৬-১৯৭৯
দাম্পত্যসঙ্গী থোটা পঞ্চজন্যম (বি. ১৯৭৫; মৃ. ১৯৮৩)
সন্তান ১ পুত্ৰ (b.1979)

ৰাজশ্ৰী থোটা পঞ্চজন্যম [2] (জন্ম: কুসুম কুমাৰী; ইংৰাজী: Rajasree) ১৯৫৬ চনৰ পৰা ১৯৭৯ চনলৈকে সক্ৰিয় এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি ৰাজশ্ৰী নামেৰেও খ্যাত। তেওঁক এন টি ৰামাৰাও আৰু টেদাপল্লী লক্ষীকান্ত ৰামাৰাওৰ বিপৰীতে বহু কেইখন লোকগাথা আধাৰিত তেলুগু ছবিত ৰাজকুমাৰীৰ চৰিত্ৰ আৰু লগতে ৰবিচন্দ্ৰনৰ বিপৰীতে তামিল কমেডী ছবি নিয়ুম নানুম, কধলিক্কা নেৰাম ইল্লাই আৰু দিল্লী মাপিলাইত অভিনয় কৰাৰ বাবে জনা যায়। তামিল ভাষাৰ সামাজিক ছবিত ৰাজশ্ৰীৰ ভূমিকাসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল, তেলেগু ভাষাৰ প্ৰেমিঞ্চি চৌডুৰ ৰিমেক তামিল হিট কমেডী ছবি কাধালিক্কা নেৰমিল্লাইত নিম্মি চৰিত্ৰ। কুঞ্চকোৰ দ্বাৰা পৰিচালিত প্ৰথম ছবি ভাৰ্যাৰ (১৯৬২) পৰা আৰম্ভ কৰি তেওঁৰ কৰ্মজীৱনত যিমান মালয়ালম ছবিত অভিনয় কৰিছে, তাৰ ভিতৰত গ্ৰেচিৰ চৰিত্ৰটোৰ ক্ষেত্ৰত কৃতিত্ব দিয়া হয়। ৰাজশ্ৰীয়ে ১৯৫৬ চনৰ আৰম্ভণিৰ পৰা ১৯৭৯ চনলৈকে তেলেগু, তামিল, কানাড়া, মালয়ালম আৰু হিন্দী আদি ভাষাসমূহত ২০০ খন ছবিত অভিনয় কৰিছে। [3] [4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Wa
  2. "Sengamala Theevu". cinestaan.com. https://www.cinestaan.com/movies/sengamala-theevu-24357/cast-crew। আহৰণ কৰা হৈছে: 7 January 2018. 
  3. "Kalavari Kutumbam (1972)". Indiancine.ma. https://indiancine.ma/PBJ/info। আহৰণ কৰা হৈছে: 18 April 2023. 
  4. (en ভাষাত) Pattindalla Bangaram (1971), https://letterboxd.com/film/pattindalla-bangaram/, আহৰণ কৰা হৈছে: 3 February 2024 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]