ৰাজশ্ৰী (অভিনেত্ৰী)
ৰাজশ্ৰী | |
---|---|
![]() ১৯৬৬ চনত ৰাজশ্ৰী | |
জন্ম | ৰাজশ্ৰী শান্তাৰাম ০৮ অক্টোবৰ, ১৯৪৪ (৮০ বছৰ) বোম্বে, ব্ৰিটিছ ভাৰত |
নাগৰিকত্ব | আমেৰিকান |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৫৪ ১৯৬১-১৯৭৩ |
দাম্পত্যসঙ্গী | গ্ৰেগ ছেপমেন (বি. ১৯৬৭) |
পিতৃ-মাতৃ | ভি শান্তাৰাম (পিতৃ) জয়শ্ৰী (মাতৃ) |
সন্তান | ১ |
ৰাজশ্ৰী শান্তাৰাম (ইংৰাজী: Rajashree Shantaram ; জন্ম: ৮ অক্টোবৰ ১৯৪৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু তেওঁ ৰাজশ্ৰী নামেৰেও পৰিচিত। জানোৱাৰ আৰু ব্ৰহ্মচাৰী ছবিৰ কামৰ বাবে তেওঁ অধিক পৰিচিত।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]ৰাজশ্ৰী প্ৰশংসিত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ভি শান্তাৰাম আৰু তেওঁৰ দ্বিতীয় পত্নী অভিনেত্ৰী জয়শ্ৰীৰ কন্যা। তেওঁৰ ভাতৃ কিৰণ শান্তৰাম মুম্বাইৰ প্ৰাক্তন শ্বেৰিফ আছিল।
ৰাজ কাপুৰৰ সৈতে আমেৰিকাত এৰাউণ্ড দ্য ৱৰ্ল্ড ছবিৰ শ্বুটিং কৰি থাকোঁতে আমেৰিকাৰ ছাত্ৰ গ্ৰেগ চেপমেনক লগ পাইছিল। তিনি বছৰৰ পাছত ১৯৬৭ চনৰ ২৮ নৱেম্বৰত এটা পাঁচদিনীয়া ভাৰতীয় অনুষ্ঠানত দুয়োৰে বিবাহ হয় আৰু স্বামীৰ সৈতে আমেৰিকাত স্থায়ীভাৱে থাকিবলৈ যায়।[1] তেওঁলোক লছ এঞ্জেলছত থাকে আৰু তেওঁলোকৰ এজনী কন্যা আৰু।[1][2][3]
যোৱা ৩০ বছৰ ধৰি আমেৰিকাত থাকি স্বামীৰ সৈতে অতি সফল কাপোৰৰ ব্যৱসায় চলাই আহিছে, তথাপিও ছবিৰ প্ৰতি আগ্ৰহ বজাই ৰাখিছে। হেক-অ'-লেণ্টাৰন, টেইণ্টেড লাভ আৰু মনচুনৰ সহকাৰী পৰিচালক হিচাপে কাম কৰা ছানীয়ে "অশোক বাই এনাদাৰ নেম" শীৰ্ষক এটা শিশু ভিডিঅ'ত নেৰেচন কৰিছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Actress Rajshree Honored by Jain Group". India West. 2013-03-11. Archived from the original on 15 May 2013. https://web.archive.org/web/20130515095515/http://www.indiawest.com/news/9549-actress-rajshree-honored-by-jain-group.html। আহৰণ কৰা হৈছে: 5 May 2013.
- ↑ The Hindu Weekly Review. K. Gopalan. January 1968. পৃষ্ঠা. 18. https://books.google.com/books?id=2q05AQAAIAAJ। আহৰণ কৰা হৈছে: 5 May 2013.
- ↑ India Today International. Living Media India Limited. October 2000. পৃষ্ঠা. 106. https://books.google.com/books?id=ExEwAQAAIAAJ। আহৰণ কৰা হৈছে: 5 May 2013.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৰাজশ্ৰী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ৰাজশ্ৰী সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য