ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়
অৱয়ব
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় Rajiv Gandhi University of Health Sciences ರಾಜೀವ್ ಗಾಂಧಿ ಆರೋಗ್ಯ ವಿಜ್ಞಾನಗಳ ವಿಶ್ವವಿದ್ಯಾಲಯ | |
---|---|
মূলমন্ত্ৰ | Right For Rightful Health Science Education |
স্থাপিত | ১৯৯৬ চন |
ধৰণ | ৰাজহুৱা |
আচাৰ্য | বাজুভাই ৰুদাভাই ৱালা |
উপাচাৰ্য | কে এছ ৰবীন্দ্ৰনাথ |
শিক্ষাৰ্থী | ৩৫,১৫৫ জন |
স্নাতক শিক্ষাৰ্থী | ২৮,৮০৬ জন |
স্নাতকোত্তৰ শিক্ষাৰ্থী | ৬,৩৪৯ জন |
স্থান | বাংগালোৰ, কৰ্ণাটক, ভাৰত 12°55′34.04″N 77°35′33.15″E / 12.9261222°N 77.5925417°E |
চৌহদ | চহৰাঞ্চল |
ভুক্তি | বিশ্ববিদ্যালয় অনুমোদন কেন্দ্ৰ |
ৱেবছাইট | www.rguhs.ac.in |
ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় বাংগালোৰত অৱস্থিত এখন স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খনি কৰ্ণাটক চৰকাৰে ১৯৯৬ চনত সমগ্ৰ কৰ্ণাটক ৰাজ্যৰ চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰু ইয়াৰ মানদণ্ড উন্নতৰ হেতুকে স্থাপন কৰে।