ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়
Rajiv Gandhi University of Health Sciences
ರಾಜೀವ್ ಗಾಂಧಿ ಆರೋಗ್ಯ ವಿಜ್ಞಾನಗಳ ವಿಶ್ವವಿದ್ಯಾಲಯ
মূলমন্ত্ৰ Right For Rightful Health Science Education
স্থাপিত ১৯৯৬ চন
ধৰণ ৰাজহুৱা
আচাৰ্য বাজুভাই ৰুদাভাই ৱালা
উপাচাৰ্য কে এছ ৰবীন্দ্ৰনাথ
শিক্ষাৰ্থী ৩৫,১৫৫ জন
স্নাতক শিক্ষাৰ্থী ২৮,৮০৬ জন
স্নাতকোত্তৰ শিক্ষাৰ্থী ৬,৩৪৯ জন
স্থান বাংগালোৰ, কৰ্ণাটক, ভাৰত
12°55′34.04″N 77°35′33.15″E / 12.9261222°N 77.5925417°E / 12.9261222; 77.5925417
চৌহদ চহৰাঞ্চল
ভুক্তি বিশ্ববিদ্যালয় অনুমোদন কেন্দ্ৰ
ৱেবছাইট www.rguhs.ac.in

ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় বাংগালোৰত অৱস্থিত এখন স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয়।‌ এই বিশ্ববিদ্যালয়খনি কৰ্ণাটক চৰকাৰে ১৯৯৬ চনত সমগ্ৰ কৰ্ণাটক ৰাজ্যৰ চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰু ইয়াৰ মানদণ্ড উন্নতৰ হেতুকে স্থাপন কৰে।‌