ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়
ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় Rajiv Gandhi University of Health Sciences ರಾಜೀವ್ ಗಾಂಧಿ ಆರೋಗ್ಯ ವಿಜ್ಞಾನಗಳ ವಿಶ್ವವಿದ್ಯಾಲಯ | |
---|---|
মূলমন্ত্ৰ | Right For Rightful Health Science Education |
স্থাপিত | ১৯৯৬ চন |
ধৰণ | ৰাজহুৱা |
আচাৰ্য | বাজুভাই ৰুদাভাই ৱালা |
উপাচাৰ্য | কে এছ ৰবীন্দ্ৰনাথ |
শিক্ষাৰ্থী | ৩৫,১৫৫ জন |
স্নাতক শিক্ষাৰ্থী | ২৮,৮০৬ জন |
স্নাতকোত্তৰ শিক্ষাৰ্থী | ৬,৩৪৯ জন |
স্থান | বাংগালোৰ, কৰ্ণাটক, ভাৰত 12°55′34.04″N 77°35′33.15″E / 12.9261222°N 77.5925417°E |
চৌহদ | চহৰাঞ্চল |
ভুক্তি | বিশ্ববিদ্যালয় অনুমোদন কেন্দ্ৰ |
ৱেবছাইট | www.rguhs.ac.in |
ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় বাংগালোৰত অৱস্থিত এখন স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খনি কৰ্ণাটক চৰকাৰে ১৯৯৬ চনত সমগ্ৰ কৰ্ণাটক ৰাজ্যৰ চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰু ইয়াৰ মানদণ্ড উন্নতৰ হেতুকে স্থাপন কৰে।