ৰাজেশ খৈতান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজেশ খৈতান
পশ্চিমবঙ্গ বিধানসভা
কাৰ্যকাল
১৯৮২ – ২০০১
পূৰ্বসূৰী ৰবিশঙ্কৰ পাণ্ডে
উত্তৰসূৰী তাপস ৰায়
সমষ্টি বড়বাজাৰ
ব্যক্তিগত তথ্য
জন্ম প্ৰায় ১৯৪৪
মৃত্যু ১৫ ডিচেম্বৰ ২০১৯ (বয়স ৭৫ বছৰ)
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ

ৰাজেশ খৈতান (প্ৰায় ১৯৪৪ – ১৫ ডিচেম্বৰ ২০১৯) পশ্চিমবঙ্গৰ এজন ৰাজনীতিবিদ আছিল। তেওঁ বড়বাজাৰ বিধানসভা সমষ্টিৰ বিধায়ক আছিল।

জীৱনী[সম্পাদনা কৰক]

ৰাজেশ খৈতান ১৯৮২, ১৯৮৭, ১৯৯১ আৰু ১৯৯৬ চনত বড়বাজাৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল।[1][2][3][4] ২০১৯ চনৰ ১৫ ডিচেম্বৰত ৭৫ বয়সত তেখেতৰ মৃত্যু হয়।[5]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. "General Elections, India, 1982, to the Legislative Assembly of West Bengal". Constituency-wise Data, AC No 144. Election Commission. http://eci.nic.in/eci_main/StatisticalReports/SE_1982/StatisticalReportWestBengal82.pdf। আহৰণ কৰা হৈছে: 3 December 2014. 
  2. "General Elections, India, 1987, to the Legislative Assembly of West Bengal". Constituency-wise Data, AC No 144. Election Commission. http://eci.nic.in/eci_main/StatisticalReports/SE_1987/StatisticalReportWestBengal87.pdf। আহৰণ কৰা হৈছে: 3 December 2014. 
  3. "General Elections, India, 1991, to the Legislative Assembly of West Bengal". Constituency-wise Data, AC No 144. Election Commission. http://eci.nic.in/eci_main/StatisticalReports/SE_1991/StatisticalReport-West%20Bengal91.pdf। আহৰণ কৰা হৈছে: 3 December 2014. 
  4. "General Elections, India, 1996, to the Legislative Assembly of West Bengal". Constituency-wise Data, AC No 144. Election Commission. http://eci.nic.in/eci_main/StatisticalReports/SE_1996/StatisticalReport-WB96.pdf। আহৰণ কৰা হৈছে: 3 December 2014. 
  5. "প্ৰাক্তন বিধায়ক প্ৰয়াত" (bn ভাষাত). Anandabazar Patrika. 16 December 2019. https://www.anandabazar.com/state/ex-mla-rajesh-khaitan-passes-away-1.1083133। আহৰণ কৰা হৈছে: 16 December 2019.