সমললৈ যাওক

ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান,গুৱাহাটী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটী
চিকিৎসালয়
ভৌগলিক
অৱস্থান গুৱাহাটী, উত্তৰ-পূব ভাৰত, অসম, ভাৰত
স্থানাংক 26°06′54″N 91°42′12″E / 26.115103°N 91.703239°E / 26.115103; 91.703239স্থানাংক: 26°06′54″N 91°42′12″E / 26.115103°N 91.703239°E / 26.115103; 91.703239
সংস্থান
চিকিৎসালয়ৰ প্ৰকাৰ কৰ্কট ৰোগ
সেৱাসমূহ
বিচনা ৩৫০ খন
ইতিহাস
প্ৰতিষ্ঠা অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছন
সংযোগসমূহ
ৱেবছাইট https://cancercareinstituteguwahati.org/
তালিকা

ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটী (ইংৰাজী: State Cancer Institute, Guwahati), চমুকৈ SCI, Guwahati অসমৰ মুখ্য নগৰ গুৱাহাটীৰ ভঙাগড়ত অৱস্থিত এখন কৰ্কট ৰোগৰ চিকিৎসা প্ৰতিষ্ঠান আৰু গৱেষণা কেন্দ্ৰ।[1] এই চিকিৎসা প্ৰতিষ্ঠানখন অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল।[2][3] ২০১৭ চনৰ ১৮ ফেব্ৰুৱাৰীত জে পি নাড্ডাই প্ৰতিষ্ঠান খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।[4][5] ড॰ দ্বীপেন খনিকৰ বৰ্তমান ইয়াৰ সঞ্চালক।[6]

প্ৰথমে ২০১৬ চনৰ আগষ্ট মাহত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগত সংলগ্ন কৰি ২০০ খন বিচনাৰ সক্ষমতাৰে প্ৰতিষ্ঠানখন নিৰ্মাণ কৰা হৈছিল। পৰবৰ্তী সময়ত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ উদ্যোগত একক ভাৱে ইয়াৰ নিৰ্মাণ কাৰ্য্য সম্পন্ন হয় আৰু ২০১৭ চনত শুভ উদ্ধোধন হৈ উঠে। ইয়াৰ লগে লগে ই অসমৰ তৃতীয় খন কৰ্কট ৰোগৰ চিকিৎসাৰ তৃতীয় শ্ৰেণীৰ চিকিৎসালয় হিচাপে পৰিগণিত হয়। ২০১৮ চনত প্ৰতিষ্ঠানখনক ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান হিচাপে নামাকৰণ কৰি ড° বি চি গোস্বামীক প্ৰতিষ্ঠাপক সঞ্চালক হিচাপে দায়িত্ব দিয়ে।[7] বৰ্তমান চিকিৎসালয়খন প্ৰায় ৩৫০ খন বিচনাৰে সমৃদ্ধ।[8][9]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "About Us – Cancer Care Institute Guwahati". Cancer Care Institute GuwahatiCancer Care Institute Guwahati. https://cancercareinstituteguwahati.org/about_us। আহৰণ কৰা হৈছে: 2025-08-29. [সংযোগবিহীন উৎস]
  2. "State-of-the-art cancer hosp opens in Guwahati, robotic surgery available". Times of India. https://timesofindia.indiatimes.com/city/guwahati/state-of-the-art-cancer-hosp-opens-in-guwahati-robotic-surgery-available/articleshow/108174251.cms। আহৰণ কৰা হৈছে: 2025-08-29. 
  3. "Development of Cancer Care in Northeast India (ACCF, joint venture)". PMC (National Institutes of Health). https://pmc.ncbi.nlm.nih.gov/articles/PMC9859971/। আহৰণ কৰা হৈছে: 2025-08-29. 
  4. "Nadda inaugurates Cancer Hospital". India Today (PTI). https://www.indiatoday.in/pti-feed/story/nadda-inaugurates-cancer-hospital-877436-2017-02-17। আহৰণ কৰা হৈছে: 2025-08-29. 
  5. "Development of Cancer Care in Northeast India (inauguration, 17 February 2017)". PMC (National Institutes of Health). https://pmc.ncbi.nlm.nih.gov/articles/PMC9859971/। আহৰণ কৰা হৈছে: 2025-08-29. 
  6. "‘Visible change in a month’, vows new GMCH chief Dr. Devajit Choudhury". The Assam TribuneThe Assam Tribune. 2025-08-23. https://assamtribune.com/guwahati/visible-change-in-a-month-vows-new-gmch-chief-dr-devajit-choudhury-1589060। আহৰণ কৰা হৈছে: 2025-08-29. 
  7. "Development of Cancer Care in Northeast India (Dr B.C. Goswami Director since inception)". PMC (National Institutes of Health). https://pmc.ncbi.nlm.nih.gov/articles/PMC9859971/। আহৰণ কৰা হৈছে: 2025-08-29. 
  8. "Development of Cancer Care in Northeast India (200-bedded)". PMC (National Institutes of Health). https://pmc.ncbi.nlm.nih.gov/articles/PMC9859971/। আহৰণ কৰা হৈছে: 2025-08-29. 
  9. "Assam bid to build cancer-care network, Guwahati's State Cancer Institute adds 200 beds". Telegraph India. https://www.telegraphindia.com/north-east/assam-bid-to-build-cancer-care-network-guwahatis-state-cancer-institute-adds-200-beds/cid/2004532। আহৰণ কৰা হৈছে: 2025-08-29. 

বহি:সংযোগ

[সম্পাদনা কৰক]