ৰাজ্য পাল
অৱয়ব
| ৰাজ্য পাল | |
|---|---|
| ৰাজত্ব | ৯২৫-৯৬২[1] |
| পূৰ্বসূৰী | নাৰায়ণ পাল |
| উত্তৰাধিকাৰী | গো পাল তৃতীয় |
| দাম্পত্য সঙ্গী | ভাগ্য দেৱী, ৰাষ্ট্ৰকূট ৰাজ্যৰ ৰাজকুমাৰী।[2] |
| সন্তান | |
| গো পাল তৃতীয় | |
| মাতৃ | মাম্মা, গোবিন্দৰাজৰ কন্যা[3] |
| পিতৃ | নাৰায়ণ পাল |
| ধৰ্ম | হিন্দু ধৰ্ম |
ৰাজ্য পাল (ৰাজ্য পাল ৯২৫–৯৬২) পাল বংশৰ অষ্টম সম্ৰাট আছিল। তেওঁ পিতৃ নাৰায়ণ পালৰ উত্তৰাধিকাৰী হয়। তেওঁ ৩২ বছৰ ৰাজত্ব কৰিছিল। ভাৰত কলা ভৱন শিলালিপি তেওঁৰ ২য় ৰাজত্বকালৰ বুলি কোৱা হৈছে, তেওঁৰ পিছত তেওঁৰ পুত্ৰ তৃতীয় গো পাল ৰাজপাটত বহে।[4]

তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Laha, Gopal (2017). "Revised Genealogy, Chronology & Regnal Years of the Kings of the Pala Dynasty in the Light of the Latest Discoveries, Decipherment and Presentation (750-1200 A.d)". Proceedings of the Indian History Congress খণ্ড 78: 257. ISSN 2249-1937. https://www.jstor.org/stable/26906092.
- ↑ Mirashi, Vasudev Vishnu (1961). Studies in Indology. Vidarbha Samshodhana Mandal. পৃষ্ঠা. 92. https://books.google.com/books?id=AtItAQAAIAAJ&q=%22Bhagyadevi+who+was+the+daughter+of+a+Rashtrakuta+king+named+Tufiga.1+This+Tunga+may+be+identical+with+the+Rashtrakuta%22.
- ↑ Furui, Ryosuke (January 2016). "Bharat Kala Bhavan Copper Plate Inscription of Rājyapāla, year 2: Re-edition and Reinterpretation". Puravritta: 53. https://www.academia.edu/22297247.
- ↑ Sinha, Bindeshwari Prasad (1977). Dynastic History of Magadha, New Delhi: Abhinav Publications, p.195