সমললৈ যাওক

ৰাণী চিত্ৰলেখা ভোঁচলে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাণী চিত্ৰলেখা ভোঁচলে
সাংসদ
সমষ্টি ৰামটেক লোকসভা সমষ্টি
ব্যক্তিগত তথ্য
জন্ম
চিত্ৰলেখা কদম

২৬ ফেব্ৰুৱাৰী, ১৯৪১
মৃত্যু ১৬ আগষ্ট, ২০১৫
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী ৰাজা তেজসিং ভোঁচলে
পিতৃ সাৰছ চন্দ্ৰ কদম
জীৱিকা কৃষিবিদ, ৰাজনীতিক, সমাজ কৰ্মী, শিক্ষাবিদ

ৰাণী চিত্ৰলেখা ভোঁচলে (ইংৰাজী: Rani Chitralekha Bhonsle, ২৬ ফেব্ৰুৱাৰী ১৯৪১ – ১৬ আগষ্ট ২০১৫) এগৰাকী ৰাজনৈতিক, সমাজকৰ্মী আৰু মহাৰাষ্ট্ৰভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱা এগৰাকী সাংসদ আছিল.[1][2]

আৰম্ভণিৰ জীৱন

[সম্পাদনা কৰক]

১৯৪১ চনৰ ২৬ ফেব্ৰুৱাৰীত ভাৰতগুজৰাট ৰাজ্যৰ বৰোদাত ভোঁচলেৰ জন্ম কৰিছিল। ১৯৫৯ চনৰ ২৫ ডিচেম্বৰত তেজসিংৰাও ভোঁচলেৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা চিত্ৰলেখা ভোঁচলেৰ দুজন পুত্ৰ লক্ষ্মণসিং আৰু মানসিংৰ লগতে তিনিগৰাকী কন্যা ললিতৰাজে, মেনকাৰজে আৰু কেতকিৰাজে আছে।[1]

শিক্ষা আৰু আগ্ৰহ

[সম্পাদনা কৰক]

ৰাণীয়ে গুজৰাট বৰোদাৰ অধীনস্থ এম.এছ বিশ্ববিদ্যালয়ৰ সাহাজীৰাও গাইকৱাড কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁৰ আগ্ৰহৰ ভিতৰত আছে চিত্ৰকলা আৰু অধ্যয়ন। তেওঁ জিলা ভলীবল সংস্থা, নাগপুৰৰো অধ্যক্ষও।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৯৮ চনত ৰাণী দ্বাদশ লোকসভালৈ নিৰ্বাচিত হয়। ১৯৯৮–৯৯ চনৰ ভিতৰত কয়লা মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিৰ তেওঁ সদস্য আছিল।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 "Biographical Sketch Member of Parliament 12th Lok Sabha". http://164.100.47.132/LssNew/biodata_1_12/3846.htm। আহৰণ কৰা হৈছে: 17 February 2014. 
  2. "राणी चित्रलेखा भोसले यांचे निधन" (mr ভাষাত). Maharashtra Times. 2015-08-17. Archived from the original on 2018-03-08. https://web.archive.org/web/20180308043354/https://maharashtratimes.indiatimes.com/maharashtra/nagpur-vidarbha-news/rani-chitralekha-bhosle-death-nagpur/articleshow/48505122.cms। আহৰণ কৰা হৈছে: 2018-03-07.