সমললৈ যাওক

ৰাধিকা হাৰ্জবাৰ্গাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাধিকা হাৰ্জবাৰ্গাৰ
জন্ম ৰাধিকা জয়কাৰে
১৯৩৮ (বয়স ৮৭–৮৮)
উত্তৰ প্ৰদেশ, ভাৰত
পেচা শিক্ষাবিদ আৰু লেখিকা
দাম্পত্যসঙ্গী হান্স হাৰ্জবাৰ্গাৰ
পিতৃ-মাতৃ মনোহৰ জয়াকাৰ
পুপুল জয়কাৰ
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী
ৱেবছাইট
Official web site

ৰাধিকা হাৰ্জবাৰ্গাৰ (ইংৰাজী: : Radhika Herzberger জন্ম জয়কাৰ; জন্ম ১৯৩৮) এগৰাকী ভাৰতীয় লেখিকা, শিক্ষাবিদ আৰু সংস্কৃত আৰু ভাৰতবিজ্ঞানৰ পণ্ডিত।[1] অন্ধ্ৰ প্ৰদেশৰ চিত্তুৰ জিলাৰ ঋষি ভেলী স্কুলত বাস কৰা তেখেতে ১৯২০ চনত জিদ্দু কৃষ্ণমূৰ্তিয়ে প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠান ঋষি ভেলী এডুকেচন চেণ্টাৰৰ সঞ্চালক হিচাপে কাম কৰিছিল।

তেওঁ ১৯৩৮ চনত উত্তৰ প্ৰদেশত ৰাধিকା জয়কাৰ নামেৰে জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতা মনোহৰ জয়কাৰ আৰু মাতৃ পুৰুল জয়কাৰ (জন্ম মেহতা) এজনী সাংস্কৃতিক কৰ্মী আৰু জিদ্দু কৃষ্ণমূর্তি আৰু ইন্দিৰা গান্ধীৰ জীবনী লেখিকা আছিল। তেখেতে টৰন্টো বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পিছত[2] ইতিহাসৰ প্ৰশিক্ষক হিচাপে ঋষি ভেলী এডুকেচন চেণ্টাৰ[3]ত যোগদান কৰে,[2]আৰু পিছলৈ প্ৰতিষ্ঠান খনৰ সঞ্চালক হয় । [1][2][4]

প্ৰকাশন

[সম্পাদনা কৰক]

ৰাধিকা হাৰ্জবাৰ্গাৰে ভাৰতীয় ধ্ৰুপদী অধ্যয়নৰ অংশ হিচাপে পঞ্চম আৰু ষষ্ঠ শতিকাৰ ভাৰতীয় চিন্তাৰ বিকাশত ৰচনা নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰিছে।[5]

ইণ্ডিয়ান জাৰ্নেল অৱ ফিল'চফিৰ দৰে আলোচনীতো প্ৰবন্ধ প্ৰকাশ কৰিছে।[6][7][8]

  • ৰাধিকা হাৰ্জবাৰ্গাৰ আৰু এ কুমাৰস্বামী (২০১৪)। "সম্পদ কেন্দ্ৰ হিচাপে স্বতন্ত্ৰ বিদ্যালয়"। ভাৰত আলোচনা চক্ৰ। আহৰণ কৰা হৈছে: ২৬ অক্টোবৰ ২০১৪।
  • ৰাধিকা হাৰ্জবাৰ্গাৰ (জানুৱাৰী ১৯৯০)। "লিভিং লাইটলি অন আৰ্থ"। ভাৰত আলোচনা চক্ৰ। আহৰণ কৰা হৈছে: ২৬ অক্টোবৰ ২০১৪।
  • হান্স জি হাৰ্জবাৰ্গাৰ, ৰাধিকা হাৰ্জবাৰ্গাৰ (১৯৮১)। "ভাৰতৰ্হৰীৰ বিৰোধ"। ইণ্ডিয়ান জাৰ্নেল অৱ ফিল’চফি। ৯ (১): ১–১৭।

২০১৩ চনত, সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী বঁটা প্ৰদান কৰি ভাৰত চৰকাৰে তেওঁক সন্মান জনায়।[9]

লগতে চাওক

[সম্পাদনা কৰক]
  • পুপুল জয়কৰ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Good News". Good News. 2014. http://www.goodnewsindia.com/index.php/Magazine/story/rvalley/P3/। আহৰণ কৰা হৈছে: 26 October 2014. 
  2. 2.0 2.1 2.2 "Rishi valley profile". Rishi valley. 2014. Archived from the original on 16 October 2014. https://web.archive.org/web/20141016052424/http://www.rishivalley.org/school/faculty.htm। আহৰণ কৰা হৈছে: 26 October 2014. 
  3. "Rishi Valley Education Centre". Rishi Valley Education Centre. 2014. Archived from the original on 12 December 2014. https://web.archive.org/web/20141212005210/http://www.rishivalley.org/default.html। আহৰণ কৰা হৈছে: 26 October 2014. 
  4. "TOI". TOI. 30 August 2008. http://timesofindia.indiatimes.com/city/chennai/Gandhis-revisit-Jiddu-legacy/articleshow/3424011.cms। আহৰণ কৰা হৈছে: 26 October 2014. 
  5. Radhika Herzberger (30 April 1986). Bhartrhari and the Buddhists: An Essay in the Development of Fifth and Sixth Century Indian Thought (Studies of Classical India). Springer. পৃষ্ঠা. 284. ISBN 978-9027722508. 
  6. Radhika Herzberger and A Kumaraswamy (2014). "Independent Schools as Resource Centres". India Seminar. http://www.india-seminar.com/2011/627/627_radhika_&_kumaraswamy.htm। আহৰণ কৰা হৈছে: 26 October 2014. 
  7. Radhika Herzberger (January 1990). "Living lightly on earth". India Seminar. http://www.india-seminar.com/2001/500/500%20radhika%20herzberger.htm। আহৰণ কৰা হৈছে: 26 October 2014. 
  8. Hans G. Herzberger, Radhika Herzberger (1981). "Bhartrhari's paradox". Indian Journal of Philosophy খণ্ড 9 (1): 1–17. http://philpapers.org/rec/HERBP. 
  9. "Padma 2013". Press Information Bureau, Government of India. 25 January 2013. http://pib.nic.in/newsite/erelease.aspx?relid=91838। আহৰণ কৰা হৈছে: 10 October 2014.