ৰাধেশ্যাম বিশ্বাস
অৱয়ব
ৰাধেশ্যাম বিশ্বাস | |
|---|---|
| সাংসদ | |
| কাৰ্যকাল ১৬ মে, ২০১৪ – ২৩ মে, ২০১৯ | |
| পূৰ্বসূৰী | ললিত মোহন সুক্লবৈদ্য |
| সমষ্টি | কৰিমগঞ্জ লোকসভা সমষ্টি |
| ব্যক্তিগত তথ্য | |
| জন্ম | ১৬ মে', ১৯৫৪ (৭১ বছৰ) শ্ৰীভূমি জিলা, অসম |
| ৰাজনৈতিক দল | সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ(AITMC) (২০২৪ পৰা) |
| আন ৰাজনৈতিক সম্পৰ্ক |
অল ইণ্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্ট(AIUDF) (২০১০-২০২৪) |
| দাম্পত্যসঙ্গী | নমিতা বিশ্বাস |
| সন্তান | ৩ |
| বাসস্থান | কামাৰগাওঁ, শ্ৰীভূমি জিলা, অসম |
ৰাধেশ্যাম বিশ্বাস ভাৰতীয় ৰাজনীতিবিদ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ সাংসদ। তেওঁ ২০১৪ ভাৰতীয় সাধাৰণ নিৰ্বাচনত অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট প্ৰাৰ্থী হিচাপে জয়ী হৈছিল।[1]তেওঁ ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত বিজেপিৰ এজন প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Radheshyam Biswas". National Portal of India: Indian Parliament. https://www.india.gov.in/my-government/indian-parliament/radheshyam-biswas। আহৰণ কৰা হৈছে: Apr 28, 2018.