সমললৈ যাওক

ৰাধে ৰাধে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাৰাণসীৰ ইস্কনত ৰাধাৰ মূৰ্তি

ৰাধে ৰাধে,ৰাধেই ৰাধেই বুলিও কোৱা হয়, ভাৰতৰ ব্ৰজ অঞ্চলত শুভেচ্ছা আৰু প্ৰণাম বিনিময় হিচাপে ব্যৱহাৰ কৰা ব্ৰজ ভাষাৰ অভিব্যক্তি। এই অভিবাদন হিন্দু দেৱী ৰাধাৰ সৈতে জড়িত, যি কৃষ্ণৰ সংগী।[1] বৃন্দাবন, বৰসনা, গোকুল, নন্দগাঁও, মথুৰা, গোবৰ্ধন আৰু ভান্দিৰবন আদি ব্ৰজ অঞ্চলৰ ৰাণী হিচাপে তেওঁক পূজা কৰা হয়।[2][3]

জয় শ্ৰী কৃষ্ণ, হৰে কৃষ্ণ আৰু ৰাধে কৃষ্ণ আদি সাধাৰণ শুভেচ্ছাৰ লগতে বৈষ্ণৱ সমাজৰ মাজত ৰাধে ৰাধে অন্যতম ব্যৱহৃত শুভেচ্ছা। জয় শ্ৰী ৰাধে হৈছে মন্দিৰত সততে ব্যৱহৃত ৰাধে ৰাধেৰ এটা ৰূপ, যাৰ অৰ্থ হৈছে "ৰাধাৰ মহিমা।"[4]

ব্ৰজ অঞ্চলৰ ঘৰৰ বেৰত, গছৰ ডালত ৰাধে ৰাধে বাক্যাংশ লিখা আৰু পুৰোহিত আৰু ভক্তৰ কাপোৰত ছপা কৰা দেখা যায়।[5]

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]

“ৰাধে ৰাধে’’ ২০১৯ চনৰ বলীউডৰ ছবি ড্ৰিম গাৰ্লৰ বাবে অমিত গুপ্তাই পৰিৱেশন কৰা এটা গীত।[6]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Fraser, J.T. (2007-01-01), "Notes", Time and Time Again (BRILL): pp. 403–428, doi:10.1163/ej.9789004154858.i-433.49, ISBN 9789047419167, http://dx.doi.org/10.1163/ej.9789004154858.i-433.49, আহৰণ কৰা হৈছে: 2021-09-02 
  2. Brooks, Charles R. (1990-12-31). "TEN. Hare Krishna, Radhe Shyam" (en ভাষাত). Divine Passions. University of California Press. পৃষ্ঠা. 262–286. doi:10.1525/9780520309753-011. ISBN 978-0-520-30975-3. https://www.degruyter.com/document/doi/10.1525/9780520309753-011/html. 
  3. Gokhale, Namita; Lal, Malashri (2018-12-10) (en ভাষাত). Finding Radha: The Quest for Love. Penguin Random House India Private Limited. ISBN 978-93-5305-361-1. https://books.google.com/books?id=KWJ7DwAAQBAJ&dq=Radhe+Radhe+greetings&pg=PT7. 
  4. Goyal, Anuradha (2019-08-26). "Namaste! Learn 20 More Ways To Greet In India - Surprised?" (en-US ভাষাত). Inditales. https://www.inditales.com/namaste-ways-to-greet-in-india/। আহৰণ কৰা হৈছে: 2021-09-02. 
  5. Lynch, Owen M. (1990-12-31). "ONE. The Social Construction of Emotion in India" (en ভাষাত). Divine Passions. University of California Press. পৃষ্ঠা. 3–34. doi:10.1525/9780520309753-002. ISBN 978-0-520-30975-3. https://www.degruyter.com/document/doi/10.1525/9780520309753-002/html. 
  6. "Dream Girl Song Radhe Radhe : Ayushmann Khurrana And Nushrat Bharucha Bring Festive Vibes". NDTV.com. https://www.ndtv.com/entertainment/dream-girl-song-radhe-radhe-ayushmann-khurrana-and-nushrat-bharucha-bring-festive-vibes-2085209। আহৰণ কৰা হৈছে: 2021-09-02.