ৰামায়ণ (ধাৰাবাহিক)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৰামায়ণ(ধাৰাবাহিক)ৰ পৰা পুনঃনিৰ্দেশিত)
ৰামায়ণ
শৈলী পৌৰাণিক
নিৰ্মাতা ৰামানন্দ সাগৰ
পৰিচালক ৰামানন্দ সাগৰ
অভিনয়ত অৰুণ গোবিল
দীপিকা চিখলিয়া
সুণীল লাহড়ী
দাৰা সিঙ
সংগীত পৰিচালক ৰবীন্দৰ জৈন
দেশ ভাৰত
ভাষা হিন্দী
চিজনৰ সংখ্যা
খণ্ডৰ সংখ্যা ৭৮
প্ৰযোজনা
কাৰ্যবাহী প্ৰযোজক সুভাষ সাগৰ
প্ৰযোজক ৰামানন্দ সাগৰ
আনন্দ সাগৰ
মোতি সাগৰ
সম্পাদক সুভাষ সেগগল
চিত্ৰগ্ৰহণকাৰী অজিত নায়ক
কেমেৰাৰ ছেটআপ মাল্টি-কেমেৰা
দৈৰ্ঘ্য ৩৫ মিনিট
ষ্টুডিঅ’ সাগৰ ফিল্মছ
সম্প্ৰচাৰ
মূল ছেনেল ডিডি নেছ'নেল
দৃশ্যৰ ফৰমেট
প্ৰদৰ্শনৰ সময় ২৫ জানুৱাৰী ১৯৮৭ (1987-01-25) – ৩১ জুলাই ১৯৮৮ (1988-07-31)
কালক্ৰম
উত্তৰসূৰী লৱ কুশ
সংশ্লিষ্ট ধাৰাবাহিক ৰামায়ণ (২০০৮)

ৰামায়ণ হৈছে এখন পৌৰাণিক ধাৰাবাহিক, যিখন ১৯৮৭ চনৰ পৰা ১৯৮৮ চনলৈকে দূৰদৰ্শনত (ডিডি নেছ'নেল) সম্প্ৰচাৰিত হৈছিল। ধাৰাবাহিকখনৰ নিৰ্মাতা, লেখক আৰু পৰিচালক আছিল ৰামানন্দ সাগৰ[1] ভাৰতীয় মহাকাব্য ৰামায়ণৰ আধাৰত এই ধাৰাবাহিকখন নিৰ্মাণ হৈছিল আৰু কাহিনীটোৰ মূল ভিত্তি আছিল বাল্মিকীৰ "ৰামায়ণ" আৰু তুলসীদাসৰ "ৰামচৰিত মানস"।[2] ধাৰাবাহিখনৰ ভিউৱাৰশ্বিপ আছিল ৮২%, যিটো যিকোনো ভাৰতীয় ধাৰাবাহিকৰ বাবেই অভিলেখসৃষ্টিকাৰী। ৰামায়ণৰ প্ৰতিটো খণ্ডৰ বাবে ডিডি নেছ'নেল ৪০ লাখ টকা উপাৰ্জন কৰিছিল।[3]

২০২০ চনৰ ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ সময়ত ৰামায়ণ পুনৰ সম্প্ৰচাৰিত হয় আৰু গোলকীয় প্ৰেক্ষাপটত কেইবাটাও নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। পুনৰসম্প্ৰচাৰিত ৰামায়ণে পৃথিৱীৰ ভিতৰতে সৰ্বাধিক দৰ্শনপ্ৰাপ্ত ধাৰাবাহিকৰ মৰ্যাদা লাভ কৰে।[4][5][6][7][8][9]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Behind the scenes: Dress designers to actors & deities". The Tribune. 20 April 2003. http://www.tribuneindia.com/2003/20030420/spectrum/main5.htm। আহৰণ কৰা হৈছে: 2 June 2013. 
  2. https://m.hindustantimes.com/tv/siya-ke-ram-better-or-worse-than-ramanand-sagar-s-ramayan/story-wXplgFmD16Zj7BM8Lzq3WM_amp.html
  3. Bajpai, Shailaja (7 August 1988). "Is There Life After Ramayana?". The Indian Express: পৃষ্ঠা 17. https://news.google.com/newspapers?nid=P9oYG7HA76QC&dat=19880807&printsec=frontpage&hl=en। আহৰণ কৰা হৈছে: 14 February 2018. 
  4. "'Ramayana' beats 'Game of Thrones' to become the world's most watched show". WION. https://www.wionews.com/entertainment/ramayana-beats-game-of-thrones-to-become-the-worlds-most-watched-show-296162. 
  5. "Blockbuster! Ramayana scripts history with highest viewership on single day - 7.7 crore". www.businesstoday.in. https://www.businesstoday.in/trending/entertainment/blockbuster-ramayana-scripts-history-with-highest-viewership-on-single-day---77-crore/story/402592.html. 
  6. "Ramayan becomes most viewed program globally, beats GoT by a record margin". Livemint. 2 May 2020. https://www.livemint.com/news/india/ramayan-becomes-most-viewed-program-globally-beats-game-of-thrones-by-a-record-margin-11588400958695.html. 
  7. "'Ramayan' sets world record, becomes most viewed entertainment programme globally". 2 May 2020. https://www.thehindu.com/entertainment/movies/ramayan-sets-world-record-becomes-most-viewed-entertainment-programme-globally/article31487220.ece. 
  8. "Aired Again After 33 Years, Ramayan Sets World Record. See Doordarshan's Tweet". NDTV.com. https://www.ndtv.com/entertainment/aired-again-after-33-years-ramayan-sets-world-record-see-doordarshans-tweet-2221443. 
  9. Patel, Vikrant (29 April 2020). "Now Ramayan breaks another record, No.1 show made worldwide, know how many million people watched". https://www.fabworldtoday.com/now-ramayan-breaks-another-record-no-1-show-made-worldwide-know-how-many-million-people-watched/.