ৰাম্যা বেহাৰা
অৱয়ব
ৰাম্যা বেহাৰা এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী, যিয়ে মূলতঃ তেলেগু ছবিত কাম কৰে। তেলেগু, কানাড়া, তামিল, মালয়ালম আৰু হিন্দী ছবিত তেওঁ ১৮০ টাতকৈও অধিক গীত গাইছে।[1] তেলেগু ছবি “বাহুবলী: দ্য বিগিনিঙ”ৰ (২০১৫) "ধীৱৰা" তেওঁৰ সফল গীত আছিল।[2]
বেহাৰাৰ জন্ম ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ গুন্টুৰ জিলাৰ নৰসৰাওপেটত[3][4] আৰু ডাঙৰ-দীঘল হৈছিল হায়দৰাবাদত।[5] তেওঁ উল্লেখ কৰে যে তেওঁৰ গায়কীৰ প্ৰতি থকা আকৰ্ষণ সপ্তম শ্ৰেণীত পঢ়ি থকাৰ পৰাই আৰম্ভ হৈছিল। তেওঁ লিটিল মিউজিক একাডেমীলৈ যায় আৰু ৰামাচাৰীৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰে।[6] এম.এম.কীৰৱানীয়ে তেওঁক ছবিৰ সৈতে পৰিচয় কৰাই দিছিল।[7] বেহাৰাৰ প্ৰথম গীতটো তেলেগু ছবি “ভেংগামাম্বা”ৰ বাবে বাণীবদ্ধ কৰা হৈছিল।[8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Telugu Singer: తెలుగునాట అద్భుతమైన పాటలు పాడుతూ దూసుకుపోతున్న ఈ సింగర్ ఎవరో గుర్తుపట్టారా..?" (te ভাষাত). TV9 Telugu. 2021-11-21. https://tv9telugu.com/entertainment/tollywood/singer-ramya-behara-old-photo-goes-viral-on-social-media-581998.html। আহৰণ কৰা হৈছে: 2023-06-24.
- ↑ Pasupuleti, Priyanka. "Ramya Behara, singing her way into limelight" (en-US ভাষাত). Telangana Today. https://telanganatoday.com/ramya-behara-singing-her-way-into-limelight। আহৰণ কৰা হৈছে: 2020-11-26. [সংযোগবিহীন উৎস]
- ↑ "Baby's Telugu connection". Deccan Chronicle. 2015-01-29. https://www.deccanchronicle.com/150129/entertainment-bollywood/article/baby%E2%80%99s-telugu-connection.
- ↑ "టీవీ: సింగర్ రమ్య బెహరా గురించి మీకు తెలియని మరికొన్ని విషయాలు.." (te ভাষাত). indiaherald.com. http://www.indiaherald.com/TV/Read/994446857/TV-SINGER-RAMYABEHARA-GURINCHI-MEKU-THELIYANI-MARIKONNI-VISHYALU। আহৰণ কৰা হৈছে: 2023-07-01.
- ↑ "కొత్తకోకిలలు" (te ভাষাত). Sakshi. 2016-04-16. https://www.sakshi.com/news/funday/new-telugu-young-singers-2016-333202.
- ↑ "Ramya Behara Husband, Wiki, Parents, Family, Marriage, Bio, Images and More". 12 November 2018. https://crazum.com/ramya-behara-wiki/.
- ↑ "Baby's Telugu connection" (en ভাষাত). Deccan Chronicle. 2015-01-29. https://www.deccanchronicle.com/150129/entertainment-bollywood/article/baby%E2%80%99s-telugu-connection। আহৰণ কৰা হৈছে: 2020-11-26.
- ↑ "Special Interview With Singer Ramya Behara || Kotha Koyilalu || Part-01|| Vanitha TV". YouTube. https://www.youtube.com/watch?v=xtVxK0UFjZM.