ৰাশি ৰাও
অৱয়ব
| ৰাশি ৰাও | |
|---|---|
| জন্ম | ৰাশি যাদৱ[1] গুড়গাঁও, হাৰিয়ানা, ভাৰত। |
| পেচা | মডেল, নৃত্যশিল্পীr[1] |
| উচ্চতা | ৫ ফুট ৯ ইঞ্চি |
| 'Beauty pageant titleholder' | |
| Title | মিছ আৰ্থ ইণ্ডিয়া ২০১৬ (বিজয়ী) |
| Years active | ২০১৪-বৰ্তমান |
| Hair color | ক'লা |
| Eye color | ক'লা |
| Major competition(s) |
মিছ আৰ্থ ইণ্ডিয়া ২০১৬ (বিজয়ী) মিছ আৰ্থ ২০১৬ (ফাইনেলিষ্ট) মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০১৫ (ফাইনেলিষ্ট) মিছ ইণ্টাৰকণ্টিনেণ্টেল ইণ্ডিয়া (ফাইনেলিষ্ট) মিছ ফেমিনা ষ্টাইল ডিভা ২০১৫ (ফাইনেলিষ্ট) |
ৰাশি ৰাও (ইংৰাজী: Rashi Rao) এগৰাকী ভাৰতীয় মডেল যিগৰাকীয়ে মিছ আৰ্থ ইণ্ডিয়া ২০১৬ৰ মুকুট পিন্ধিছিল। ৰাশিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল মিছ আৰ্থ ২০১৬ প্ৰতিযোগিতাত। [2][3][4][5]
মিছ ডিভা ২০১৫ প্ৰতিযোগিতাত চূড়ান্ত প্ৰতিযোগীসকলৰ ভিতৰত অন্যতম আছিল ৰাও।[6] তেওঁ ২০১৬ চনত মিছ আৰ্থ ইণ্ডিয়া হিচাপে মুকুট পিন্ধিছিল॥ ২০১৫ চনৰ মিছ আৰ্থ ইণ্ডিয়া আইতাল খোছলাৰ পিছত ফিলিপাইনছত অনুষ্ঠিত হোৱা মিছ আৰ্থ ২০১৬ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।[3] ২০১৭ চনত মিছ ইণ্ডিয়া হিচাপে ট্ৰেছ ইন বিন অভিযানত ঘানাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Beauty Pageants profiles". IndiaTimes. https://beautypageants.indiatimes.com/Miss-Diva/Miss-Diva/2015/Rashi-Yadav/contestantprofile/49014126.cms?from=mdr.[সংযোগবিহীন উৎস]
- ↑ "Miss Earth beauties implementing Trash in Bin Campaign". Latest Pageant News. https://latestpageantnews.com/miss-earth-beauties-implementing-trash-in-bin-campaign/.
- ↑ 3.0 3.1 "Rashi Yadav is Miss Earth India 2016". TKOP. 2016-10-03. https://tkop.org/2016/10/03/rashi-yadav-miss-earth-india-2016/.
- ↑ "Miss Earth 2016: 84 contestants walk in swimsuit; Rashi Yadav to represent India". IB Times. 2016-10-12. https://www.ibtimes.co.in/miss-earth-2016-84-contestants-walk-swimsuit-rashi-yadav-represent-india-699273.
- ↑ 5.0 5.1 "Miss Earth 2016 Beauties for Ghana's "Trash in Bin" Campaign". Miss Eart TV. http://www.missearth.tv/news.php.
- ↑ "Rashi Yadav: Road to Miss Earth 2016". IndiaTimes. 2016-05-12. Archived from the original on 15 April 2023. https://web.archive.org/web/20230415193610/https://beautypageants.indiatimes.com/miss-earth/rashi-yadav-road-to-miss-earth-2016/eventshow/52235201.cms?from=mdr.