৩৭এ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৰাষ্ট্ৰীয় ঘাইপথ নং ৩৭এ (ভাৰত)ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search

Indian National Highway ৩৭ এ
৩৭ এ

ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ এ
পথটোৰ তথ্য
দৈৰ্ঘ্য: 23 km (14 mi)
প্ৰধান জংছনসমূহ
আৰম্ভ: কুঁৱৰীতল, অসম
শেষ: তেজপুৰ, অসম
অৱস্থিতি
ৰাজ্যসমূহ: অসম
প্ৰধান পথ ব্যৱস্থা

ভাৰতীয় পথ নেটৱৰ্ক
ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক

ৰাষ্ট্ৰীয় ঘাইপথ  ৩৭ ৰাষ্ট্ৰীয় ঘাইপথ  ৩৮

৩৭এ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 37A, চমুকৈ NH 37A) অসমৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটো কুঁৱৰীতলৰ পৰা আৰম্ভ হৈ তেজপুৰ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত লগ লাগিছেগৈ। এই ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ২৩ কিঃমিঃ (১৪ মাইল)।[1]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "National Highways Starting and Terminal Stations". Ministry of Road Transport & Highways. http://morth.nic.in/showfile.asp?lid=367। আহৰণ কৰা হৈছে: 2012-12-02. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]