৫২এ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৰাষ্ট্ৰীয় ঘাইপথ নং ৫২ এৰ পৰা পুনঃনিৰ্দেশিত)
Indian National Highway ৫২এ
৫২এ
ৰাষ্ট্ৰীয় ঘাইপথ ৫২এ
পথ তথ্য
দৈৰ্ঘ্য সাঁচ:Convert/LoffAoffDxSoff)
Major junctions
From বান্দৰদেৱা
To গহপুৰ
Location
Statesঅসম, অৰুণাচল প্ৰদেশ
Primary
destinations
ইটানগৰ
Highway system
ভাৰতীয় পথ নেটৱৰ্ক

ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক

Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found.

৫২এ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 52A ) অৰুণাচল প্ৰদেশৰ বান্দৰদেৱাত আৰম্ভ হৈ অসমগহপুৰত শেষ হৈছে। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ৫৭ কিঃমিঃ (৩৫ মাইল)। ইয়াৰে ১৫ কিঃমিঃ (৯.৩ মাইল) অসমত আৰু ৪২ কিঃমিঃ (২৬ মাইল) অৰুণাচল প্ৰদেশত আছে।[1]

লগতে চাওক[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "National Highways Starting and Terminal Stations". Ministry of Road Transport & Highways. http://morth.nic.in/showfile.asp?lid=367। আহৰণ কৰা হৈছে: 2012-12-02. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]