সমললৈ যাওক

ৰাসায়নিক মৌলৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আন্তৰ্জাতিক বিশুদ্ধ আৰু প্ৰয়োগ ৰসায়ন সংঘ (IUPAC)ই ১১৮টা ৰাসায়নিক মৌল চিনাক্ত কৰি আনুষ্ঠানিকভাৱে নামকৰণ কৰিছে। ৰাসায়নিক মৌল, যাক প্ৰায়ে কেৱল মৌল বুলি কোৱা হয়, হৈছে এনে একপ্ৰকাৰৰ পৰমাণু যাৰ পাৰমাণৱিক নিউক্লিয়াছত এটা নিৰ্দিষ্টসংখ্যক প্ৰ'টন থাকে (অৰ্থাৎ, এটা নিৰ্দিষ্ট পৰমাণু সংখ্যা, বা Z )।[1]

১১৮টা মৌলৰ সকলোবোৰৰ নিৰ্দিষ্ট দৃশ্যায়ন হৈছে মৌলসমূহৰ পৰ্যাবৃত্ত তালিকা, যাৰ ইতিহাস আৱৰ্তমান নিয়মৰ নীতিৰ সৈতে আধুনিক ৰসায়ন বিজ্ঞানৰ অন্যতম প্ৰতিষ্থাপক বিকাশ আছিল। ই মৌলবোৰৰ ৰাসায়নিক ধৰ্ম অনুসৰি টেবুলাৰ বিন্যাস যিয়ে সাধাৰণতে সম্পূৰ্ণ মৌলৰ নামৰ ঠাইত সংক্ষিপ্ত ৰাসায়নিক চিহ্ন ব্যৱহাৰ কৰে, কিন্তু ইয়াত উপস্থাপন কৰা ৰৈখিক তালিকা বিন্যাসটোও উপযোগী। পিৰিয়ডিক টেবুলৰ দৰেই তলৰ তালিকাখনে মৌলবোৰক সিহঁতৰ পৰমাণুত থকা প্ৰ’টনৰ সংখ্যা অনুসৰি সংগঠিত কৰিছে; ইয়াক অন্যান্য ধৰ্মৰদ্বাৰাও সংগঠিত কৰিব পাৰি, যেনে পাৰমাণৱিক ওজন, ঘনত্ব আৰু ইলেক্ট্ৰ'নেগেটিভিটি।

ক্ৰমিক সংখ্যা মৌল চিহ্ন পাৰমাণৱিক ভৰ
1 হাইড্ৰ'জেন H 1
2 হিলিয়াম He 4
3 লিথিয়াম Li 7
4 বেৰিলিয়াম Be 9
5 ব’ৰণ B 11
6 কাৰ্বন C 12
7 নাইট্ৰ'জেন N 14
8 অক্সিজেন O 16
9 ফ্ল’ৰিণ F 19
10 নিয়ন Ne 20
11 ছ'ডিয়াম Na 23
12 মেগনেছিয়াম Mg 24
13 এলুমিনিয়াম Al 27
14 ছিলিকন Si 28
15 ফছফৰাছ P 31
16 ছালফাৰ S 32
17 ক্ল'ৰিণ Cl 35.5
18 আৰ্গন Ar 40
19 পটেছিয়াম K 39
20 কেলছিয়াম Ca 40
21 স্কেণ্ডিয়াম Sc 45
22 টাইটানিয়াম Ti 48
23 ভেনাডিয়াম V 51
24 ক্ৰমিয়াম Cr 52
25 মেংগানিজ Mn 55
26 আয়ৰণ (লো) Fe 56
27 ক'বাল্ট Co 59
28 নিকেল Ni 59
29 কপাৰ (তাম) Cu 64
30 জিংক Zn 65
31 গেলিয়াম Ga 70
32 জাৰ্মানিয়াম Ge 73
33 আৰ্ছেনিক As 75
34 চেলেনিয়াম Se 79
35 ব্ৰ'মিন Br 80
36 ক্ৰিপটন Kr 84
37 ৰুবিডিয়াম Rb 85
38 ষ্ট্ৰণ্টিয়াম Sr 88
39 ইট্ৰিয়াম Y 89
40 জিৰকনিয়াম Zr 91
41 নাইবিয়াম Nb 93
42 মলিবডিনাম Mo 96
43 টেকনেটিয়াম Tc 98
44 ৰুথেনিয়াম Ru 101
45 ৰোডিয়াম Rh 103
46 পেলেডিয়াম Pd 106
47 ছিলভাৰ (ৰূপ) Ag 108
48 কেডমিয়াম Cd 112
49 ইণ্ডিয়াম In 115
50 টিন Sn 119
51 এণ্টিম'নি Sb 122
52 টেলুৰিয়াম Te 128
53 আয়’ডিন I 127
54 জেনন Xe 131
55 চেজিয়াম Cs 133
56 বেৰিয়াম Ba 137
57 লেন্থানাম La 139
58 চেৰিয়াম Ce 140
59 প্ৰেছিঅ’ডাইমিয়াম Pr 141
60 নিঅ’ডাইমিয়াম Nd 144
61 প্ৰমিথিয়াম Pm 145
62 চেমাৰিয়াম Sm 150
63 ইউৰ'পিয়াম Eu 152
64 গেডোলিনিয়াম Gd 157
65 টাৰ্বিয়াম Tb 159
66 ডিছপ্ৰ’ছিয়াম Dy 163
67 হ'লমিয়াম Ho 165
68 এৰবিয়াম Er 167
69 থুলিয়াম Tm 169
70 ইটাৰবিয়াম Yb 173
71 লুটেটিয়াম Lu 175
72 হাফণিয়াম Hf 178
73 টেণ্টালাম Ta 181
74 টাংষ্টেন W 184
75 ৰেনিয়াম Re 186
76 অস্মিয়াম Os 190
77 ইৰিডিয়াম Ir 192
78 প্লেটিনাম Pt 195
79 গ'ল্ড (সোণ) Au 197
80 মাৰ্কিউৰি (পাৰা) Hg 201
81 ঠেলিয়াম Tl 204
82 লেড Pb 207
83 বিচমুথ Bi 209
84 পলনিয়াম Po 209
85 এষ্টাটিন At 210
86 ৰেডন Rn 222
87 ফ্ৰান্সিয়াম Fr 223
88 ৰেডিয়াম Ra 226
89 এক্টিনিয়াম Ac 227
90 থ’ৰিয়াম Th 232
91 প্ৰটেক্টিনিয়াম Pa 231
92 ইউৰেনিয়াম U 238
93 নেপচুনিয়াম Np 237
94 প্লুটনিয়াম Pu 244
95 আমেৰিকিয়ান Am 243
96 কুৰিয়াম Cm 247
97 বাৰ্কেলিয়াম Bk 247
98 কেলিফৰ্ণিয়াম Cf 251
99 আইনষ্টাইনিয়াম Es 252
100 ফাৰ্মিয়াম Fm 257
101 মেণ্ডেলেভিয়াম Md 258
102 ন'বেলিয়াম No 259
103 লৰেন্সিয়াম Lr 262
104 ৰাদাৰফৰ্ডিয়াম Rf 267
105 ডাবনিয়াম Db 270
106 ছিবৰ্গিয়াম Sg 271
107 ব'হৰিয়াম Bh 270
108 হাছিয়াম Hs 277
109 মেইটনেৰিয়াম Mt 278
110 ডাৰ্মষ্টাডটিয়াম Ds 281
111 ৰয়েণ্টজেনিয়াম Rg 282
112 কপাৰনিচিয়াম Cn 285
113 নিহনিয়াম Nh 286
114 ফ্লেৰভিয়াম Fl 289
115 মস্ক'ভিয়াম Mc 290
116 লিভাৰমৰিয়াম Lv 293
117 টেনেচিন Ts 294
118 ওগানেছন Og 294

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. International Union of Pure and Applied Chemistry (IUPAC), Compendium of Chemical Terminology, 2nd ed. (the "Gold Book") (1997). Online corrected version:  (2006–) "chemical element".