সমললৈ যাওক

ৰাহুল সদাশিৱন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাহুল সদাশিৱন
জন্ম ০৭ ডিচেম্বৰ, ১৯৮৬ (৩৮ বছৰ)
পালাক্কাড়, কেৰেলা, ভাৰত[1]
পেচা চলচ্চিত্ৰনিৰ্মাতা, চিত্ৰনাট্যলেখক, কাহিনীকাৰ
সক্ৰিয় হৈ থকা সময় ২০১৩ – বৰ্তমানলৈকে
সন্তান

ৰাহুল সদাশিৱন (ইংৰাজী: Rahul Sadasivan) এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ যি মালয়ালম ভাষাৰ চিনেমাত কাম কৰে। তেওঁ হ'ৰৰ ছবি পৰিচালনাৰ বাবে পৰিচিত।[2][3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ভাৰতৰ কেৰেলাৰ পালাক্কাড়ত ৰাহুলৰ জন্ম হৈছিল । চন্দ্ৰনগৰৰ ভাৰত মাথা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়ত শিক্ষা সমাপ্ত কৰে। লণ্ডন ফিল্ম একাডেমীত চলচ্চিত্ৰ নিৰ্মাণৰ শিক্ষা গ্ৰহণ কৰে, আৰু ইউনিভাৰ্চিটি অৱ চাউথ ৱেলছৰ পৰা এনিমেচন আৰু ভিএফএক্সত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে [4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

লণ্ডন ফিল্ম একাডেমীৰ পাঠ্যক্ৰম শেষ কৰাৰ পিছতেই ৰাহুলে কেৰালাৰ ৰঙা বৰষুণৰ পৰিঘটনাৰ আধাৰত নিৰ্মিত কল্পবিজ্ঞান চলচ্চিত্ৰ ৰেড ৰেইন (২০১৩)ৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে।[5] ছবিখনক অনুৰাগীসকলে প্ৰশংসা কৰিছিল যদিও ই মূলসুঁতিৰ সফলতা লাভ কৰিব পৰা নাছিল।[6]ৰাহুলৰ দ্বিতীয় বৰ্ষৰ ছবি ভূতকালম (২০২২) ৯ বছৰৰ পিছত, SonyLIV যোগে মুক্তি লাভ কৰে। ই ছবিখনক ৰাষ্ট্ৰীয় মনোযোগ লাভ কৰাত সহায় কৰিছিল আৰু ইয়াৰ পৰিৱেশগত ব্যৱহাৰ আৰু জটিল বিষয়বস্তুৰ বাবে ইয়াক বহুলভাৱে প্ৰশংসা কৰা হৈছিল।[5][7][8][9]তেওঁৰ তৃতীয়খন ছবি ব্ৰময়ুগম (২০২৪)খন প্ৰযোজক আছিল নাইট শ্বিফ্ট ষ্টুডিঅ'৷ ছবিখনে লোককথাভিত্তিক হৰৰ ছবি হিচাপে প্ৰশংসিত হৈছিল৷[10] তাৰকা মামুটীৰ নেতিবাচক চৰিত্ৰ আৰু ৰাহুলে ছবিখন সম্পূৰ্ণৰূপে ক’লা-বগা ৰূপত উপস্থাপন কৰাৰ বাবে ছবিখনে প্ৰি-ৰিলিজৰ মনোযোগ লাভ কৰিছিল। সমালোচকসকলৰ পৰা ই ভাল সমাদৰ লাভ কৰিছিল আৰু মুক্তিৰ লগে লগে ছবিখনে বক্স অফিচত সফলতা লাভ কৰিছিল।[2][11]

চলচ্চিত্ৰপুঞ্জী

[সম্পাদনা কৰক]
বৰ্ষ শিৰোনাম পৰিচালক কাহিনী চিত্ৰনাট্যকাৰ টোকা
২০১৩ ৰেদ ৰেইন হয় হয় হয়
২০২২ ভূতকালম্ হয় হয় হয়
২০২৪ ব্ৰময়ুগম্ হয় হয় হয়
২০২৫ ডিয়েচ ইৰেই হয় হয় হয় পোষ্ট প্ৰডাকচন

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. M, Athira (2022-01-24). ""Everything in 'Bhoothakaalam' relied on performances and the atmosphere," says director Rahul Sadasivan" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/bhoothakaalam-malayalam-horror-thriller-director-rahul-sadasivan/article38318950.ece. 
  2. 2.0 2.1 Menon, Vishal (2024-02-15). "Bramayugam Review: Allegorical Horror At Its Best In This Eerie Commentary About Power Struggle" (en ভাষাত). www.filmcompanion.in. https://www.filmcompanion.in/reviews/malayalam-review/bramayugam-review-allegorical-horror-at-its-best-in-this-eerie-commentary-about-power-struggle-mammootty-arjun-ashokan-rahul-sadasivan। আহৰণ কৰা হৈছে: 2024-02-21. 
  3. "Bramayugam review: Mammootty strikes terror in this fascinating horror film" (en ভাষাত). Moneycontrol. 2024-02-16. https://www.moneycontrol.com/news/trends/entertainment/bramayugam-review-mammootty-in-malayalam-horror-film-12287811.html। আহৰণ কৰা হৈছে: 2024-02-21. 
  4. M, Athira (2024-02-19). "Creating a believable setting was important, says director Rahul Sadasivan about the Malayalam horror thriller, 'Bramayugam'" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/rahul-sadasivan-talks-about-his-black-and-white-horror-thriller-bramayugam-starring-mammootty/article67862597.ece. 
  5. 5.0 5.1 Sarkar, Dipankar (2022-02-25). "Interview with 'Bhoothakaalam' Director Rahul Sadasivan" (en-US ভাষাত). Vague Visages. https://vaguevisages.com/2022/02/25/bhoothakaalam-interview-rahul-sadasivan/। আহৰণ কৰা হৈছে: 2024-02-21. 
  6. Abhiram, Jinjil (2020-05-29). "Red Rain (2013)" (en-GB ভাষাত). Bloody Brilliant Reviews. https://bloodybrilliant.in/redrain/। আহৰণ কৰা হৈছে: 2024-02-21. 
  7. "Bhoothakaalam: Stunning Malayalam horror film is an antidote to the toxic Conjuring franchise" (en ভাষাত). The Indian Express. 2022-02-03. https://indianexpress.com/article/entertainment/malayalam/bhoothakalam-stunning-malayalam-horror-film-sonyliv-7751674/। আহৰণ কৰা হৈছে: 2024-02-21. 
  8. "Bhoothakaalam review: A moving mental health drama disguised as horror" (en ভাষাত). Hindustan Times. 2022-01-21. https://www.hindustantimes.com/entertainment/others/bhoothakaalam-movie-review-shane-nigam-and-revathy-s-film-is-moving-mental-health-drama-disguised-as-horror-101642687495518.html। আহৰণ কৰা হৈছে: 2024-02-21. 
  9. Rajendran, Sowmya (2022-01-25). "Bhoothakaalam: How the Malayalam horror film reinvents the haunted house" (en ভাষাত). The News Minute. https://www.thenewsminute.com/kerala/bhoothakaalam-how-malayalam-horror-film-reinvents-haunted-house-160224। আহৰণ কৰা হৈছে: 2024-02-21. 
  10. "Night Shift Studios' debut film, Mammootty's 'Bramayugam' goes on floors". https://telanganatoday.com/night-shift-studios-debut-film-mammoottys-bramayugam-goes-on-floors. 
  11. "Mammootty's 'Bramayugam' emerges as blockbuster hit; weekend earnings skyrocket". Onmanorama. https://www.onmanorama.com/entertainment/entertainment-news/2024/02/19/bramayugam-mammootty-rahul-sadasivan-blockbuster-box-office.html। আহৰণ কৰা হৈছে: 2024-02-21. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]