সমললৈ যাওক

ৰুচি ঘনশ্যাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰুচি ঘনশ্যাম

উচ্চায়ুক্ত ভাৰতৰ পৰা যুক্তৰাজ্যলৈ
কাৰ্যকাল
নবেম্বৰ ২০১৮ – জুন ২০২০
পূৰ্বসূৰী যশবৰ্ধন কুমাৰ সিনহা [1][2]
উত্তৰসূৰী গৈত্ৰী ইছাৰ কুমাৰ
সম্পাদক (পশ্চিম), বিদেশ মন্ত্ৰালয়, ভাৰত
কাৰ্যকাল
১৭ এপ্ৰিল২০১৭[3] – নবেম্বৰ ২০১৮[4]
পূৰ্বসূৰী সুজাতা মেহতা [5]
উত্তৰসূৰী এ. গীতেশ শৰ্মা [6][7]
ভাৰতীয় উচ্চায়ুক্ত দক্ষিণ আফ্ৰিকা লৈ। [8]
কাৰ্যকাল
২৮ অক্টোবৰ ২০১৩[8] – ১৩ ইপ্ৰিল ২০১৭[8]
পূৰ্বসূৰী বীৰেন্দ্ৰ গুপ্তা
উত্তৰসূৰী ৰুচিৰা কামোজ
ভাৰতীয় উচ্চ আয়ুক্ত লৈ ঘানা লৈ সমান্তৰাল স্বীকৃতি বৰ্কিনা ফাচো, ট'গো আৰু চিয়েৰা লিয়ন লৈ। [10]
কাৰ্যকাল
২০০৮[9] – ২০১১[9]
পূৰ্বসূৰী ৰাজেশ নন্দন প্ৰসাদ
উত্তৰসূৰী ৰাজেন্দ্ৰ ভগত
মন্ত্ৰী, ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ স্থায়ী মিছন, নিউয়ৰ্ক[3]
কাৰ্যকাল
মে ২০০৪[3] – মাৰ্চ ২০০৮[3]
ব্যক্তিগত তথ্য
জন্ম ০৪ এপ্ৰিল, ১৯৬০ (৬৫ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
দাম্পত্যসঙ্গী আজ্জামপুৰ ৰঙাইয়া ঘনশ্যাম
শিক্ষানুষ্ঠান ভোপাল বিশ্ববিদ্যালয়
পেচা ভাৰতীয় বৈদেশিক সেৱা

ৰুচি ঘনশ্যাম (ইংৰাজী: : Ruchi Ghanashyam ; জন্ম: ৪ এপ্ৰিল ১৯৬০[11]) ভাৰতীয় বিদেশ সেৱাৰ অন্তৰ্গত এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় কূটনীতিবিদ

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ৰুচি ঘানাশ্যামে ভোপাল বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[3] ভাৰতীয় বৈদেশিক সেৱাৰ অন্তৰ্গত আজ্জামপুৰ ৰঙাইয়া ঘনশ্যামৰ সৈতে তেওঁৰ বিবাহ হৈছিল। তেওঁলোকৰ দুজন পুত্ৰ আছে।[3]

কেৰিয়াৰ

[সম্পাদনা কৰক]

১৯৮২ চনৰ আগষ্ট মাহত তেওঁ ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে। ডামাস্কাছত থকা ভাৰতীয় দূতাবাসৰ তৃতীয় সচিব হিচাপে তেওঁ আৰবী ভাষা শিকিছিল।[4]ৰুচি ব্ৰাছেলছ, কাঠমাণ্ডু, ডামাস্কাছ, ইছলামবাগ[3] প্ৰিট'ৰিয়া[12] আৰু আক্ৰাত ভাৰতীয় মিছনত সেৱা আগবঢ়াইছিল।[5] ৰুচিয়ে ২০০০ চনৰ আগষ্টৰ পৰা ২০০৪ চনৰ মাৰ্চলৈকে নতুন দিল্লীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত সঞ্চালক (পাকিস্তান) হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।[13] ইয়াৰ পূৰ্বে তেওঁ পাকিস্তানত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাউন্সেলাৰ (Political, Press & Information) আছিল। নতুন দিল্লীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়`ৰ উপ-সচিব হিচাপে তেওঁ মন্ত্ৰালয়ৰ বাবে দৃশ্য-শ্ৰাব্য প্ৰচাৰৰ কাম চম্ভালিছিল।[3]

যি সময়ত পাকিস্থানত ভাৰতীয় কূটনীতিবিদসকলক হাৰাশাস্তি কৰাটো নিয়মত পৰিনত হৈছিল সেই সময়ত ইছলামবাদত নিযুক্তি পোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কূটনীতিবিদ আছিল ৰুচি ঘনশ্যাম ।[14]

লগতে চাওক

[সম্পাদনা কৰক]
  • উঃ গীতেশ শৰ্মা
  • বিজয় গোখলে
  • হৰ্ষ ভি শ্ৰিংলা
  • তৰণজিৎ সিং সন্ধু
  • চৈয়দ আকবৰুদ্দিন

তথ্য় সূত্ৰ

[সম্পাদনা কৰক]
  1. "Some distrust in Indo-UK relations, says envoy YK Sinha". 22 October 2018. https://www.hindustantimes.com/world-news/some-distrust-in-indo-uk-relations-says-envoy-yk-sinha/story-ioYuIsYzeWuV8ljWLhJg4H.html. 
  2. "Welcome to High Commission of India, London, UK". www.hcilondon.gov.in. Archived from the original on 23 December 2018. https://web.archive.org/web/20181223003547/https://www.hcilondon.gov.in/pages?id=eyJpdiI6IlRvXC94OWRCR2tNQ0h2UzdlTzRqYU5nPT0iLCJ2YWx1ZSI6InZjUWVoM0FVQzR5d3Nid2JoZzRGa1E9PSIsIm1hYyI6ImM0MzhmMzE4YTk1MjExMzIyYzczYmYyODNjMWRjNjk3MmRjMDQxMWQ4OTJmNjJlZmM4MzQzM2VhZTAzNmIyNWQifQ==&subid=eyJpdiI6IlZTRnlPNDV6MWxtTW1GMmRyNE5RZFE9PSIsInZhbHVlIjoiRjFHVkZ4OVVTNkJNRWh2NnlQZDFcL0E9PSIsIm1hYyI6ImJlNDU4MmM0OTA3YmNjMGU5YjUyZGVmZjc0MTVjODIzZDExOWZmZWZlODJkNjljMmY1MmQ2ZmMxNmMwYzcwOWQifQ==। আহৰণ কৰা হৈছে: 13 January 2022. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 3.7 "MEA - About MEA : Profiles :Secretary (West)". 6 May 2018. http://www.mea.gov.in/sw.htm. 
  4. 4.0 4.1 "Welcome to High Commission of India, London, UK". www.hcilondon.gov.in. Archived from the original on 23 December 2018. https://web.archive.org/web/20181223004558/https://www.hcilondon.gov.in/pages?id=eyJpdiI6IjQ5eTZtd2ZYbXVFQ2M4b3ZXNGVCVEE9PSIsInZhbHVlIjoiblFmRHBUTlMyV3lob3ExcjdmS2w4QT09IiwibWFjIjoiMDZjNWJhY2M2NGIyMGIyMzNmYmE4Y2Q0NzhmYWE4MTZkZTlmYWExZGJjNDY0OTNmODVkM2U0OTczNTlkYzE0NSJ9&subid=eyJpdiI6ImtLbWVZaThCSHZNNHp2ZzFHOUF4M2c9PSIsInZhbHVlIjoiZTl1djBNdnV0TUpEQzNldUZCbUVNQT09IiwibWFjIjoiZWNmZGIxNmU5MDI4MDQ4Mjg3ODgyOGVhMDc1MDViMjg2NmJjMWEzMmEwODA2OTZjODhlZTg1MjgxOWI1MjhjMyJ9। আহৰণ কৰা হৈছে: 13 January 2022. 
  5. 5.0 5.1 "Ruchi Ghanashyam appointed Secretary (West) in MEA". 28 February 2017. http://indianexpress.com/article/india/ruchi-ghanashyam-appointed-secretary-west-in-mea-4547834/. 
  6. "Appointment of Shri A. Gitesh Sarma, as Secretary (West) MEA". http://pib.nic.in/newsite/PrintRelease.aspx?relid=183606. 
  7. "A Gitesh Sarma appointed as Secretary (West) in MEA". www.uniindia.com. http://www.uniindia.com/a-gitesh-sarma-appointed-as-secretary-west-in-mea/india/news/1356976.html। আহৰণ কৰা হৈছে: 13 January 2022. 
  8. 8.0 8.1 8.2 Former High Commissioners High Commission of India
  9. 9.0 9.1 "High Commission of India, Accra, Ghana : Former High Commissioners". 6 May 2018. Archived from the original on 2018-05-06. https://web.archive.org/web/20180506095511/http://www.hciaccra.in/hci.php?id=Former। আহৰণ কৰা হৈছে: 2025-02-15. 
  10. "High Commission of India, Accra, Ghana : Welcome to the High Commission of India, Accra". 6 May 2018. Archived from the original on 2018-05-06. https://web.archive.org/web/20180506100701/http://www.hciaccra.in/hci.php?id=About। আহৰণ কৰা হৈছে: 2025-02-15. 
  11. "Sorry for the inconvenience". 22 April 2018. https://mea.gov.in/writereaddata/images/Civi_List_27-7-12.pdf. 
  12. "India, South Africa united for centuries by umblical cord: Ruchi Ghanashyam - The Financial Express". 6 May 2018. https://www.financialexpress.com/world-news/india-south-africa-united-for-centuries-by-umblical-cord/622756/. 
  13. "Long Demarche Home". 2018-06-08. https://www.outlookindia.com/magazine/story/long-demarche-home/219095। আহৰণ কৰা হৈছে: 2021-02-25. 
  14. "Ms Uninterrupted". 2018-06-08. https://www.outlookindia.com/magazine/story/ms-uninterrupted/238083। আহৰণ কৰা হৈছে: 2021-02-25.