ৰূপহীহাট বিধানসভা সমষ্টি
অৱয়ব
| সমষ্টি নং- ৫৬ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| বিভাগ | নামনি অসম |
| জিলা | নগাঁও |
| লোকসভা সমষ্টি | নগাঁও |
| প্ৰতিস্থা | ১৯৫৭ |
| সংৰক্ষণ | নাই |
নুৰুল হুদা | |
| দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| মিত্ৰগোট | এএছঅ’এম |
| নিৰ্বাচিত বছৰ | ২০২৬ |
ৰূপহীহাট বিধানসভা সমষ্টি (ইংৰাজী: Rupohihat Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।
এই সমষ্টিটো নগাঁও জিলাৰ অন্তৰ্গত আৰু ই নগাঁও লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।
বিধানসভাৰ সদস্যসকল
[সম্পাদনা কৰক]| Election | Member | Party affiliation | |
|---|---|---|---|
| ১৯৫৭ | মহম্মদ ইদ্ৰিছ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬২ | আবু নাছাৰ মহম্মদ ওহিদ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬৭ | এম. এ. মোছাৱীৰ | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৭২ | মহম্মদ ইদ্ৰিছ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৭৮ | মহম্মদ ইদ্ৰিছ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৩ | মহম্মদ ইদ্ৰিছ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | ৰছিদুল হক | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৯১ | ৰছিদুল হক | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | ৰছিদুল হক | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০১ | শৰীফা বেগম | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৬ | আব্দুল আজিজ | অসম গণ পৰিষদ | |
| ২০১১ | মজিবুৰ ৰহমান | সৰ্বভাৰতীয় ডেম’ক্ৰেটিক ফ্ৰণ্ট | |
| ২০১৬ | নুৰুল হুদা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০২১ | |||
| ২০২৬ | |||
নিৰ্বাচনী ফলাফল
[সম্পাদনা কৰক]২০২৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ (INC) দলৰ প্ৰাৰ্থী নুৰুল হুদাই বিজয় সাব্যস্ত কৰি ৰূপহীহাট সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হয়।
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| আইএনচি | নুৰুল হুদা | 135,682 | 61.46 | +11.89 | |
| AIUDF | আমিনুল ইছলাম | 65,916 | 29.86 | ||
| অগপ | জাকিৰ হুছেইন ফাৰাজী | 14,946 | 6.77 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | 1,160 | 0.53 | ||
| সংখ্যাগৰিষ্ট | 69,766 | 31.60 | |||
| মুঠ ভোটদান | 2,20,747 | ||||
| ছুইং | |||||
২০২১ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ৰূপহীহাট সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল।
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| আইএনচি | নুৰুল হুদা | 82,311 | 49.57 | +2.07 | |
| বিজেপি | নাজিৰ হুছেইন | 51,241 | 30.86 | ||
| AIUDF | নুৰুল আমিন চৌধুৰী | 29,322 | 17.66 | −15.55 | |
| ওপৰৰ এটাও নহয় (নটা) | নটা | 921 | 0.55 | +0.03 | |
| সংখ্যাগৰিষ্ট | 31,070 | 18.71 | +4.42 | ||
| মুঠ ভোটদান | 1,66,052 | 88.54 | |||
| ছুইং | |||||
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| আইএনচি | নুৰুল হুদা | 72,627 | 47.50 | ||
| AIUDF | নুৰুল আমিন চৌধুৰী | 50,783 | 33.21 | ||
| বিজেপি | জাকৰীয়া হক চৌধুৰী | 15,963 | 10.44 | ||
| Independent | আব্দুল আজিজ | 9,671 | 6.32 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | 803 | 0.52 | ||
| সংখ্যাগৰিষ্ট | 21,844 | 14.29 | |||
| মুঠ ভোটদান | 1,52,895 | 91.23 | |||
| ছুইং | |||||
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "General Election to Assembly Constituencies: Trends & Results May-2026 - Constituencywise S0356 (Assam)". Election Commission of India. https://results.eci.gov.in/ResultAcGenMay2026/ConstituencywiseS0356.htm। আহৰণ কৰা হৈছে: 25 June 2026.