সমললৈ যাওক

ৰেণুকা সিং (ৰাজনীতিক)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰেণুকা সিং সৰুতা

২০২১ চনত ৰেণুকা সিং সৰুতা
জনজাতীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী
কাৰ্যকাল
৩০ মে' ২০১৯ – ৭ ডিচেম্বৰ ২০২৩
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
মন্ত্ৰী অৰ্জুন মুণ্ডা
পূৰ্বসূৰী যসৱন্তসিংহ সুমনভাই ভাভৰ
উত্তৰসূৰী ভাৰতী পাৱাৰ
সংসদৰ সদস্য, লোকসভা
কাৰ্যকাল
২৩ মে' ২০১৯ – ৭ ডিচেম্বৰ ২০২৩
পূৰ্বসূৰী কমলভন সিং মাৰাবী
উত্তৰসূৰী চিন্তামণি মহাৰাজ
সমষ্টি সুৰগুজা
মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী
চত্তীশগড় চৰকাৰ
কাৰ্যকাল
৭ ডিচেম্বৰ ২০০৩ – ১৮ জুন ২০০৫
মুখ্যমন্ত্ৰী ৰমন সিং
উত্তৰসূৰী লাটা উচেণ্ডি
চত্তীশগড় বিধানসভাসদস্য]।
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০২৩
পূৰ্বসূৰী গুলাব কামৰো
সমষ্টি ভাৰতপুৰ-সোণহাট
কাৰ্যকাল
২০০৩ চন – ২০১৩ চন
পূৰ্বসূৰী তুলশ্বৰ সিং
উত্তৰসূৰী খেলচাই সিং
সমষ্টি প্ৰেমনগৰ
ব্যক্তিগত তথ্য
জন্ম ৫ জানুৱাৰী, ১৯৬৪ (৬১ বছৰ)
পোডি, কোৰিয়া জিলা, মধ্যপ্ৰদেশ, ভাৰত
(এতিয়া চত্তীশগড়, ভাৰত)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী নৰেন্দ্ৰ সিং
সন্তান ২ জন পুত্ৰ & ২ জন কন্যা
বাসস্থান ৰামানুজনগৰ, সৰগুজা, চত্তীশগড়, ভাৰত
জীৱিকা ৰাজনীতিবিদ, কৃষি

ৰেনুকা সিং সৰুতা (ইংৰাজী: Renuka Singh Saruta ; জন্ম: ৫ জানুৱাৰী ১৯৬৪) ছত্তীসগঢ়ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ যি বৰ্তমান ভাৰতপুৰ-সোণহাটক প্ৰতিনিধিত্ব কৰি চত্তীশগড় বিধানসভাৰ সদস্য হিচাপে কৰ্মনিৰ্বাহ কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ ২০১৯ চনৰ ৩০ মে'ৰ পৰা ২০২৩ চনৰ ৭ ডিচেম্বৰলৈকে ভাৰতৰ জনজাতি পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1] তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য।[2]

ৰাজনৈতিক কেৰিয়াৰ

[সম্পাদনা কৰক]

ৰেণুকা সিঙে ৰামানুজ নগৰ জিলা পঞ্চায়তৰ সদস্য হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। সিঙে ৰামানুজ নগৰত বিজেপি মণ্ডলৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[3]

২০০৩ চনত ৰেনুকা সিঙে প্ৰথমবাৰৰ বাবে ছত্তীশগড় বিধানসভালৈ নিৰ্বাচিত হয় আৰু ছত্তীশগড় চৰকাৰৰ মহিলা, শিশু বিকাশ আৰু পৰিয়াল কল্যাণৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন দায়িত্ব) হয়৷ ২০০৮ চনত তেওঁ পুনৰ নিৰ্বাচিত হয়।[4][5]২০১৩ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা খেলছাই সিঙৰ হাতত তেওঁ পৰাস্ত হৈছিল। ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ পুনৰ খেলছাই সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি ১,৫৭,৮৭৩ টা ভোটৰ ব্যৱধানত জয়লাভ কৰি জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হয়।[6][7]

২০২৩ চনৰ ছত্তীশগড় বিধানসভাৰ নিৰ্বাচনত ভাৰতপুৰ-সোণহাট বিধানসভা সমষ্টিৰ পৰা সফলতাৰে প্ৰতিদ্বন্দ্বিতা কৰি তৃতীয়বাৰৰ বাবে ছত্তীশগড় বিধানসভাৰ সদস্য হয়।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Tribal MP Renuka Singh Takes Oath as Minister of State in Modi Cabinet" (en ভাষাত). 30 May 2019. https://www.news18.com/news/politics/tribal-mp-renuka-singh-takes-oath-as-minister-of-state-in-modi-cabinet-2165711.html. 
  2. "Cabinet Reshuffle: The full list of Modi's new ministers and what they got". The Economic Times. 8 July 2021. https://economictimes.indiatimes.com/news/politics-and-nation/cabinet-reshuffle-meet-some-of-the-faces-from-pm-modis-new-team/articleshow/84203141.cms। আহৰণ কৰা হৈছে: 8 July 2021. 
  3. "Inspiring Story Of Renuka Singh - 1st Woman Likely To Be Chief Minister Of Chhattisgarh" (en ভাষাত). Zee News. https://zeenews.india.com/india/chhattisgarh-cm-race-inspiring-story-of-renuka-singh-1st-likey-chief-minister-of-chhattisgarh-2695552.html। আহৰণ কৰা হৈছে: 2023-12-13. 
  4. "MEMBERS OF LEGISLATIVE ASSEMBLY". Chhattisgarh Vidhan Sabha, Government of Chhattisgarh. http://www.cgvidhansabha.gov.in/english/englishindex.htm। আহৰণ কৰা হৈছে: 7 November 2013. 
  5. "माननीय सदस्यों के छाया-चित्र एवं जीवन परिचय" (hi ভাষাত). http://cgvidhansabha.gov.in/hindi_new/satra/third_assembly/3RD_ASSEMBLY.pdf. 
  6. "PM Modi allocates portfolios. Full list of new ministers", Live Mint, 31 May 2019, https://www.livemint.com/politics/news/pm-modi-allocates-portfolios-full-list-of-new-ministers-1559288502067.html 
  7. "Cabinet Ministers of Modi Government: Here's the full list of ministers in the Narendra Modi government of 2019" (en-IN ভাষাত). 31 May 2019. https://www.thehindu.com/elections/lok-sabha-2019/narendra-modi-swearing-in-ceremony-live-updates/article27358038.ece. 
  8. "Bharatpur-Sonhat Assembly Election Results 2023 Highlights: BJP's Renuka Singh Saruta with 55809 defeats INC's Gulab Kamro" (en ভাষাত). India Today. 3 December 2023. https://www.indiatoday.in/elections/story/bharatpur-sonhat-assembly-election-results-2023-live-2470818-2023-12-03। আহৰণ কৰা হৈছে: 2023-12-13.