ৰেণ্ডি ব্ৰেন
অৱয়ব
ৰেণ্ডি ব্ৰেন | |
---|---|
![]() ১৯৩৫ চনত ৰেণ্ডি ব্ৰেন | |
জন্ম | ২৬ মে', ১৯১১ ক্ৰিষ্টিয়ানিয়া, নৰৱে |
মৃত্যু | ১ জুন, ২০০৪ (৯৩ বছৰ) |
পেচা | অভিনেত্ৰী |
দাম্পত্যসঙ্গী |
|
আত্মীয়-স্বজন | বেৰিট ব্ৰেন (ভগ্নী) |
ৰেণ্ডি ব্ৰেন ( ইংৰাজী : Randi Brænne; ২৬ মে' ১৯১১ – ১ জুন ২০০৪) আছিল এগৰাকী নৰৱেৰ অভিনেত্ৰী।[1]
জীৱনী
[সম্পাদনা কৰক]ব্ৰেনৰ জন্ম হৈছিল নৰৱেৰ ক্ৰিষ্টিয়ানিয়া (বৰ্তমান অছলো)ত। ছিগমাণ্ড ব্ৰেন আৰু বডিল উইঞ্জৰ কন্যা আৰু অভিনেত্ৰী আৰু লেখিকা বেৰিট ব্ৰেন (১৯১৮–১৯৭৬)ৰ ভগ্নী। ৰেণ্ডী ব্ৰেনৰ বিবাহ হৈছিল দুজন অভিনয় সহকৰ্মীৰ সৈতে; ফ্ৰিথজফ ফেয়াৰ্নলি (১৮৯৬–১৯৭১) আৰু ফ্ৰেংক ৰবাৰ্ট (১৯১৮–২০০৭)।[2][3]
১৯৩৪ চনত ডেট নাই টিটাৰত মঞ্চত তেওঁৰ অভিষেক ঘটে। ১৯৭১ চনৰ পৰা ১৯৮২ চনত অৱসৰ লোৱালৈকে তেওঁ স্থায়ীভাৱে ৰিস্কটেট্ৰেটত নিয়োজিত হয়।
তেওঁৰ কেইবাটাও চলচ্চিত্ৰৰ চৰিত্ৰ আছিল। তেওঁৰ আটাইতকৈ পৰিচিত চলচ্চিত্ৰ অভিনয়ৰ ভিতৰত আছিল Du har lovet mig en kone! (১৯৩৫), Vi som går kjøkkenveien (১৯৩৩), আৰু Fantegutten (১৯৩২)।[4]
ফিল্মোগ্ৰাফী
[সম্পাদনা কৰক]- ১৯৩২ : Fantegutten
- ১৯৩৩ : Vi som går kjøkkenveien
- ১৯৩৪ : Synnöve Solbakken
- ১৯৩৫ : Du har lovet mig en kone!
- ১৯৩৬ : Gylne ungdom
- ১৯৫৯ : Unga syndare
- ১৯৬১ : Bussen
- ১৯৬১ : Et øye på hver finger
- ১৯৯৬ : Gåten Knut Hamsun (TV)
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Randi Brænne সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Godal, Anne Marit (ed.). "Randi Brænne". Store norske leksikon (in Norwegian). Oslo: Norsk nettleksikon. Retrieved 24 May 2013.
- ↑ "Berit Brænne". Norsk biografisk leksikon. https://nbl.snl.no/Berit_Br%C3%A6nne। আহৰণ কৰা হৈছে: January 1, 2020.
- ↑ "Frank Robert". Norsk biografisk leksikon. https://nbl.snl.no/Frank_Robert। আহৰণ কৰা হৈছে: January 1, 2020.
- ↑ "Randi Brænne". IMDb.com, Inc.. https://www.imdb.com/name/nm0117560/bio?ref_=nm_ov_bio_sm। আহৰণ কৰা হৈছে: January 1, 2020.