সমললৈ যাওক

ৰেহানা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰেহানা

১৯৫১ চনৰ চলচ্চিত্ৰ আড্ডাত ৰেহানা
স্থানীয় নাম ریحانہ
জন্ম ৰেহানা অঞ্জুমান চৌধুৰী [1]
১০ মাৰ্চ, ১৯৩১
বোম্বে, বোম্বে প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
মৃত্যু ২৩ এপ্ৰিল, ২০১৩ (৮২ বছৰ)
কৰাচী, পাকিস্তান
অন্য নাম দ্য কুইন অফ চাৰ্ম [2]
দ্য ডান্সিং ডেমছেল অফ বোম্বে[3]
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৩৬- ১৯৯৫
দাম্পত্যসঙ্গী
  • ছাবিৰ আহমেদ
  • ইকবাল ছেহজাদ (বি.বি.)
সন্তান


ৰেহানা অঞ্জুমান চৌধুৰী (ইংৰাজী: Rehana Anjuman Choudhary ; ১০ মাৰ্চ ১৯৩১ – ২৩ এপ্ৰিল ২০১৩), বা চমুকৈ ৰেহানা এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ মূলতঃ ভাৰতীয় আৰু পাকিস্তানী চলচ্চিত্ৰত কাম কৰিছিল। তেওঁক "দ্য কুইন অফ চাৰ্ম" আৰু "দ্য ডান্সিং ডেমচেল অফ বম্বে" নামেৰেও জনা যায়। তেওঁ সগাই, তদবীৰ, হম এক হ্যায়, শ্বেহনাই, সাজন, সম্ৰাট ঔৰ সৰগম আদি ছবিত মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰিছিল।[4][5]

কৰ্মজীৱন

[সম্পাদনা কৰক]

কে এল ছায়গল-সুৰাইয়া অভিনীত তদবীৰৰ দৰে ছবিত নৃত্যৰ চৰিত্ৰ আৰু সৰু সৰু চৰিত্ৰত অভিনয় কৰাৰ পিছত তেওঁ হম এক হ্যায় (১৯৪৬) ছবিত ডাঙৰ ব্ৰেক লাভ কৰে। কাকতালীয়ভাবে এইখন দেৱ আনন্দৰো প্ৰথম ছবি আছিল। সাজনৰ (১৯৪৭) নায়িকা আছিল ৰেহানা। এইখন ছবি আৰু লগতে শ্বেহনাইৰ (১৯৪৭) সফলতাৰ পিছত তেওঁ "ৰাতিটোৰ ভিতৰতে তাৰকা" হৈ পৰিছিল।[6] ১৯৪৮ চনৰ পৰা ১৯৫১ চনলৈকে তেওঁৰ কেৰিয়াৰৰ সৰ্বোত্তম পৰ্যায় আছিল; কাৰণ তেওঁ সেই সময়ৰ প্ৰায়বোৰ শীৰ্ষ নায়কৰ সৈতে যুটী বান্ধি বহুবোৰ ছবি কৰিছিল, যেনে একট্ৰেছত (১৯৪৮) প্ৰেম আদিবৰ সৈতে, সুনেহৰে দিনত (১৯৪৯) ৰাজ কাপুৰৰ সৈতে আৰু সৰগম (১৯৫০), দিলৰুবাত দেৱ আনন্দৰ সৈতে (১৯৫০), নিৰ্দোষ (১৯৫০) আৰু সুৰজমুখীত (১৯৫০) শ্যামৰ সৈতে, অদাত (১৯৫১) শেখৰৰ সৈতে, আৰু সগাইত (১৯৫১) প্ৰেমনাথৰ সৈতে ।[7] ইয়াৰ ভিতৰত তেওঁৰ দুখন ডাঙৰ হিট আছিল সৰগম (১৯৫০) আৰু সগাই (১৯৫১)।[8][9]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "In Black and White: The films that left a mark in 1947". Hindustan Times. 23 February 2022. https://www.hindustantimes.com/art-and-culture/in-black-and-white-the-films-that-left-a-mark-in-1947/story-0DokDzgQAv2uMNlyAhfk8I.html. 
  2. Patel, Baburao (August 1948). "Filmindia". Filmindia খণ্ড 14 (8): 47. https://archive.org/stream/filmindia194612unse#page/n591/mode/2up। আহৰণ কৰা হৈছে: 18 March 2015. 
  3. "Rehana". cineplot.com. 8 September 2017. http://cineplot.com/rehana/। আহৰণ কৰা হৈছে: 18 March 2015. 
  4. Eena Meena Deeka: The Story of Hindi Film Comedy. Rupa & Company. পৃষ্ঠা. 161. 
  5. Collections. Update Video Publication. পৃষ্ঠা. 67. 
  6. Dev Anand: Dashing, Debonair. Rupa & Company. পৃষ্ঠা. 97. 
  7. Gazdar, Mushtaq (1997). Pakistan Cinema, 1947-1997. Oxford University Press. পৃষ্ঠা. 58. ISBN 0-19-577817-0. 
  8. Raj Kapur, the Fabulous Showman: An Intimate Biography. National Film Development Corporation. পৃষ্ঠা. 390. 
  9. Gazdar, Mushtaq (1997). Pakistan Cinema, 1947-1997. Oxford University Press. পৃষ্ঠা. 58. ISBN 0-19-577817-0. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]