সমললৈ যাওক

ৰোডা হোমী মিস্ত্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰোডা মিস্ত্ৰী

ৰোডা হোমী মিস্ত্ৰী (২৯ ফেব্ৰুৱাৰী ১৯৯৬ত তোলা ফটো)
ৰাজ্যসভাৰ সদস্য
কাৰ্যকাল
১৯৮০ – ১৯৮৬
সমষ্টি অন্ধ্ৰপ্ৰদেশ
ব্যক্তিগত তথ্য
জন্ম ১৬ অক্টোবৰ, ১৯২৮
ব্ৰিটিছ ৰাজ
মৃত্যু ০৮ জুন, ২০০৪ (৭৫ বছৰ)
হায়দৰাবাদ, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী হোমী পি. মিস্ত্ৰী (বি. ১৯৪৬; মৃ. ২০০১)
সন্তান

ৰোডা হোমী মিস্ত্ৰী (ইংৰাজী: Roda Homi Mistry ; ১৬ অক্টোবৰ ১৯২৮- ৮ জুন ২০০৪) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু হায়দৰাবাদৰ গাচীবৌউলিত অৱস্থিত ৰোডা মিস্ত্ৰী কলেজ অফ ছোচিয়েল ৱৰ্ক এণ্ড ৰিচাৰ্ছ চেণ্টাৰৰ প্ৰতিষ্ঠাপক। [1] তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা অন্ধ্ৰপ্ৰদেশক প্ৰতিনিধিত্ব কৰি ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ সাংসদ কাৰ্যনিৰ্বাহ কৰিছিল। [2] [3] [4] [5] ইয়াৰ পূৰ্বে তেওঁ অন্ধ্ৰপ্ৰদেশ ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী আৰু পৰ্যটন মন্ত্ৰী আছিল। [5] [6] ২০০৬ চনৰ ৮ জুলাইত হায়দৰাবাদত তেওঁৰ মৃত্যু হয়। [7] তেওঁ এগৰাকী পাৰ্চী সম্প্ৰদায়ৰ ব্যক্তি আছিল। [8] তেওঁৰ নাতিনীয়েক [9] লাইলা এম আলফন্স এগৰাকী আমেৰিকান সাংবাদিক আৰু "ট্ৰাইম্ফ অভাৰ ডিচক্ৰিমিনেচন: দ্য লাইফ ষ্ট'ৰী অৱ ড° ফাৰহাং মেহৰ"ৰ লেখিকা।

  1. "RMCSW :: HOME". cswhyd.org. https://www.cswhyd.org/campus.html। আহৰণ কৰা হৈছে: 2019-11-15. 
  2. "RAJYA SABHA MEMBERS BIOGRAPHICAL SKETCHES 1952 – 2003". Rajya Sabha. http://rajyasabha.nic.in/rsnew/pre_member/1952_2003/m.pdf। আহৰণ কৰা হৈছে: 22 November 2017. 
  3. "Women Members of Rajya Sabha". Rajya Sabha. পৃষ্ঠাসমূহ: 147. http://rajyasabha.nic.in/rsnew/publication_electronic/Women_Members_Rajya%20Sabha.pdf। আহৰণ কৰা হৈছে: 22 November 2017. 
  4. Lok Sabha Debates. Lok Sabha Secretariat.. 7 April 1986. পৃষ্ঠা. 69–70. https://books.google.com/books?id=xrQwAAAAMAAJ। আহৰণ কৰা হৈছে: 22 November 2017. 
  5. 5.0 5.1 Olivia Cox-Fill (1996). For Our Daughters: How Outstanding Women Worldwide Have Balanced Home and Career. Greenwood Publishing Group. পৃষ্ঠা. 110–. ISBN 978-0-275-95199-3. https://books.google.com/books?id=UBqr_MEn4m4C&pg=PA110। আহৰণ কৰা হৈছে: 22 November 2017. 
  6. "Andhra Pradesh: Angry protests". India Today. 31 October 1978. http://indiatoday.intoday.in/story/andhra-minister-roda-mistry-creates-a-storm-with-her-poor-hyderabadi-girls-comment/1/434630.html। আহৰণ কৰা হৈছে: 22 November 2017. 
  7. "Roda Mistry" (en-US ভাষাত). meherbabatravels jimdo page!. https://www.meherbabatravels.com/his-close-ones/women-1/roda-mistry/। আহৰণ কৰা হৈছে: 2018-01-04. 
  8. Wecker, Menachem (2016-03-27). "What It's Like to Have to Date Someone of Your Religion to Save It From Extinction" (en-US ভাষাত). The Atlantic. https://www.theatlantic.com/national/archive/2016/03/marriage-and-zoroastrian/475467/. 
  9. Wecker, Menachem (2016-03-27). "What It's Like to Have to Date Someone of Your Religion to Save It From Extinction" (en-US ভাষাত). The Atlantic. https://www.theatlantic.com/national/archive/2016/03/marriage-and-zoroastrian/475467/। আহৰণ কৰা হৈছে: 2019-11-15.