সমললৈ যাওক

ৰ’জা ক্লিন’ফিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Rosa clinophylla
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
অধিজগৎ: সংকোষকেন্দ্ৰী
ৰাজ্য: Plantae
ক্লেড: Angiosperms
ক্লেড: Eudicots
ক্লেড: Rosids
বৰ্গ: Rosales
পৰিয়াল: Rosaceae
গণ: Rose
প্ৰজাতি: R. clinophylla
দ্বৈৰাশিক নামকৰণ
Rosa clinophylla
Thory
সমাৰ্থক[1]
  • Rosa involucrata Roxb. ex Lindl.
  • R. involucrata Roxb. nom. nud.
  • R. lyellii Lindl.
  • R. palustris Buch.-Ham. ex Lindl.

ৰ’জা ক্লিন’ফিলা (বৈজ্ঞানিক নাম: Rosa clinophylla) হʼল গোলাপ (Rosa) গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদপ্ৰজাতি[1] এই উদ্ভিদ প্ৰজাতিবিধ হিমালয়, দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ এবিধ থলুৱা উদ্ভিদ।

এই ডাঙৰ গুল্মজাতীয় উদ্ভিদজোপা ৬ মিটাৰ (২০ ফুট) পৰ্যন্ত ওখ হʼব পাৰে।[1] এই উদ্ভিদজোপা বাংলাদেশহাওৰ (বা বিল, ঝীল)ৰ দৰে জলাহভূমিতো গজা দেখা যায়।[2][3] ইয়াৰ বিপৰীতে আধুনিক গোলাপ ফুলবোৰে দুদিনলৈও পানী জমা হোৱা সহ্য কৰিব নোৱাৰে। গ্ৰীষ্মমণ্ডলীয় অঞ্চলত ইয়াৰ সহনশীল বৈশিষ্ট্য দেখা পাই, ১৯৭৭ চনত এ. এফ. এলেন আৰু অন্যান্য বিশেষজ্ঞসকল ইয়াৰ প্ৰতি আকৰ্ষিত হৈছিল।[4]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Hideaki Ohba and Colin A. Pendry, "Rosa clinophylla Thory, Roses 1: 43 (1817)", Flora of Nepal, http://www.floraofnepal.org/?page=onlineflora&wildcard=15528 
  2. Joseph Dalton Hooker (1879), "Rosa involucrata Roxb.", The flora of British India, 2, pp. 365, https://www.biodiversitylibrary.org/item/114980#page/379/mode/1up 
  3. Mokaram Hossain (19 February 2016), "In quest of the Jewels of Haors", The Daily Star 
  4. Abdush Shakoor (2004) (Bengali ভাষাত). Golapsangraha. Mowla Brothers. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]