সমললৈ যাওক

ৱমেন'ছ এৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱমেন'ছ এৰা

মে ২০১৮ সংস্কৰণৰ বেটুপাত, আলোচনীৰ
সম্পাদক দিবেশ নাথ
প্ৰকাৰ মহিলাৰ আগ্ৰহ
প্ৰকাশনৰ হাৰ পষেকীয়া
প্ৰতিষ্ঠাপক বিশ্বনাথ
প্ৰতিষ্ঠা ১৯৭৩
কোম্পানী দিল্লী প্ৰেছ
দেশ ভাৰত
ভাষা ইংৰাজী
ৱেবচাইট womansera.com

ৱমেন'ছ এৰা (ইংৰাজী: Woman's Era) হৈছে ইংৰাজী ভাষাত প্ৰকাশিত এখন ভাৰতীয় মহিলা পষেকীয়া আলোচনী।[1][2][3][4][5] ১৯৭৩ চনত বিশ্বনাথে তেওঁৰ প্ৰকাশন সংস্থা দিল্লী প্ৰেছৰ পৰা ইয়াৰ প্ৰকাশ আৰম্ভ কৰিছিল।[6][7] আলোচনীখন দিল্লী প্ৰেছৰ মালিকানাধীন।[6] দিৱেশ নাথ ২০০২ চনৰ পৰা আলোচনীখনৰ পৰিচালন সম্পাদক হৈ আহিছে।

ৱমেন'ছ এৰা ত ফেশ্বন, ৰন্ধা-বঢ়া, চিনেমা আৰু কিতাপৰ পৰ্যালোচনা, স্বাস্থ্য, সম্পৰ্ক, সৌন্দৰ্য্য, জীৱনশৈলী, ভ্ৰমণ আৰু প্ৰযুক্তিকে ধৰি বিভিন্ন বিষয় সামৰি লোৱাৰ লগতে সমাজ আৰু সাম্প্ৰতিক পৰিঘটনাৰ ওপৰত দৃষ্টিপাত কৰা হয়। ইয়াত কবিতা আৰু চুটি গল্প অন্তৰ্ভুক্ত আছে। ইণ্ডিয়ান ৰিডাৰশ্বিপ চাৰ্ভে (আই. আৰ. এছ.) ৰ জৰীপ অনুসৰি ৮০ নম্বৰৰ সৰ্বভাৰতীয় সূচকৰ সৈতে ফেমিনাৰ পিছত ই হৈছে দ্বিতীয় জনপ্ৰিয় মহিলা আলোচনী।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Office Finder". resources.afaqs.com. Archived from the original on 2018-05-08. https://web.archive.org/web/20180508185301/http://resources.afaqs.com/index.html?id=642&category=Publications আহৰণ কৰা হৈছে: 2025-03-10.
  2. "Grihshobha and Woman’s Era unveil the Biggest Magazine Cover". bestmediainfo.com. http://bestmediainfo.com/2011/04/grihshobha-and-womans-era-unveil-the-biggest-magazine-cover/.
  3. "Of recipes and G-spots: On India's 'magazine era'". dnaindia.com. http://www.dnaindia.com/lifestyle/report-of-recipes-and-g-spots-on-india-s-magazine-era-2105879.
  4. "Our VP / Director’s exclusive Q&A session Woman’s Era Magazine". vitabiotics.in. Archived from the original on 2020-02-15. https://web.archive.org/web/20200215123242/http://www.vitabiotics.in/our-vp-directors-exclusive-qa-session-womens-era-magazine/ আহৰণ কৰা হৈছে: 2025-03-10.
  5. "Women's Era". netexpress.co.in. Archived from the original on 2022-06-21. https://web.archive.org/web/20220621191448/https://www.netexpress.co.in/yellowpages/details-l-case/women-s-era/karnataka/bangalore/59265/details.aspx আহৰণ কৰা হৈছে: 2025-03-10.
  6. 1 2 Dana McLachlin; Tara Dhakal; Pramada Menon (Spring 2012). "For All the Women You Are": National Identity, Gender, and Tradition/Modernity in Indian Women’s Magazines". School for International Training India. http://digitalcollections.sit.edu/cgi/viewcontent.cgi?article=2573&context=isp_collection আহৰণ কৰা হৈছে: 26 July 2016.
  7. . 19 July 2015. http://www.dnaindia.com/lifestyle/report-of-recipes-and-g-spots-on-india-s-magazine-era-2105879.
  8. "Indian Readership Survey". http://www1.ximb.ac.in/users/fac/MNT/mnt.nsf/.../$FILE/media.ppt আহৰণ কৰা হৈছে: 30 September 2015.[সংযোগবিহীন উৎস]