সমললৈ যাওক

ৱাছফিয়া নাজৰিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱাছফিয়া নাজৰিন

ৱাছফিয়া (২০১৫)
স্থানীয় নাম ৱাছফিয়া নাজৰিন
জন্ম ২৭ অক্টোবৰ ১৯৮২
ঢাকা,বাংলাদেশ
পেচা পৰ্বতাৰোহী, পৰিৱেশ কৰ্মী
জনা যায় এভাৰেষ্ট বিজয়ী আটাইতকৈ কমবয়সীয়া বাংলাদেশী আৰু দ্বিতীয় বাংলাদেশী মহিলা
বঁটা, সন্মান, পুৰস্কাৰ আদি Anannya Top Ten Awards 2015
ৱেবছাইট
wasfianazreen.com

ৱাছফিয়া নাজৰীন ইংৰাজী: Wasfia Nazreen এগৰাকী বাংলাদেশী পৰ্বতাৰোহী আৰু পৰিৱেশ কৰ্মী। [1][2]

নাজৰীন বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ কে২ (K2) আৰোহণকাৰী প্ৰথম গৰাকী বাংলাদেশী। [3][4]১৯৫৪ চনৰ পৰা ইতিহাসত সফলতাৰে কে২ আৰোহণ কৰা ৪০ গৰাকী মহিলাৰ ভিতৰত তেওঁ অন্যতম হৈ পৰে। .[5]ইয়াৰ পূৰ্বে নাজৰিন ২০১৫ চনৰ ১৮ নৱেম্বৰত ৰেইনহল্ড মেছনাৰ ( Reinhold Messner) সম্পূৰ্ণ কৰা প্ৰথম বাংলাদেশী ৰূপে পৰিগণিত হৈছিল। [6][7][8][9][10] নাজৰিনে ২০১২ চনৰ মাউণ্ট এভাৰেষ্ট আৰোহণ বাংলাদেশৰ মহিলাসকলৰ বাবে উৎসৰ্গা কৰি কয় যে, “আমি ৪১ বছৰ পূৰ্বে স্বাধীনতা লাভ কৰিছো, কিন্তু আমাৰ মহিলাসকলে এতিয়াও স্বাধীনতা উপভোগ কৰিব পৰা নাই।”[11][12] নেচনেল জিঅ'গ্ৰাফিক ছ'চাইটি এ নাজৰিনক ২০১৪/২০১৫ চনৰ অন্যতম এডভেঞ্চাৰ হিচাপে স্বীকৃতি দিয়ে। [13]দুঃসাহসিক কৰ্মৰ জৰিয়তে মহিলা সবলীকৰণৰ প্ৰতি থকা সক্ৰিয়তা আৰু দায়বদ্ধতাৰ বাবে তেওঁক নিৰ্বাচিত কৰা হৈছিল।২০১৬ চনত পুনৰ তেওঁলোকৰ অন্যতম এক্সপ্ল’ৰাৰ হিচাপে নিৰ্বাচিত হয়, তেওঁ নেচনেল জিঅ'গ্ৰাফিক এক্সপ্ল'ৰাৰ আৰু এডভেঞ্চাৰৰ একেলগে উপাধি লাভ কৰা একমাত্ৰ মহিলা হিচাপে পৰিগণিত হয়। [14][15] [16][17]

নাজৰিনক বাংলাদেশ ইতিহাসত জাতিটোৰ প্ৰেৰণা আৰু [10] অগ্ৰণী অৱদান আগবঢ়োৱা কিংবদন্তি মহিলাসকলৰ ভিতৰত এগৰাকী হিচাপে স্বীকৃতি দিয়া হয়।.[18] নাজৰিন পশুৰ অধিকাৰ, তিব্বতৰ মানৱ অধিকাৰৰ পৰিস্থিতি, পৰিৱেশৰ প্ৰভাৱ, বাংলাদেশী মহিলাৰ অধিকাৰ, যৌনকৰ্মী আৰু কাপোৰৰ কাৰখানাৰ শ্ৰমিক, অন্যান্য শ্ৰমিকৰ অধিকাৰ, আৰু খিলঞ্জীয়া গোটৰ বিষয়ে সজাগতা সৃষ্টিৰ অভিযানৰ বাবেও পৰিচিত।[19]২০১১ চনত নাজৰিনে আদিবাসী বা বাংলাদেশৰ খিলঞ্জীয়া লোকসকলৰ ওপৰত নিজৰ জাতিগত লোকৰ দ্বাৰা অত্যাচাৰ আৰু ভূমি দখলৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া বিষয়ৰ স্থায়ী মঞ্চৰ দশম অধিৱেশন সাক্ষ্য দিছিল।[20]

২০২৩ চনত নাজৰিনক ফ্ৰান্স চৰকাৰ আৰু ২০২৪ চনৰ অলিম্পিক আৰু পেৰালিম্পিক গেমছৰ বাবে পেৰিছ আয়োজক সমিতিয়ে ২০২৪ চনৰ পেৰিছৰ হল অৱ ফেমত সজোৱা প্ৰথম খেলুৱৈৰ দলসমূহৰ ভিতৰত অন্যতম হিচাপে আমন্ত্ৰণ জনায়। [1] ২০১৯ চনত নাজৰিনক ৰাষ্ট্ৰসংঘৰ মহিলাৰ "প্ৰজন্মৰ সমতা" অভিযানতো অন্তৰ্ভুক্ত কৰা হৈছিল। [21] ২০১৬ আৰু ২০১৭ চনত নাজৰিনক Outside magazineত যোৱা ৪০ বছৰত নিজৰ নেতৃত্ব, উদ্ভাৱন, আৰু এথলেটিক কৃতিত্বৰ জৰিয়তে বাহিৰৰ জগতখনক আগবাঢ়ি যোৱা আৰু প্ৰত্যাহ্বান জনোৱা ৪০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হয়। [22]

  1. 1.0 1.1 "UNESCO Forum on Biodiversity: On the road to Kunming" (en ভাষাত). UNESCO. 20 March 2021. https://en.unesco.org/news/unesco-forum-biodiversity-road-kunming। আহৰণ কৰা হৈছে: 1 April 2021. 
  2. (bn ভাষাত). Deutsche Welle. http://dw.de/p/1Ac62. 
  3. "Wasfia Nazreen becomes first Bangladeshi to summit K2". The Business Standard. https://www.tbsnews.net/bangladesh/wasfia-nazreen-becomes-first-bangladeshi-summit-k2-463350. 
  4. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; ds22Jul2022 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  5. "Wasfia Nazreen returns home after making history". Prothom Alo. https://en.prothomalo.com/bangladesh/srcww961cr. 
  6. "Error: no |title= specified when using {{Cite web}}" (bn ভাষাত). BBC Bangla. 21 September 2011. https://www.bbc.co.uk/bengali/multimedia/2011/09/110921_sabigintvwas.shtml. 
  7. (bn-IN ভাষাত)BBC বাংলা. 25 November 2015. http://www.bbc.com/bengali/news/2015/11/151125_wasfia_nazreen_seven_summit। আহৰণ কৰা হৈছে: 25 November 2015. 
  8. "আৰ্কাইভ কপি" (bn ভাষাত). BDEuroNews. Archived from the original on 2014-08-14. https://archive.today/20140814122330/http://www.bdeuronews.com/index.php?option=com_content&view=article&catid=25:2012-06-24-04-41-24&id=206:2012-07-05-10-47-50l। আহৰণ কৰা হৈছে: 14 August 2014. 
  9. "Women Reaching Heights". Indiegogo. https://www.indiegogo.com/projects/bangladesh-on-seven-summits. 
  10. 10.0 10.1 "Bangladesh on Seven Summits" (en ভাষাত). The Daily Star. 27 November 2015. https://www.thedailystar.net/editorial/%E2%80%9Cbangladesh-seven-summits%E2%80%9D-178624. 
  11. "'V' is for Women". The Daily Star. 2014-11-19. https://www.thedailystar.net/v-is-for-women-51136. 
  12. "Touching the Heavens". bdnews24.com. 2012-05-27. http://opinion.bdnews24.com/touching-the-heavens. [সংযোগবিহীন উৎস]
  13. "The Activist: Wasfia Nazreen". National Geographic Adventure. Archived from the original on 21 October 2016. https://web.archive.org/web/20161021133932/http://adventure.nationalgeographic.com/adventure/adventurers-of-the-year/2015/wasfia-nazreen। আহৰণ কৰা হৈছে: 6 March 2015. 
  14. "Wasfia's Everest". The Daily Star. https://www.thedailystar.net/wasfias-everest-51128. 
  15. "National Geographic Society unveils 2016 Class of Emerging Explorers". National Geographic. Archived from the original on 13 May 2016. https://web.archive.org/web/20160513201338/http://press.nationalgeographic.com/2016/05/13/national-geographic-society-unveils-2016-class-of-emerging-explorers/। আহৰণ কৰা হৈছে: 14 March 2025. 
  16. "Wasfia Makes History". Dhaka Tribune. http://www.dhakatribune.com/bangladesh/2016/may/13/wasfia-makes-history. 
  17. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; explorer নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  18. "Legendary Women in Bangladesh with Pioneering Contribution in Diverse Fields" (en ভাষাত). UNB. https://unb.com.bd/category/Bangladesh/legendary-women-in-bangladesh-with-pioneering-contribution-in-diverse-fields/65830. 
  19. "Wasfia and two other women". bdnews24.com. 2012-11-13. https://opinion.bdnews24.com/wasfia-and-two-other-women/. [সংযোগবিহীন উৎস]
  20. "Who is 'Indigenous?'". FORUM. https://archive.thedailystar.net/forum/2011/September/who.htm. 
  21. "I am Generation Equality: Wasfia Nazreen, mountaineer and activist" (en ভাষাত). UN Women. 13 December 2019. https://www.unwomen.org/en/news/stories/2019/12/i-am-generation-equality-wasfia-nazreen-mountaineer-and-activist। আহৰণ কৰা হৈছে: 1 April 2021. 
  22. "The 25 most Adventurous Women of the past 25 years". Men's Journal. http://www.mensjournal.com/adventure/collections/the-25-most-adventurous-women-of-the-past-25-years-w476998/wasfia-nazreen-w477043.