সমললৈ যাওক

ৱাজেদ আলী চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱাজেদ আলী চৌধুৰী

অফিচিয়েল প’ৰ্ট্ৰেইট
ৰাজ্য মন্ত্ৰী (স্বাধীন চাৰ্জ), অসম চৰকাৰ
কাৰ্যকাল
৭ জুন ২০০২ – ২১ মে' ২০০৬
মুখ্যমন্ত্ৰী তৰুণ গগৈ
পৰ্টফলিঅ'
  • সংখ্যালঘু
  • চৰ এলেকা উন্নয়ন
সদস্য, অসম বিধানসভা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৯ মে' ২০১৬
পূৰ্বসূৰী আব্দূৰ ৰহমান আজমল
সমষ্টি দক্ষিণ শালমাৰা
কাৰ্যকাল
২০০৯ – ১৩ মে' ২০১১
পূৰ্বসূৰী বদৰুদ্দিন আজমল
উত্তৰসূৰী আব্দূৰ ৰহমান আজমল
কাৰ্যকাল
৯ মে' ১৯৯৬ – ১১ মে' ২০০৬
পূৰ্বসূৰী দেৱান জয়নাল আবেদিন
উত্তৰসূৰী বদৰ উদ্দিন আজমল
ব্যক্তিগত তথ্য
জন্ম ০১ জুলাই, ১৯৫৯ (৬৭ বছৰ)
বিৰসিং ২য় খণ্ড, দক্ষিণ শালমাৰা
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
পেচা ব্যাৱসায়িক
জীৱিকা ৰাজনীতি

ৱাজেদ আলী চৌধুৰী (জন্ম ১ জুলাই ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু ব্যৱসায়। তেখেত ২০১৬ চনৰপৰা দক্ষিণ শালমাৰা সমষ্টিক প্ৰতিনিধিত্ব কৰি অসম বিধানসভাৰ সদস্য হিচাপে, আৰু ১৯৯৬ চনৰপৰা ২০০৬ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে আৰু ২০০২ চনৰপৰা ২০০৬ চনলৈ প্ৰথম তৰুণ গগৈ মন্ত্ৰ্যালয়ত অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন চাৰ্জ), অসম চৰকাৰৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1][2][3]