ৱিকিচ'ৰা:ভাৰত/বাতৰি
অৱয়ব
জুন ২০১৫
[সম্পাদনা কৰক]- ২০ জুন, মুম্বাইত সূৰাৰ বিষক্ৰিয়া ঘটি ৯০ জন লোকৰ মৃত্যু হয়।
- প্ৰচণ্ড গৰমৰ বাবে সমগ্ৰ ভাৰতত ২,৫০০ লোকৰ মৃত্যু হয়।
- ৪ জুনত মণিপুৰৰ এটা সন্ত্ৰাসবাদী আক্ৰমণত ২০ জন সেনা জোৱান নিহত আৰু ১১ জন আহত হয়। এন.এছ.চি.এন.-খাপলাং গোটে এই আক্ৰমণ সংঘটিত কৰিছিল।
মে ২০১৫
[সম্পাদনা কৰক]- ক্ৰিকেটত, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চূড়ান্ত খেলত চেন্নাই চুপাৰ কিংছক পৰাজিত কৰি মুম্বাই ইণ্ডিয়ান বিজয়ী হয়।