সমললৈ যাওক

অসমীয়া-নেপালী-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ৱিকিপিডিয়া, নেপালী ৱিকিপিডিয়া আৰু বাংলা ৱিকিপিডিয়া (বাংলাদেশ)ৰ উমৈহতীয়া উদ্যোগত ইং ২০২৫ চনৰ ৫নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ ১০ দিনজোৰা “অসমীয়া-নেপালী-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৫”ৰ আয়োজন কৰা হৈছে। এই সম্পাদনা মেলাৰ মূল বিষয় “সংস্কৃতি’’। এই বিষয়ৰ নানা তথ্য সন্নিৱিষ্ট কৰাৰ উদ্দেশ্যে তিনিওখন দেশৰ তিনিওটা ভাষাৰ ৱিকিপিডিয়ানসকল একত্ৰিত হৈ মুক্তভাবে অৱদান আগবঢ়োৱাৰ পৰিকল্পনা হাতত লোৱা হৈছে। সকলো ৱিকিমিডিয়ানে মুক্তভাৱে এই মেলাত যোগদান কৰিব পাৰিব।

প্ৰবন্ধৰ তালিকা

[সম্পাদনা কৰক]
  • বাংলা আৰু নেপালীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিবলগীয়া প্ৰবন্ধৰ তালিকা। তালিকাখন সম্পূৰ্ণ নহয়; গতিকে নিৰ্ধাৰিত বিষয়ৰ আন প্ৰবন্ধও অন্তৰ্ভূক্ত কৰিব পাৰে।

বিস্তাৰ কৰা প্ৰবন্ধ

[সম্পাদনা কৰক]

নতুনকৈ লিখা/অনুবাদ কৰা প্ৰবন্ধ

[সম্পাদনা কৰক]

অংশগ্ৰহণ

[সম্পাদনা কৰক]

নিয়মাৱলী

[সম্পাদনা কৰক]
  • এই সম্পাদনা মেলা সকলোৰে বাবে মুকলি। ৱিকিপিডিয়াত সম্পাদনা কৰিব জনা সকলো ব্যৱহাৰকাৰীয়ে লগইন কৰাৰ পাছত ইয়াত ভাগ ল’ব পাৰিব।
  • প্ৰবন্ধসমূহ ৫ নৱেম্বৰৰ পুৱা ১২ বজাৰ পৰা ১৪ নৱেম্বৰৰ নিশা ১২ বজাৰ ভিতৰত বিস্তাৰ, অনুবাদ অথবা সৃষ্টি কৰিব লাগিব।
  • প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ নীতি অনুসৰি সঠিক তথ্যসূত্ৰ (অতি কমেও তিনিটা) সহকাৰে নিৰপেক্ষ হিচাপে বিস্তাৰ অথবা সৃষ্টি কৰিব লাগিব।
  • প্ৰবন্ধসমূহত কোনোধৰণৰ কপিৰাইট উলংঘন তথা উল্লেখনীয় সমস্যা থাকিব নালাগিব।
  • প্ৰবন্ধসমূহ কমেও ৩০০ শব্দৰ হোৱাটো বাঞ্ছনীয়। প্ৰতিটো প্ৰবন্ধত ১ পইণ্টকৈ ধৰা হ’ব আৰু একেটা প্ৰবন্ধৰ শব্দসংখ্যা বেছি হ’লে, অতিৰিক্ত ৩০০ শব্দৰ বাবে পুনৰ ১ পইণ্ট যোগ কৰা হ’ব। তেনেদৰে এটা প্ৰবন্ধৰ শব্দ সংখ্যা যদি ৯০০ হয়গৈ, তেন্তে তেনে প্ৰবন্ধ অনুবাদ কৰোঁতাই মুঠ ৩ নম্বৰ লাভ কৰিব। ৩০০তকৈ কম শব্দৰ প্ৰবন্ধ সম্পাদনা মেলাৰ অংশ হিচাপে বিবেচিত নহ'ব।
  • বিস্তাৰ কৰা প্ৰবন্ধৰ ক্ষেত্ৰতো নতুনকৈ সংযোজিত শব্দ সংখ্যাৰ ওপৰত ভিত্তি কৰি নম্বৰ দিয়া হ’ব।
  • বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত হ’ব।

পুৰস্কাৰ

[সম্পাদনা কৰক]

সহযোগিতামূলক কামৰ বাবে বাংলা আৰু নেপালী ৱিকিপিডিয়াৰ আয়োজকৰ ফালৰ পৰা অংশগ্ৰহণকাৰীসকলক ডিজিটেল মানপত্ৰ আৰু বাৰ্ণষ্টাৰ প্ৰদান কৰা হ'ব।

প্ৰবন্ধ জমা দিয়ক

[সম্পাদনা কৰক]

সমন্বয়ক

[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়া

[সম্পাদনা কৰক]

বাংলা ৱিকিপিডিয়া

[সম্পাদনা কৰক]

নেপালী ৱিকিপিডিয়া

[সম্পাদনা কৰক]

প্ৰবন্ধ পৰীক্ষক

[সম্পাদনা কৰক]

অংশগ্ৰহণকাৰীসকল‎

[সম্পাদনা কৰক]
  1. কন্দৰ্পজিৎ কল্লোল (বাৰ্তা)
  2. নৰুনা বৰুৱা (বাৰ্তা) 06:20, 4 November 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. কুমুদ ঘোষ (বাৰ্তা) 07:03, 4 November 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. হানিফ আলী (বাৰ্তা) 13:46, 4 November 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. Pranamikaadhikary (বাৰ্তা) 18:30, 4 November 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. Dipankar Das (বাৰ্তা) 00:09, 5 November 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. Nayan j Nath (বাৰ্তা) 13:49, 6 November 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. Rakesh Modak (বাৰ্তা) 13:51, 6 November 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9.  MS Sakib  📩 ·📝 19:27, 6 November 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10. দিব্য দত্ত (বাৰ্তা) 14:28, 10 November 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  11. দিম্পল দাস (বাৰ্তা)