সমললৈ যাওক

ৱিকিপিডিয়া:অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎস কৰ্মশালা, ২০২৬

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎস কৰ্মশালা, ২০২৬

অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎস কৰ্মশালা
আৰম্ভ পুৱা ১১:৩০ বজা, ৮ জানুৱাৰী ২০২৬ (2026-01-08)
শেষ আবেলি ২:৩০, ৮ জানুৱাৰী ২০২৬ (2026-01-08)
ঠাই আনুষ্ঠানিক/অফলাইন
প্ৰকাৰ উৎসৱ

২০২৬ চনৰ ৮ জানুৱাৰী তাৰিখে যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক পুষ্পাঞ্জলি হাজৰিকাৰ উদ্যোগত তেওঁৰ যোৰহাটস্থিত আৱাসত, ৱিকিমিডিয়ান প্ৰাণজ্যোতি নাথক সমল ব্যক্তি ৰূপে লৈ এখনি অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎস কৰ্মশালা অনুষ্ঠিত হয়। দুপৰীয়া ১১:৩০ বজাৰপৰা আবেলি ২:৩০ বজালৈ অনুষ্ঠিত এই কৰ্মশালাটিত ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পাঁচ গৰাকী ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। এই কম সময়খিনিতে অংশগ্ৰহণকাৰীসকলে ৱিকিপিডিয়াত তিনিটা প্ৰৱন্ধৰ সৃষ্টি কৰে আৰু কিছুসময় ৱিকিউৎসৰ কাম শিকাৰ লগতে ৱিকিমিডিয়া কমন্সত ফটো আপল’ড কৰিবলৈ শিকে।

পুষ্পাঞ্জলি হাজৰিকা

সমল ব্যক্তি

[সম্পাদনা কৰক]

প্ৰাণজ্যোতি নাথ

অংশগ্ৰহণকাৰী

[সম্পাদনা কৰক]
  1. BARSHA RANI HAZARIKAb (বাৰ্তা) 13:49, 8 January 2026 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. JyotiPN (বাৰ্তা) 13:50, 8 January 2026 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. Puspanjali Hazarika (বাৰ্তা) 15:01, 8 January 2026 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. আশিস কুমাৰ দাস (বাৰ্তা) 16:55, 8 January 2026 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. দীক্ষাশ্ৰী বৰা (বাৰ্তা) 18:15, 8 January 2026 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. ~2026-16620-0 (talk) 18:18, 8 January 2026 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. SOBHITKAMAL BORA (বাৰ্তা) 18:25, 8 January 2026 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আলোকচিত্ৰ

[সম্পাদনা কৰক]