সমললৈ যাওক

ৱিকিপিডিয়া:ইণ্ডিক ৰাইটিং চিষ্টেম কেম্পেইন, ২০২৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইণ্ডিক ৰাইটিং চিষ্টেম কেম্পেইন, ২০২৫ হৈছে দক্ষিণ এছিয়াৰ লেখন ব্যৱস্থাৰ সংৰক্ষণ আৰু নথিকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ ৱিকিপ্ৰজেক্ট ৰাইটিং চিষ্টেমৰ অংশ হিচাপে আয়োজন কৰা এটি ৱিকি-ডাটা-থন আৰু ৱিকিপিডিয়া এডিট-আ-থন। উল্লেখযোগ্য ইয়াৰে কিছু লিপি অপ্ৰতিনিধিত্বশীল বা বিপন্ন। লুপ্তপ্ৰায় বৰ্ণ উদ্যোগ(Endangered Alphabets initiative)ৰ দ্বাৰা সমৰ্থিত এই কেম্পেইন বা অভিযানটিৰ সময়ত ৱিকিপিডিয়াত বৰ্ণমালা বা লিপি সম্পৰ্কীয় নতুন প্ৰৱন্ধ অনুবাদ আৰু বিস্তাৰ কৰাৰ সমান্তৰালকৈ ৱিকিডাটাত প্ৰৱন্ধসমূহ সংযোগ কৰা হ'ব। এই প্ৰতিযোগিতাই দক্ষিণ এছীয় লিপি বিষয়ক সমল বৃদ্ধিত সহায় কৰাৰ লগতে ই ভৱিষ্যৎ প্ৰজন্মৰ হিতাৰ্থে এক আদৰণীয় প্ৰচেষ্টা ৰূপে পৰিগণিত হব বুলি অনুমান কৰা হৈছে।

সময়সীমা: ২৩ জানুৱাৰীৰ, ২০২৫ - ২৯ ফেব্ৰুৱাৰী, ২০২৫

উদ্দেশ্য

[সম্পাদনা কৰক]
  • ৱিকিমিডিয়া প্ৰকল্পত দক্ষিণ এছিয়াৰ লিপিৰ প্ৰসাৰ কৰা।
  • বিপন্ন লেখন ব্যৱস্থা আৰু ইয়াৰ সাংস্কৃতিক তাৎপৰ্য্যৰ বিষয়ে সজাগতা বৃদ্ধি কৰা।
  • ৱিকিমিডিয়ান, ভাষাবিদ, আৰু সাংস্কৃতিক অনুৰাগীৰ মাজত সহযোগিতাৰ সুবিধা প্ৰদান কৰা।

ৱিকিপিডিয়া এডিট-আ-থন

[সম্পাদনা কৰক]

ৱিকিডাটা নথিকৰণ

[সম্পাদনা কৰক]

তলৰ সঁজুলিটো ব্যৱহাৰ কৰি ৱিকিডাটা নথিকৰণ কৰক।

অংশগ্ৰহণকাৰী

[সম্পাদনা কৰক]
  1. JyotiPN (বাৰ্তা) 19:36, 25 January 2025 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]
  2. Dipankar Das (বাৰ্তা) 02:20, 26 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. AjayDas (বাৰ্তা) 04:53, 26 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. পৱন বৰ্মন (বাৰ্তা) 09:00, 26 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. Jyoti Chiring (বাৰ্তা) 02:39, 27 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. দিব্য দত্ত (বাৰ্তা) 15:14, 27 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. Naruna Baruah (বাৰ্তা) 01:00, 28 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. কুমুদ ঘোষ (বাৰ্তা) 07:04, 29 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 01:56, 5 February 2025
  10. KHI-LAN-TZI

প্ৰৱন্ধ যোগ দিয়ক

[সম্পাদনা কৰক]

AjayDas

  1. খৰোষ্ঠী লিপি (Q1161266)

JyotiPN

  1. ভাৰতী লিপি (Q61367592)
  2. মোদী লিপি (Q1703713)
  3. নন্দিনাগৰী (Q6963324)

Jyoti Chiring

  1. বট্টেলুত্তু (Q1992000)
  2. তেলুগু-কানাড়া বৰ্ণমালা(Q7697873)
  3. টাক্‌ৰী লিপি (Q759202)
  4. অংগ লিপি(Q3530287)

কুমুদ ঘোষ

  1. ওড়িয়া লিপি (Q1760127)
  2. বালবোধ (Q131937028)

Dipankar Das

  1. নাগৰী লিপি (Q1509215)

দিব্য দত্ত

  1. তেলুগু লিপি (Q570450)

KhiLanTzi

  1. টাই লে লিপি (Q2566326)

Naruna Baruah

  1. গৌড়ী লিপি (Q96630738)
  2. পল্লৱ লিপি (Q15104320)
  3. মুলতানী লিপি (Q17047906)
  4. ডোগ্ৰী লিপি (Q72402987)
  5. ভুজিমোল লিপি (Q4902122)
  6. কাদাম্বা লিপি (Q6345074)
  7. তামিল লিপি (Q26803)

পৰীক্ষক

[সম্পাদনা কৰক]

ফলাফল সমন্বিতে প্ৰতিবেদন

[সম্পাদনা কৰক]

ৱিকিপ্ৰজেক্ট ৰাইটিং চিষ্টেমৰ অংশ হিচাপে সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত ইণ্ডিক ৰাইটিং চিষ্টেম কেম্পেইন, ২০২৫ এডিটাথনৰ সমান্তৰালকৈ অসমীয়া ৱিকিপিডিয়াতো ২০২৫ বৰ্ষৰ ২৬ জানুৱাৰীৰপৰা ২৯ ফেব্ৰুৱাৰীলৈ ইণ্ডিক ৰাইটিং চিষ্টেম কেম্পেইন, ২০২৫ শীৰ্ষক এটি ৱিকিপিডিয়া এডিটাথন আৰু ৱিকিডাটাথন আয়োজন কৰা হয়। মুঠ ১০ গৰাকী অংশগ্ৰহণকাৰীয়ে ভাষা আৰু লিপি সম্পৰ্কীয় এই অগতানুগতিক এডিটাথনটোত অংশগ্ৰহণ কৰিবলৈ মন মেলে আৰু তাৰে ৮ গৰাকী প্ৰতিযোগীয়ে অসমীয়া ৱিকিপিডিয়াত সৰ্বমুঠ ২০টি নতুন প্ৰৱন্ধ সৃষ্টি আৰু ৱিকিডাটাত ২০টি ডাটা অন্তৰ্ভুক্তিৰে সফল বৰঙণি আগবঢ়ায়। সক্ৰিয় নৱাগত সদস্য নৰুনা বৰুৱাই মুঠ ৭টা প্ৰৱন্ধ লিখি সৰ্বশ্ৰেষ্ঠ বৰঙণি আগবঢ়োৱাৰ সমান্তৰালকৈ অসমীয়া ৱিকিমিডিয়াৰ আন এগৰাকী সক্ৰিয় সদস্য জ্যোতি চিৰিঙে মুঠ চাৰিটা প্ৰৱন্ধ লেখে। অন্যান্য অৱদানসমূহ এনেধৰণৰ-

সদস্য ৱিকিপিডিয়াত মুঠ প্ৰৱন্ধ সংখ্যা মুঠ ৱিকিডাটা অন্তৰ্ভুক্তি যোগফল
নৰুনা বৰুৱা ১৪
প্ৰাণজ্যোতি নাথ
দিব্য দত্ত
জ্যোতি চিৰিং
কুমুদ ঘোষ
অজয় দাস
দিপাংকৰ দাস
খিলাঞ্জী

এডিটাথনটো চলি থকা সময়তে অসমীয়া ৱিকিমিডিয়া পৰিয়ালৰ আমন্ত্ৰণক্ৰমে মূল এডিটাথনৰ পৰামৰ্শদাতা সতদীপ গিল আৰু আয়োজক নব্যা শ্ৰী কেল্লিয়ে অসমীয়া ৱিকিমিডিয়া সমাজৰ ফেব্ৰুৱাৰী মাহৰ আভাসী মাহেকীয়া সভাত ভাগ লয় আৰু প্ৰকৃতাৰ্থত ইণ্ডিক ৰাইটিং চিষ্টেম কেম্পেইন, ২০২৫ নো কি, এই কেম্পেইনৰ উদ্দেশ্য আৰু অদূৰ ভৱিষ্যতত ইয়াৰ প্ৰভাৱ সম্পৰ্কে চমু বক্তব্য আগবঢ়াই অংশগ্ৰহণকাৰীসকল সমন্বিতে সভাত উপস্থিত সকলোকে উৎসাহিত কৰে।