সমললৈ যাওক

ৱিকিপিডিয়া:কৰ্মশালা/মেলেং, যোৰহাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ৱিকিমিডিয়া সমাজ আৰু নকছাৰি মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ উদ্যোগত আৰু সদৌ অসম কবি সন্মিলনৰ জাতীয় কাব্যগ্ৰন্থাগাৰৰ সহযোগত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ ড° কুতুবুদ্দিন আহমেদ ভৱন, মেলেং – যোৰহাট (অসম)ত অহা ৩ ডিচেম্বৰ, ২০২৫ তাৰিখে ৱিকিউদ্ধৃতিৰ এখন কৰ্মশালা আৰু ৱিকিউৎস পৰিচয় অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ মনস্থ কৰা হৈছে।

কাৰ্যসূচী

[সম্পাদনা কৰক]

পুৱা ৯.৫০ বজাত : স্মৃতি তৰ্পণ
পুৱা ১০.০০ বজাত : সদৌ অসম কবি সন্মিলনৰ জাতীয় কাব্যগ্ৰন্থাগাৰৰ সম্পৰ্কে একাষাৰ
(বক্তব্য আগ বঢ়াব জাতীয় কাব্যগ্ৰন্থাগাৰৰ সঞ্চালক ড° স্মৃতিৰেখা বৰুৱাই)
পুৱা ১০.০৫ বজাত : আদৰণি ভাষণ
(আদৰণি ভাষণ আগ বঢ়াব সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক চৈয়দ পাৰভিজ হুচেইন ডাঙৰীয়াই)
পুৱা ১০.১০ বজাত : শুভেচ্ছামূলক বক্তব্য
(শুভেচ্ছামূলক বক্তব্য আগ বঢ়াব নকছাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত উত্তম বৰুৱা ডাঙৰীয়াই)
পুৱা ১০.১৫ বজাত : প্ৰথম বৈঠক (সমল ব্যক্তি‍ : প্ৰণামিকা অধিকাৰী)
দুপৰীয়া ১২.১৫ বজাত : আহাৰ বিৰতি‍
বিয়লি‍ ১.০০ বজাত : দ্বিতীয় বৈঠক (সমল ব্যক্তি‍ : বাবুল বৈশ্য)

সমল ব্যক্তি

[সম্পাদনা কৰক]

উপস্থিতি

[সম্পাদনা কৰক]
  1. Dr Smriti Rekha Baruah (বাৰ্তা) 07:42, 3 December 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক
  2. Lakshipriya Bora (বাৰ্তা) 07:42, 3 December 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক
  3. Mamu Borah (বাৰ্তা)|
  4. Geeta Borah (বাৰ্তা) 07:48, 3 December 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক
  5. Achyot Kumar Borah (বাৰ্তা) 07:49, 3 December 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক
  6. Jeena boruah Bora (বাৰ্তা) 07:54, 3 December 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক
  7. দীক্ষা দুৱৰা (বাৰ্তা) 07:56, 3 December 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক
  8. Manashi moni Gogoi (বাৰ্তা) 07:58, 3 December 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক
  9. Porishmita B Borah (বাৰ্তা) 11:39, 3 December 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক
  10. কুমুদ ঘোষ (বাৰ্তা) 12:20, 3 December 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক
  11. দীক্ষা দুৱৰা (বাৰ্তা) 07:45, 3 December 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক
  12. Pranamikaadhikary (বাৰ্তা) 17:09, 3 December 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক
  13. Pinki Ray JC (বাৰ্তা) 17:45, 8 December 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

আলোকচিত্ৰ

[সম্পাদনা কৰক]