ৱিকিপিডিয়া:নিৰ্বাচিত প্ৰবন্ধ/৩৯
অৱয়ব

২০২৫ চনৰ ২২ এপ্ৰিলত ভাৰত প্ৰশাসিত জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামৰ সমীপৰ বৈসাৰণ ঘাঁহনিত সন্ত্ৰাসবাদীৰ আক্ৰমণত কমেও ২৮জন পৰ্যটকৰ মৃত্যু হোৱাৰ লগতে ২০জনতকৈ অধিক লোক আহত হয়। জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিলৰ পাছত সংঘটিত হোৱা সবাতোকৈ মাৰাত্মক আক্ৰমণ হিচাপে বিবেচিত এই ঘটনাৰ উদ্দেশ্য কাশ্মীৰ উপত্যকাৰ জনগাঁথনিগত পৰিৱৰ্তনক প্ৰতিহত কৰা বুলি জানিব পৰা গৈছে। সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈয়বাৰ এটা শাখা দা ৰেজিষ্টেঞ্চ ফ্ৰণ্ট (টি আৰ এফ)-এ এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে। ইয়াত বিতংকৈ পঢ়ক