ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০১৫/উল্লেখনীয় কাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

উল্লেখনীয় কাম

  • অসমীয়া ৱিকিউৎসত লেখাৰ সংখ্যা ১১৮৪ টালৈ বৃদ্ধি পালে।
  • 'প্ৰতিমাৰ খনিকৰ' চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ 'বীণ-বৰাগী' কবিতা পুথিখন অসমীয়া ৱিকিউৎসত উপলব্ধ কৰা হয়৷ অৱদানকাৰী: অনিমেষ বৰা, বিষ্ণু শইকীয়া, জলি বৰা, দিব্য দত্ত, প্ৰভাকৰ শৰ্মা নেওগ আৰু গীতাৰ্থ বৰদলৈ