ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/ডিচেম্বৰ-২০১৫/উল্লেখনীয় কাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

উল্লেখনীয় কাম

Wikipedia-logo-v2.svg নৱেম্বৰ মাহৰ অন্তত অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৩৮৫০ টালৈ বৃদ্ধি পালে।
Wikisource-logo.png অসমীয়া ৱিকিউৎসত লেখাৰ সংখ্যা ১২১৫ টালৈ বৃদ্ধি পালে।
WikipediaAsianMonth-en.svg ৱিকিপিডিয়া এছিয়ান মাহ নামৰ 'ৱিকিপিডিয়া সম্পাদনা মেলা'ৰ অংশ হিচাপে এছিয়াৰ লগত সম্পৰ্কৃত প্ৰায় ৩৫ টা নতুন প্ৰবন্ধ সম্পূৰ্ণ কৰা হয়৷ অংশগ্ৰহণকাৰীসকল হৈছে: 永続繁栄, ‎দিব্য দত্ত, জলি বৰা, ৰাম কিংকৰ মহন্ত, ‎বিদ্যুৎ শৰ্মা, মঞ্জিল কোঁৱৰ, অজয় দাস আৰু অংশুমান দত্ত