সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০১৬

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ডিচেম্বৰ, ২০১৬

উল্লেখনীয় কাম

নৱেম্বৰ মাহৰ অন্তত অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা ৪৩৫৫ টালৈ বৃদ্ধি পালে।

নৱেম্বৰ মাহৰ অন্তত অসমীয়া ৱিকিউৎস লেখাৰ সংখ্যা ১২৩২ টালৈ বৃদ্ধি পালে।

এই নৱেম্বৰ ২০১৬ত ৱিকিপিডিয়া এছিয়ান মাহ উপলক্ষে এছিয়া মহাদেশৰ বিভিন্ন বিষয়ত ৫৭টা প্ৰবন্ধ সৃষ্টি হ'ল।

ৱিকিপিডিয়া, লিংগ ভেদ, আৰ্থিক সাহায্য আৰু অন্যান্য বিষয়

মূল: মিল'ৱেণ্ট,পিট ফৰ্চিথ, ট'নি ৱানৰ Coverage of gender gap initiatives, banner fundraising, and more নামৰ লেখা

অনুবাদ/অনুসৃষ্টি:

চুটিকৈ:

বৰদিন


বৰদিন বা খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। ২৫ ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষ্যে এই উৎসৱ পালন কৰা হয়। এই দিনটো যীশুৰ প্ৰকৃত জন্মদিন হয় নে নহয় জনা নাযায়। আদিযুগীয় খ্ৰীষ্টানসকলৰ বিশ্বাস অনুসৰি, এই তাৰিখৰ ঠিক ন মাহ পূৰ্বে যীশুৱে মেৰীৰ গৰ্ভত প্ৰবেশ কৰে। সম্ভবতঃ, এই হিচাপ অনুসৰিয়েই ২৫ ডিচেম্বৰ তাৰিখটোকে যীশুৰ জন্ম তাৰিখ ধৰা হয়। অন্যমতে ই হৈছে এক ঐতিহাসিক ৰোমান উৎসৱ অথবা উত্তৰ গোলাৰ্ধৰ দক্ষিণ অয়নান্ত দিবসৰ অনুষঙ্গত ২৫ ডিচেম্বৰ তাৰিখে যীশুৰ জন্মজয়ন্তী পালনৰ প্ৰথাটোৰ সূত্ৰপাত হয়। বৰদিন বৰদিনৰ ছুটিৰ কেন্দ্ৰীয় দিন আৰু খ্ৰীষ্টান ধৰ্ম্মৰ বাৰ দিন ব্যাপী খ্ৰীষ্টমাছটাইড অনুষ্ঠানৰ সূচনাদিবস।অধিক পঢ়ক.......

যোৱা মাহত সৰ্বাধিক দৃষ্ট প্ৰবন্ধসমূহ

  1. ভূপেন হাজৰিকা ১৯৫১
  2. অসম ১৫০০
  3. অসমীয়া ভাষা ১৩৭৬
  4. বল্লভভাই পেটেল ১২৯৭
  5. আবুল কালাম আজাদ ১২০৬
  6. লাচিত বৰফুকন ১১৭৬
  7. জৱাহৰলাল নেহৰু ১১৬০
  8. জুবিন গাৰ্গ ১১৫৭
  9. অসমীয়া প্ৰতিদিন ১০৫৪
  10. অসমৰ বনৌষধি ১০০২
  11. আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যা ৯৫৮
  12. ইংৰাজী ভাষা ৮৯৫
  13. শ্ৰীমন্ত শংকৰদেৱ ৮০৪
  14. ভাৰত ৮০০
  15. আমেৰিকা যুক্তৰাষ্ট্ৰ ৭৩৫
অধিক দীঘলীয়া তালিকা চাবলৈ ইয়াত ক্লিক কৰক

  • দিব্য দত্তৰ দ্বাৰা সৃষ্টি কৰা প্ৰবন্ধসমূহ:

ইছলামাবাদ বেইৰুত জাপানৰ প্ৰশাসনিক অঞ্চল কাচিন কুআলা লামপুৰ উত্তৰ কোৰিয়া পূৱ টিমুৰ আজেৰবাইজান জাপান সাগৰ কুমাৰজীৱ ডামাস্কাছ অ'কাজাকি দুৰ্গ ছেভেন ইয়াৰ্ছ ইন টিবেট হোক্কাইডো তেহৰাণ

  • অজয় দাসৰ দ্বাৰা সৃষ্টি কৰা প্ৰবন্ধসমূহ:

বুদাই মাউণ্ট ফুজি বনছাই শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে জিগমে খেচাৰ নামগৱেল ৱাংচুক শেখ হাছিনা এছিয়ান উন্নয়ন বেংক বিদ্যা দেৱী ভাণ্ডাৰী তু ইউইউ মুহাম্মদ ইউনুছ তাৱাক্কল কাৰমান কুৱেইট জৰ্জিয়া (দেশ) লেবানন কম্বোডিয়া কিৰগিজস্তান তাজিকিস্তান তুৰ্কমেনিস্তান উজবেকিস্তান ছিৰিয়া টাইৱান সংযুক্ত আৰৱ আমিৰাত ব্ৰুণেই মালয়েছিয়া আৰৱ সাগৰ বংগোপসাগৰ ওমান য়েমেন   

  • চাণক্য কুমাৰ দাসৰ দ্বাৰা সৃষ্টি কৰা প্ৰবন্ধসমূহ:

বাংলাদেশৰ জাতীয় পতাকা বিজয় দিৱস (বাংলাদেশ) নতুনেৰ গান অনুৰাধাপুৰা আশ্ৰফ ঘানী লালবাগ কিল্লা সিংহ দৰবাৰ  

  • ঈশান কাশ্যপ হাজৰিকাৰ দ্বাৰা সৃষ্টি কৰা প্ৰবন্ধসমূহ:

তিব্বত স্বায়ত্তশাসিত অঞ্চল থিম্ফু ছ'ভিয়েট সংঘ লিয়ন ট্ৰটস্কি ভ্লেডিমিৰ লেনিন বুৰ্খাণ খাল্ডুন

  • অংশুমান দত্তৰ দ্বাৰা সৃষ্টি কৰা প্ৰবন্ধসমূহ:
নেহৰু ষ্টেডিয়াম, গুৱাহাটী

যোৱা মাহত সৰ্বাধিক দৃষ্ট লেখ (অসমীয়া ৱিকিউৎসৰ)

  1. শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত ১৬৯
  2. প্ৰথম দৰ্শনত ওপজা প্ৰেম ১২২
  3. তত্ত্ব-কথা/কীৰ্ত্তন আৰু ঘোষা-তত্ত্ব ৭৫
  4. তত্ত্ব-কথা/ৰাসলীলা-তত্ত্ব ৫২
  5. শ্ৰীমন্ত মাধৱদেৱ বিৰচিত বৰগীত ৪৯
  6. অসমিয়া আৰু ইংৰাজি অভিধান ৪৮
  7. নামঘোষা ৪৭
ক্ৰমিক নং সদস্য ৱিকিপিডিয়াৰ সম্পাদনা সংখ্যা ৱিকিউৎসৰ সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
১দিব্য দত্ত৬০-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২অংশুমান দত্ত৬০-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৩অজয় দাস৪৪-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৪কন্দৰ্পজিত কল্লোল৩৯-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৫ঈষাণ কাশ্যপ হাজৰিকা২৬-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
S
+ আপোনাৰ মতামত লিখকএই সম্পৰ্কে আলোচনা কৰক
বৰ্তমানলৈকে কোনো মন্তব্য নাই। আপুনি প্ৰথম মন্তব্যদাতা হ'ব পাৰে!