ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/মে'-২০১৬/উল্লেখনীয় কাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

উল্লেখনীয় কাম

মাৰ্চ মাহৰ অন্তত অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৪,০৪০ টালৈ বৃদ্ধি পালে।
অসমীয়া ৱিকিউৎসত লেখাৰ সংখ্যা ১,২১৯ টালৈ বৃদ্ধি পালে। দণ্ডিনাথ কলিতাৰ "কীচক-বধ" আৰু "সতীৰ তেজ"ৰ লগতে লক্ষ্মীনাথ বেজবৰুৱাৰ "কেহোঁকলি" গ্ৰন্থ ৱিকিউৎসত অন্তৰ্ভুক্ত কৰা হয়।